মকৰ সংক্ৰান্তি উপলক্ষে সূৰ্য নমস্কাৰ কাৰ্যসূচী

Share This Article

মকৰ সংক্ৰান্তি উপলক্ষে সূৰ্য নমস্কাৰ কাৰ্যসূচী। সমগ্ৰ দেশতে দেশৰ আয়ুষ মন্ত্ৰালয়ে অনুষ্ঠিত কৰিছে সূৰ্য নমস্কাৰৰ কাৰ্যসূচী। প্ৰায় ১ কোটি লোকে অংশগ্ৰহণ কৰে এই সূৰ্য নমস্কাৰ কাৰ্যসূচীত। স্বাধীনতাৰ অমৃত মহোৎসৱৰ অধীনত এই কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিল। দেশৰ আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, “কোভিড-১৯ৰ সময়ত মকৰ সংক্ৰান্তিত সূৰ্য নমস্কাৰ প্ৰদৰ্শন অধিক প্ৰাসংগিক। এয়া এক প্ৰমাণিত সত্য যে সূৰ্য নমস্কাৰে জীৱনী শক্তি আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলে আৰু লগতে ই কোৰোনা ভাইৰাছক দূৰত ৰাখিবলৈ সক্ষম।”

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.