ভাৰতবাসীক প্ৰধানমন্ত্ৰী মোদীৰ অ’মিক্ৰনক লৈ আতংকিত নহ’বলৈ আহ্বান
দেশত অ'মিক্ৰনৰ বৰ্ধিত ঘটনাৰ মাজতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে কয় যে, ভাৰতত ১৮ লাখ আইচ'লেচন বিচনা, ৫ লাখ অক্সিজেন বিচনা, ১.৪০ লাখ ICU বিচনা আৰু শিশুসকলৰ বাবে ৯০,০০০ বিশেষ বিচনা আছে। লগতে প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতবাসীক অ'মিক্ৰনক…