সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মমতা বেনাৰ্জী আৰু প্ৰশান্ত কিশোৰৰ ‘আইপেক’ৰ বিচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ

মমতা বেনাৰ্জী তৃতীয়বাৰ পশ্চিমবংগৰ শাসনলৈ অহাত প্ৰশান্ত কিশোৰ আৰু তেওঁৰ সংস্থা আই পেকৰ ভূমিকা উল্লেখযোগ্য ৷ কিন্তু শেহতীয়াকৈ মমতা বেনাৰ্জীক টুইটাৰত ফলো কৰা বন্ধ কৰি দিছে আই পেকে ৷ চৰ্চা চলিছে যে আইপেক আৰু তৃণমূলৰ বিচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ হৈছে…

অভিন্ন সময়ত ভিন্ন মত কিয় হিমন্ত বিশ্ব শর্মাৰ?

১০ মেত মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল হিমন্ত বিশ্ব শর্মাই৷তাৰ থিক ৬ টা দিন পিছতেই,অর্থাৎ ১৭ মে’ত ৰাইজৰ পৰা আর্থিক বৰঙনি বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰে হিমন্ত বিশ্ব শর্মাৰ চৰকাৰে৷কোভিড বিৰোধী যুজত যুজিবলৈ আর্থিক সংকটত ভোগা হিমন্ত বিশ্ব শর্মাৰ…

কাম নাপাই কিমান নিবনুৱাই আত্মহত্যা কৰে ‘আত্মনিৰ্ভৰ ভাৰত’ত?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিমান চাকৰি দিয়াৰ কথা আছিল মনত আছেনে আপোনাৰ ? তাৰ পাছত কি ক’লে সেয়া নিশ্চয় আপুনি পাহৰিব পৰা নাই ৷ বছৰি ২ কৌটি চাকৰি দিয়াৰ কথা আছিল , পাছত ক’লে পদপথত পকৰী বেচাটোও এটা সংস্থাপন ৷ কথাৰ এনে ফুলজাৰিৰ মাজত দেশত…

কৃষক হত্যাত অভিযুক্ত কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰই কিয় জামিন পালে ?

উত্তৰ প্ৰদেশত আজি অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা ৫৮ টা সমষ্টিত ৫৩ টাতেই আছে বিজেপি বিধায়ক ৷ কিন্তু পশ্চিম উত্তৰ প্ৰদেশৰ নিৰ্বাচনী প্ৰেক্ষাপট এইবাৰ সুকীয়া ৷ মূলত: তিনিটা কাৰণত পশ্চিম উত্তৰ প্ৰদেশত…

আনন্দ মিশ্ৰক বদলিৰ আঁৰত কি?

নায়কৰ পৰা খলনায়কলৈ৷এনকাউন্টাৰ জগতৰ পৰা ডিজিপি অফিচলৈ৷ আৰম্ভ কৰিছো আনন্দ মিশ্ৰৰ কথাৰে৷মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ আহ্বান আছিল,অপৰাধীৰ বিৰুদ্ধে কঠোৰ হওক আৰক্ষী৷কিন্তু অপৰাধীৰ বিৰুদ্ধে কঠোৰ হবলৈ যাওতে,যেন সাধাৰণ নাগৰিকৰ বিৰুদ্ধেও কঠোৰ হল…

জামিন লাভ কৰিলে লখিমপুৰৰ খেৰীৰ মূল অভিযুক্ত তথা মন্ত্ৰী পুত্ৰ আশীষে

উত্তৰপ্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহনৰ সূচনাৰ দিনটোতেই জামিন লাভ কৰিলে লখিমপুৰৰ খেৰীৰ মূল অভিযুক্ত তথা মন্ত্ৰী পুত্ৰ আশীষে । বৃহস্পতিবাৰে কেন্দ্ৰীয় স্বৰাষ্ট্র প্ৰতিমন্ত্রী অজয় মিশ্ৰ টেনিৰ পুত্ৰ আশীষৰ জামিন মঞ্জুৰ কৰে…

নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হ’ল জনপ্রিয় কণ্ঠশিল্পী অপূর্ব বেজবৰুৱাৰ

শেষকৃত্য সম্পন্ন হ'ল গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী অপূর্ব বেজবৰুৱাৰ। আজি গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হ'ল জনপ্রিয় কণ্ঠশিল্পীগৰাকীৰ। বুধবাৰে সন্ধিয়া ৬.১৫ বজাত ৭১ বছৰ বয়সত দিছপুৰ পলিক্লিনিকটত ব্ৰেইন ষ্টকত আক্রান্ত হৈ জীৱন নাটৰ…

মল্লযোদ্ধা দলীপ সিং ৰাণাৰ বিজেপিত যোগদান

'গ্ৰেট খলী' মল্লযোদ্ধা দলীপ সিং ৰাণাৰ বিজেপিত যোগদান। আজি নতুন দিল্লীৰ দলীয় মুখ্য কাৰ্যালয়ত বিজেপিত যোগদান কৰে মল্লযোদ্ধাগৰাকীয়ে। দলীপ সিং ৰাণা এগৰাকী ভাৰতীয় পেছাদাৰী মল্লযোদ্ধা, কুস্তি প্ৰচাৰক আৰু অভিনেতা। তেওঁক ডাব্লিউডাব্লিউইত দ্য…

প্ৰত্যেকগৰাকী মুছলমান মহিলা ভুক্তভোগীৰ লগত থিয় হৈ আছে কেন্দ্ৰীয় চৰকাৰ: নৰেন্দ্ৰ মোদী

সম্প্ৰতি অব্যাহত থকা ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়ছোৱাত চাহাৰানপুৰৰ এক ৰেলীত অংশগ্ৰহণ কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশৰ প্ৰতিটো অপৰাধমূলক ঘটনাৰ ভুক্তভোগীৰ লগত কেন্দ্ৰীয় চৰকাৰ থিয় হৈ আছে। প্ৰত্যেকগৰাকী মুছলমান সম্প্ৰদায়ৰ…