“বিদ্যালয়ত হিজাব নিষিদ্ধ কৰি সংবিধানৰ অনুচ্ছেদ ২৫ ক অবমাননা কৰিছে চৰকাৰে৷”
বিদ্যালয়ৰ সন্মুখতেই হিজাব খুলিব লাগিব৷হিজাব খুলিলেহে বিদ্যালয়ত প্ৰৱেশ কৰিব পাৰিব৷অন্যথা বিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ পৰাই ঘৰলৈ উভতিব লাগিব কর্নাটকৰ মুছলমান ছাত্ৰী৷আজি এই ঘটনাই সংঘটিত হল কনার্টকৰ চৰকাৰী বিদ্যালয়ত৷কনার্টকৰ হিজাব বিতর্কৰ আজি পুনৰ…