Investigative reporting with dedication.

পুনৰ ভাৰত চৰকাৰে ৫৪ টা চীনা এপ নিষিদ্ধ কৰিলে। কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ মতে, গৃহ মন্ত্ৰালয়ৰ (এমএইচএ) পৰা তথ্য প্ৰযুক্তি আইনৰ জৰুৰীকালীন ব্যৱস্থাৰ ধাৰা ৬৯(A)ৰ অধীনত ৫৪ টা চীনা এপ নিষিদ্ধ কৰিবলৈ অনুৰোধ লাভ কৰিছে। বিউটি কেমেৰা ছুইট ছেলফী HD, বিউটি কেমেৰা–ছেলফি কেমেৰা, ইকুৱেলাইজাৰ এণ্ড বেছ বুষ্টাৰ, কেমকাৰ্ড ফৰ ছেলছফৰ্চ এণ্ট, ইচোলেণ্ড ২: এছেজ অফ টাইম লাইট, ভিভা ভিডিঅ’ এডিটৰ, টেনচেণ্ট এক্সৰিভাৰ, অনমিওজি চেচ, অনমিওজি এৰিনা, এপলক, আৰু ডুৱেল স্পেচ লাইট নামৰ এপ্পবোৰ নিষিদ্ধ কৰিলে কেন্দ্রীয় চৰকাৰে।


