জম্মু কাশ্মীৰত বাছ দুৰ্ঘটনাত ৯জন নিহত,আহত ২৭ জন
দুৰ্ঘটনাত নিহত ৯,আহত ২৭
পুঞ্চত ভয়ংকৰ দুৰ্ঘটনা
জম্মু কাশ্মীৰত বাছ দুৰ্ঘটনাত ৯জন নিহত,আহত ২৭ জন
জম্মু কাশ্মীৰৰ গলি ময়দানৰ পৰা পুঞ্চলৈ গৈ থকাৰ পথত বুধবাৰে পুৱা এখন বাছ দ’ খাৱৈত বাগৰি পৰে৷
যাত্ৰীবাহী বাছখনত মুঠ ৩৬ গৰাকী যাত্ৰী…