জম্মু কাশ্মীৰত বাছ দুৰ্ঘটনাত ৯জন নিহত,আহত ২৭ জন

Share This Article

দুৰ্ঘটনাত নিহত ৯,আহত ২৭

পুঞ্চত ভয়ংকৰ দুৰ্ঘটনা

জম্মু কাশ্মীৰত বাছ দুৰ্ঘটনাত ৯জন নিহত,আহত ২৭ জন

জম্মু কাশ্মীৰৰ গলি ময়দানৰ পৰা পুঞ্চলৈ গৈ থকাৰ পথত বুধবাৰে পুৱা এখন বাছ দ’ খাৱৈত বাগৰি পৰে৷

যাত্ৰীবাহী বাছখনত মুঠ ৩৬ গৰাকী যাত্ৰী আছিল,ইয়াৰে ৯ জন ঘটনাস্থলীতে নিহত হৈছে আৰু ২৭ জন আহত হৈছে৷

ঘটনাস্থলীত সেনা,আৰক্ষী আৰু স্থানীয় জনতাই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে৷

জম্মু কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱা লোকৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জনোৱাৰ লগতে ৫ লাখকৈ টকা সাহাৰ্য হিচাপে আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.