সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

‘অচ্ছে দিন’ৰ প্ৰভাৱেই পৰা নাই ঢকুৱাখনাত

শ্ৰেণীকোঠাৰ অভাৱত গছৰ তলত জীৱনৰ আদিপাঠ গ্ৰহণ এজাক শিশুৰ ।ঢকুৱাখনাত শ্ৰেণীকোঠাৰ অভাৱত গছৰ তলত শিক্ষা গ্ৰহণ শিক্ষাৰ্থীৰ ।স্বাধীনতাৰ ৭৫ বছৰ হ’ল। সমগ্ৰ দেশে উদযাপন কৰিছে স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তী। আনহাতে,আমাৰ দেশে ভৰি দিলে 5G ৰ যুগত । কিন্তু…

১১নবেম্বৰৰ পৰা ইউপিপিএলৰ অধিৱেশন

কোকৰাঝাৰত ইউপিপিএলৰ কেন্দ্ৰীয় অধিৱেশনৰ লাইখুঁটা স্থাপন কাৰ্যসূচী শুকুৰবাৰে অনুষ্ঠিত হৈ যায়। কোকৰাঝাৰৰ নিকটৱৰ্তী চন্দ্ৰপাৰা খেলপথাৰত অহা ১১ নবেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বিটিআৰৰ শাসকীয় দল ইউপিপিএলৰ তৃতীয় ত্ৰিবাৰ্ষিক…

সৰিয়হৰ বীজ : চৰকাৰৰ ‘হা’, কিন্তু RSS য়ে ক’লে ‘না’

সৰিয়হৰ বীজ : চৰকাৰৰ 'হা', কিন্তু RSS য়ে ক’লে 'না' চৰকাৰৰ সিন্ধান্তৰ বিৰোধিতা RSS ৰ সৰিয়হৰ শস্য সম্পৰ্কীয় সিন্ধান্তৰ বিৰোধিতাৰে পত্ৰ কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনৰ জেনেটিক ইঞ্জিনিয়াৰিং এপৰেইজেল কমিটিয়ে জেনেটিকেলি পৰিবৰ্তন…

ভাষণ সামৰক – সকীয়ালে গৃহমন্ত্ৰী অমিত শ্বাহে

যিকোনো সভাত দীঘলীয়া ভাষণে শ্ৰোতাক প্ৰায়ে আমনি দিয়ে।এইবাৰ তেনে দীঘলীয়া ভাষণে বিৰক্ত কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক।দীঘলীয়া ভাষণত বিৰক্ত গৃহমন্ত্ৰীয়ে ৪বাৰ কৈ ভাষণ এৰি বহিবলৈ সকীয়াই দিলে মানুহজনক !কিন্তু নাই কাণসাৰ নাই মানুহজনৰ…

উকা হৈ পৰিল ভালপোৱাৰ চিনাকি বন্দৰ

ভালপোৱাৰ সেই চিনাকি বন্দৰ উকা কৰি গুছি গ’ল প্ৰেমিক নীলপৱন । চিনাকি ৰঙ , চিনাকি কেনভাছ এৰি প্ৰেমিকা পত্নীৰ পথেৰেই সৰগৰ বাট ল’লে প্ৰেমিক নীলপৱনে । যি বাটেৰে চাৰি বছৰ আগতেই গুছি গৈছিল কোকিলকণ্ঠী দীপালী বৰঠাকুৰ ।চাৰি বছৰ আগৰ ডিচেম্বৰৰ সেই…

অসম গ্ৰন্থমেলা, ধেমাজিৰ প্ৰস্তুতি সম্পূৰ্ণ

গুৱাহাটীকে প্ৰমুখ্য কৰি পাঁচখন গ্ৰন্থমেলাৰ সমান্তৰাল অগ্ৰগতি । গুৱাহাটী, ২৮ অক্টোবৰ : ৰাজ্যখনত গ্ৰন্থ আন্দোলনক অধিক বিস্তাৰিত কৰাৰ উদ্দেশ্যে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত অসমৰ ভিন্ন প্ৰান্তত আয়োজিত…

বিজেপিৰ ‘সুদিন’ত চিকিৎসা নাপায় মৃত্যু শ্ৰমিকৰ

ডিব্ৰুগড়ৰ মাইজান চাহবাগিছাত চিকিৎসাৰ অভাৱত শ্ৰমিকৰ মৃত্যু ।যোৱা ২৩ অক্টোবৰত চিকিৎসাৰ অভাৱত মৃত্যু হৈছিল সন্তোষ বেদিয়া নামৰ এগৰাকী শ্ৰমিকৰ ।চিকিৎসাৰ অভাৱত শ্ৰমিকৰ মৃত্যু হোৱা ঘটনাক লৈ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে অসম চাহ জনজাতি…

কৰ বৃদ্ধি প্ৰত্যাহাৰৰ দাবী তৃণমূল কংগ্ৰেছৰ

মূল্যবৃদ্ধি ৰোধ কৰা,পৌৰ নিগমৰ কৰ বৃদ্ধি প্ৰত্যাহাৰ কৰাৰ দাবীত জিলা উপায়ুক্ত কাৰ্যালয়ত তৃণমূল কংগ্ৰেছৰ স্মাৰকপত্র প্ৰদান।ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে বিশ্বনাথ জিলাতো তৃণমূল কংগ্ৰেছে আজি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা,পৌৰ নিগম…

উকা কেনভাচক ৰং-তুলিকাৰে সজাবলৈ কেতিয়াও নাহে আৰু নীলপৱন বৰুৱা

ৰাজ্যবাসীৰ বাবে এটা দুখৰ খবৰ। বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ দেহাৱসান। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লয় বৰেণ্য চিত্ৰশিল্পী গৰাকীয়ে। যোৱা ২১ ছেপ্টেম্বৰত হঠাতে বেলতলাৰ সৌৰভ নগৰৰ নিজা বাসগৃহত…

চীন অবিহনে অচল হ’ব ভাৰত?

চীনৰ সামগ্ৰী নহ'লে নচলে ভাৰত! চীনা সামগ্ৰীৰে ভৰিছে ভাৰতৰ সমগ্ৰ বজাৰ ! চীন ভাৰতৰ শত্ৰু নহয়, ব্যৱসায়িক বন্ধু হে প্ৰকৃতাৰ্থত চীন-ভাৰত! চীন ভাৰতৰ শত্ৰু দেশ! সঁচাকৈয়ে নে? চীনা সামগ্ৰী বৰ্জন কৰিব লাগে! সঁচাকৈয়ে নে? কিয়নো এনে বহু প্ৰশ্ন, কথা আৰু…