সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

লীজ ট্ৰাছৰ ফোন হেক কৰিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে !

লীজ ট্ৰাছৰ ফোন হেক। বৃটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ ফোন হেক কৰা মানুহজন বিশ্বৰ অন্যতম শক্তিশালী নেতা।হয়,তেওঁ আন কোনো নহয়, ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কৰিলে হেক ।পুটিনৰ গোপন এজেণ্টে বৃটেইনৰ বৈদেশিক মন্ত্ৰী হৈ থকা সময়ত ট্ৰাছৰ ফোন হেক কৰিছিল। এই…

ছেমখৰ চিনেমাৰ বিৰুদ্ধে গুৱাহাটীত ডিমাছা জনজাতিৰ অভিৱৰ্তন

আজি অসম সাহিত্য সভাৰ জয়ন্ত কুমাৰ- লখিমী বৰুৱা সদনত, ডিমাছা অধিকাৰ সুৰক্ষা কাৰ্য্যকৰী সমিতিয়ে ছেমখৰ চিনেমা খনৰ বিৰুদ্ধে এখনি অভিৱৰ্তন আয়োজিত কৰে। উক্ত সভাখন সভাপতিত্ব কৰে বিশিষ্ট ডিমাচা শিল্পী পদ্মা বাঠাৰিয়ে আৰু আঁত ধৰে যুৱ নেতা প্ৰনব…

বিসম্বাদৰ বাবেই মুখথেকেঁচা খাব বিজেপিয়ে?

উত্তৰাখণ্ড বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ পিছত হিমাচল প্ৰদেশক লৈ যথেষ্ট আশাবাদী বিজেপি৷ কিন্তু বিজেপিৰ আশাত চেঁচাপানী ঢালিছে কোনে? 'অসফল’ বুলি টিকেট নিদিয়া প্ৰায়সংখ্যক প্ৰাক্তন বিজেপিয়েই প্ৰাৰ্থিত্ব আগবঢ়াইছে নিৰ্দলীয় হিচাপে৷ তদুপৰি বহুসংখ্যক…

মিজোৰামৰ আইজলত সংঘটিত ভয়ংকৰ ঘটনা

মিজোৰামৰ আইজলত সংঘটিত ভয়ংকৰ ঘটনা৷ বাগৰি পৰা টেংকাৰৰ পৰা পেট্ৰল সংগ্ৰহ কৰিবলৈ গৈ জীৱন্তে অগ্নিদগ্ধ ৫ জন,১৮ জন গুৰুতৰভাৱে অগ্নিদগ্ধ৷ শনিবাৰে নিশাৰ ভাগত সংঘটিত হয় এই ঘটনা৷ ২২,০০০ লিটাৰ পেট্ৰল কঢ়িয়াই নিয়া এখন টেংকাৰ দুৰ্ঘটনাত পতিত হৈছিল…

বিস্ফোৰণত নিহত শতাধিক

ভয়ংকৰ বিস্ফোৰণত প্ৰাণ গ’ল ১০০ জনৰ,আহত ৩০০৷ ছোমালিয়াৰ মুগাডিছুত সংঘটিত হৈছে কাৰ বোমা বিস্ফোৰণ৷ শনিবাৰে দেশখনৰ শৈক্ষিক চহৰ মুগাডিছুত সংঘটিত হয় এই ঘটনা৷" আমাৰ যিসকল লোকে প্ৰাণ হেৰুৱালে সেইসকলৰ সৰহসংখ্যকেই মাতৃ আৰু শিশু ৷ তদুপৰি যথেষ্টসংখ্যক…

লীজ ট্ৰাছৰ ফোন হেক

লীজ ট্ৰাছৰ ফোন হেক কৰিলে কোনে? হেকাৰৰ নাম শুনিলেই কঁপি উঠিব আপুনি৷ বৃটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ ফোন হেক কৰা মানুহজন বিশ্বৰ অন্যতম শক্তিশালী নেতা৷ হয়,তেওঁ আন কোনো নহয়,ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে কৰিলে হেক৷ পুটিনৰ গোপন এজেণ্টে বৃটেইনৰ…

৩০ গৰাকী বিধায়ক বাংলাদেশলৈ

৩০ গৰাকী বিধায়ক  যাব বাংলাদেশলৈ৷ বাংলাদেশলৈ যাব অসম বিধানসভাৰ প্ৰতিনিধি দল৷ ১৫ নৱেম্বৰত ৰাওনা হ'ব শাসক-বিৰোধী বিধায়কৰ দলটো৷ বিধায়কৰ দলটোৰ নেতৃত্ব দিব বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে৷ বিধায়কৰ দলটোৱে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ…

সংবিধানৰ দোহাই দি ‘স্পষ্টীকৰণ’ দিলে শংকৰ সংঘই !

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আজি সংঘৰ নগাঁৱত অৱস্থিত মূল কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে। শনিবাৰে বিয়লি এই সংবাদমেল সম্বোধন কৰি শেহতীয়া কিছু বিতৰ্ক সন্দৰ্ভত সংঘৰ স্থিতি স্পষ্ট কৰে সংগঠনটোৱে ।সংবাদমেলত সদৰী কৰা অনুসৰি…

নগাঁৱৰ খ্ৰাইষ্ট জ্যোতিত কলংক সানিলে কোনে?

নগাঁৱত ছাত্ৰীক অশালীন মেচেজ দি ৰঙাঘৰৰ আলহী হ’ল খ্ৰাইষ্ট জ্যোতি হাইস্কুলৰ শিক্ষক । এইবাৰ চৰ্চাত নগাঁৱৰ খ্ৰাইষ্ট জ্যোতি স্কুল । শুকুৰবাৰে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে খ্ৰাইষ্ট জ্যোতি স্কুলৰ শিক্ষক তুন্না আজমক । বিদ্যালয় কৰ্তৃপক্ষৰ লিখিত…

আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী কোন হ’ব গুজৰাটত?

গুজৰাটৰ মুখ্যমন্ত্ৰী কোন হ’ব সেই সিন্ধান্ত ল’ব ৰাজ্যখনৰ জনতাই। আপ জয়ী হ’লে কোন হ’ব গুজৰাটৰ মুখ্যমন্ত্ৰী?অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰীক পচন্দ কৰাৰ দায়িত্ব দিছে গুজৰাটৰ জনতাক।এক সংবাদমেল সম্বোধন কৰি অৰবিন্দ কেজৰিৱালে আজি এই অভিযানৰ শুভাৰম্ভ…