Browsing Category
বিশ্ব
আফগানিস্তানত তালিবান ক্ষমতালৈ অহাৰ পাছত ভাৰত দোমোজাত কিয় ?
একৈশ বছৰৰ পাছত আকৌ জটিল পৰিস্থিতিৰ সন্মুখীন হৈছে আফগানিস্তান ৷ আফগানিস্তানৰ ৰাজধানী কট্টৰ ইছলামিক সংগঠন তালিবানে দখল কৰাৰ পাছত দেশখনৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে পদত্যাগ কৰিছে ৷ ইতিমধ্যে তেও নিজৰ ঘণিষ্ঠ সহযোগীসকলক লৈ আফগানিস্তান এৰিছে ৷ সংবাদ…
দেশ এৰিলে আফগানিস্তানৰ ৰাষ্ট্ৰপতিয়ে , কাবুল এৰিলে এয়াৰ ইণ্ডিয়াৰ শেষৰখন বিমানে ?
তালিবানৰ ৰাজধানী চহৰ দখলৰ পাছত দেশ এৰিলে আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে ৷তেও আমেৰিকালৈ ৰাওণা হোৱা বুলি খবৰ ওলাইছে ৷ তাৰ মাজতে কাবুল এৰিলে এয়াৰ ইণ্ডিয়াৰ শেষৰখন বিমানেও ৷ বিমানখনত আছে ১২৯ গৰাকী যাত্ৰী ৷ দেওবাৰে তালিবানী বাহিনীয়ে কাবুল…
তালিবানৰ দখললৈ আফগানিস্তান : ভাৰতৰ ২২ হাজাৰ কৌটিৰ বিনিয়োগ অথলে যাব নেকি ?
আগগানিস্তানৰ ক্ষমতা তালিবানৰ হাতলৈ যোৱাটো নিশ্চিত হৈছে ৷ দেওবাৰে তালিবানে দেশখনৰ ৰাজধানী চহৰ কাবুল দখল কৰিছে ৷ ইতিমধ্যে পদত্যাগ কৰিছে দেশখনৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে ৷ সমগ্ৰ চহৰজুৰি স্পষ্ট হৈ পৰিছে ক্ষমতা হস্তান্তৰৰ পৰিৱেশ ৷ ইছলামিক…
তালিবানৰ দখলত কাবুল , আফগানিস্তানৰ নতুন ৰাষ্ট্ৰপতি হ’ব কোন ?
কাবুলত প্ৰৱেশ কৰাৰ পাছতে প্ৰধান কাৰাগাৰৰ দুৱাৰ মুকলি কৰি দিলে তালিবানে ৷জেলৰ পৰা বন্দী তালিবানৰ সদস্যসকলক মুক্তি দিয়া হৈছে ৷একেসময়তে কাবুলৰ প্ৰায় সকলো চৰকাৰী ভৱনত এতিয়া উৰিছে তালিবানৰ পতাকা ৷
ইয়াৰ পূৰ্বে বগৰম বিমানবন্দৰত থকা বগৰম…
কাবুলত প্ৰৱেশ কৰি কি ক’লে তালিবানে ?
অৱশেষত দেওবাৰে আফগানিস্তানৰ ৰাজধানী কাবুলত প্ৰৱেশ কৰিলে তালিবান বাহিনীয়ে ৷ তাৰ পাছতে তালিবানে ঘোষণা কৰিছে যে তেওলোকে ক্ষমতাৰ শান্তিপূৰ্ণ হস্তান্তৰ বিচাৰিছে ৷এক বিবৃতিত তালিবানে উল্লেখ কৰিছে যে তেওলোকে বন্দুকৰ বলত কাবুল দখল কৰিব বিচৰা নাই ৷…
ৰেডিও ষ্টেচন তালিবানৰ দখলত , কি কয় আফগানিস্তানৰ ৰাষ্ট্ৰপতিয়ে ?
তালিবানৰ আগ্ৰাসনৰ মাজত প্ৰথমবাৰৰ বাবে মুখ খুলিছে আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানীয়ে ৷ ৰাষ্ট্ৰপতিগৰাকীয়ে এক সাক্ষাৎকাৰত কয় যে আফগানিস্তানক ধ্বংস আৰু অস্থিৰ কৰাৰ অনুমতি কাকো দিয়া নহ’ব ৷দেশখনৰ নাগৰিকসকলক স্থানান্তৰ কৰা কাৰ্যও সহ্য কৰা নহ’ব…
আফগানিস্তানলৈ সৈন্য প্ৰেৰণ কৰিলে লাভ নকৰে ভাল ফলাফল : ভাৰতক উদ্দেশ্যি সকীয়ণি দুৰ্ধৰ্ষ তালিবানৰ
দিন বাগৰাৰ লগে লগে আফগানিস্তানত তালিবানে দখল কৰিছে ইটোৰ পিছত সিটো অঞ্চল। আফগানিস্তানৰ ভাৰতীয় দূতাবাসৰ সকলো বিষয়া-কৰ্মচাৰীক ইতিমধ্যেই দেশলৈ ঘূৰাই অনাৰ প্ৰস্তুতি চলাইছে ভাৰত চৰকাৰে। দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন তালিবানে ভাৰতক পাকে-প্ৰকাৰে…
আফগানিস্তান : কাবুল দখলৰ দিশে নেকি তালিবান ?
কট্টৰপন্থী ইছলামিক সংগঠন তালিবানৰ যুঁজাৰু বাহিনীয়ে শুকুৰবাৰে কান্দাহাৰ দখল কৰা পাছত উপস্থিত হৈছে লোগাৰৰ ৰাজধানী ফুল- এ -আলমত ৷ আফগান চৰকাৰৰ বাবে এয়া অতি বিপজ্জনক ৷ কিয়নো ফুল_এ- আলম দেশখনৰ ৰাজধানী কাবুলৰ পৰা মাত্ৰ ৫০ কিলোমিটাৰ দূৰত্বত…
ক’ৰোণা ৰুধিবলৈ চীনত কিয় চৰকাৰে ঘৰে ঘৰে লগাইছে তলা ?
চীনলৈ আকৌ উভতি আহিছে ক’ৰোণা ভাইৰাছ ৷ দেশখনত ক’ৰোণাৰ ডেল্টা ভেৰিয়েন্টৰ সংক্ৰমণ ধৰা পৰাৰ পাছত চীনা চৰকাৰে লৈছে কঠোৰ পদক্ষেপ ৷ ছোচিয়েল মেডিয়াত প্ৰচাৰিত হোৱা কেতবোৰ ভিডিওত দেখা পোৱা গৈছে যে ক’ৰোণাৰ সংক্ৰমণ ৰোধ কৰিবলৈ বহু ঘৰ তলা লগাই বন্ধ কৰি…
ভাৰতে আফগানিস্তানক দিয়া হেলিকপ্তাৰ তালিবানৰ দখলত
আফগানিস্তানক ভাৰতে প্ৰদান কৰা চাৰিখন যুঁজাৰু হেলিকপ্তাৰৰ এখন তালিবানে দখল কৰিছে ৷ এই এম আই -২৪ হেলিকপ্তাৰখনৰ লগত ফটো উঠি তালিবানী বিদ্ৰোহীয়ে সেয়া ছোচিয়েল মেডিয়াতো শ্বেয়াৰ কৰিছে ৷২০১৯ চনত কাবুল আৰু বেলাৰুছৰ মাজত হোৱা এক চুক্তি অনুসৰি ভাৰতে…