সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

Uncategorized

যুদ্ধ বিৰতি ঘোষণা ৰাছিয়াৰ

যুদ্ধ আৰু কৰিব বিচৰা নাই ৰাছিয়াই। যুদ্ধ বিৰতি ঘোষণা কৰিছে ৰাছিয়াই। গ্লাম কৰিডৰ নিৰ্মাণৰ বাবে যুদ্ধ বিৰতি ঘোষণা প্ৰৱল প্ৰতাপী ৰাছিয়াৰ। বিদেশী নাগৰিক উদ্ধাৰৰ বাবে এই সিদ্ধান্ত। এই কথা ঘোষণা কৰিছে UNSC ত ৰাছিয়াৰ ৰাষ্ট্ৰদূতে।

যুদ্ধ আৰম্ভ : তেলৰ বজাৰত জ্বলিছে জুই

ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত মিছাইল আক্ৰমণ আৰম্ভ কৰাৰ পাছতে তেলৰ বজাৰতো জুই জ্বলিছে ৷ প্ৰতি বেৰেল খাৰুৱা তেলৰ দাম ১০০ ডলাৰতকৈও অধিক হৈ পৰিছে ৷ ৰাছিয়া আৰু চৌদী আৰৱেই হ’ল খাৰুৱা তেল সৰ্বাধিক পৰিমানে মজুত থকা দুখন দেশ ৷ ৰাছিয়াৰ পৰাই সমগ্ৰ বিশ্বলৈ…

ৰাছিয়াৰ আক্ৰমণ : ইউক্ৰেইনৰ পাঁচটা আহ্বান

ৰাছিয়াৰ মিছাইল আক্ৰমণত ইউক্ৰেইনৰ কেবাটাও প্ৰান্ত ধ্বংসস্তুপত পৰিণত হৈছে ৷ এনে পৰিস্থিতিত ইউক্ৰেইনৰ বিদেশ মন্ত্ৰী দিমিত্ৰো কুলেবাই বিশ্ব সমুদায়লৈ পাঁচটা বিশেষ আহ্বান জনাইছে ৷ তেওঁ কয় যে ইউক্ৰেইনে নিজৰ সুৰক্ষা নিশ্চিত কৰিব আৰু যুদ্ধত বিজয়…

পুনৰ গ্ৰেপ্তাৰ হ’ব লালু প্ৰসাদ যাদৱ….

ৰাষ্ট্ৰীয় জনতা দলৰ সৰ্বোচ্চ নেতা তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্রী লালু প্ৰসাদ যাদৱ পুনৰ গ্ৰেপ্তাৰ হ'ব বহুচৰ্চিত পশুখাদ্য কেলেংকাৰীৰ বাবে। মঙলবাৰে বিহাৰৰ চিবিআইৰ এখন বিশেষ আদালতে ১৩৯.৩৫ কোটি টকাৰ দৰন্দা কোষাগাৰ আত্মসাৎ কৰাৰ অভিযোগত দোষী…

মাজুলীৰ উপ-নিৰ্বাচনৰ বাবে অসম জাতীয় পৰিষদে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম

আজি মাজুলীত অসম জাতীয় পৰিষদে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম। ৭ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া মাজুলীৰ উপ-নিৰ্বাচনত অজাপৰ প্ৰাৰ্থী হ’ব চিত্ৰৰঞ্জন বসুমতাৰী। অসম জাতীয় পৰিষদৰ নেতা লুৰিণ জ্যোতি গগৈ আৰু জগদিশ ভূঞাই সংবাদমেলৰ জৰিয়তে ঘোষণা কৰিলে প্ৰাৰ্থীৰ…