সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

ৰাজনীতি

মমতাৰ প্ৰতি ‘মমতা’ কমিছে বংগবাসীৰ?

নন্দীগ্ৰামত মমতাৰ মুখথেকেঁচা ভেকুটীয়া সমবায় কৃষি সমিতিৰ ১২টা পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছিল দেওবাৰে এই ১২ টা পদৰ ১১ টা পদতেই জয়লাভ কৰিছে বিজেপিৰ প্ৰাৰ্থীয়ে৷ ভেকুটীয়া সমবায় নন্দীগ্ৰাম বিধানসভা সমষ্টিৰ অধীন এই নন্দীগ্ৰাম এসময়ত…

১০০ মিটাৰ গৈয়ে থমকিল অখিলেশ

উত্তৰ প্ৰদেশ বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ আগমুহূৰ্তত সমাজবাদী দলে লৈছে বিধান ভৱনলৈ প্ৰতিবাদী যাত্ৰাৰ কাৰ্যসূচী৷ সোমবাৰে সমাজবাদী নেতা অখিলেশ যাদৱৰ নেতৃত্বত এই প্ৰতিবাদী যাত্ৰা উলিওৱা হয়৷ সোমবাৰৰ পৰা আৰম্ভ হৈছে ৰাজ্যখনৰ…

EXCLUSIVE : মন্ত্ৰী পীযূষ হাজৰিকাৰ ঘৰত মুম্বাইৰ ব্যৱসায়ীৰ ৬৮ লাখ টকীয়া গাড়ী

মণীষা কলিতা , গুৱাহাটী , ১২ ছেপ্তেম্বৰ : মুম্বাইৰ এজন ব্যৱসায়ী , জাগীৰোডত নিৰ্মীয়মাণ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ঔষধ নিৰ্মাণকাৰী কোম্পেনী আৰু অসম চৰকাৰৰ মন্ত্ৰী পীযূষ হাজৰিকাই ব্যৱহাৰ কৰা এখন  গাড়ীয়ে এতিয়া কেইবাটাও বিস্ফোৰক…

যোগী আদিত্যনাথ-হিমন্ত বিশ্ব শৰ্মালৈ কি সকীয়ণি প্ৰধানমন্ত্ৰী মোদীৰ?

এপাত কাঁড়েৰে দুটাকৈ লক্ষ্যভেদ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ দুখন নতুন সমিতিৰ জড়িয়তে স্পষ্ট কৰি দিলে যে বিজেপিত এতিয়াও তেঁৱেই সৰ্বেসৰ্বা ৷ লগতে যোগী আদিত্যনাথ আৰু হিমন্ত বিশ্ব শৰ্মাকো দিলে সকীয়ণি ৷ কি সকীয়ণি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে ,…

বিহাৰৰ বিদ্ৰোহেই মোদীৰ পতনৰ কাৰণ হ’ব নেকি ?

ইতিহাসৰ আশ্চৰ্যকৰ পুণৰাবৃত্তি ৷ ১৯৭১ ত ৩৫২ খন আসন পোৱা ইন্দিৰা গান্ধীৰ পতন ঘটাইছিল বিহাৰৰ বিদ্ৰোহে ৷ ২০১৯ ত ৩৫৩ খন আসন জয় কৰা নৰেন্দ্ৰ মোদীৰো পতনৰ কাৰণ হ’ব নেকি বিহাৰৰ বিদ্ৰোহ? আমাক আৰ্থিকভাৱে সহযোগ কৰিব পাৰে তলৰ লিংকত ক্লিক কৰি –…

গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বেই ২০ জুলাইত গুৱাহাটীলৈ আহিছিল ঝাৰখণ্ডৰ বিধায়ক

গ্ৰেপ্তাৰ হোৱাৰ পূৰ্বেই ২০ জুলাইত গুৱাহাটীলৈ আহিছিল ঝাৰখণ্ডৰ বিধায়ক। বিস্ফোৰক তথ্য ফাদিল CID ৰ অনুসন্ধানত। স্বতন্ত্ৰতাৰ বাবে সহযোগিতাৰ প্ৰয়োজন ৷ https://youtu.be/SgALtdDquyo https://thecrosscurrent.in/ Follow Us Facebook:…

আপৰ ভিতৰচৰাত চলিছে কি ?

আপৰ ভিতৰচৰাত সুৰক্ষিত নহয় মহিলা ! আপত চলিছে নেকি ভাঙোন ! আপৰ নেত্ৰীৰ অডিঅ’ টেপে পোহৰলৈ আনিলে বিস্ফোৰক সত্য আপৰ পৰা নিলম্বিত ৰাজীব শইকীয়া – ৰুদ্ৰাংকৰ হাজৰিকা মহিলা নেত্ৰীক দুৰ্ব্যৱহাৰৰ অভিযোগত নিলম্বিত দুই নেতা ৰাজীব শইকীয়া আম আদমি…

ৰাজ্যসভাৰ পৰা বহিস্কৃত হ’ল ১৯ জন সাংসদ

ৰাজ্যসভাৰ পৰা বহিস্কৃত হ’ল ১৯ বিৰোধী সাংসদ৷ ৰাজ্যসভাৰ মজিয়াত বিশৃংখলতা সৃষ্টি কৰাৰ অভিযোগত বহিস্কাৰ কৰা হ’ল এই ১৯ সাংসদক৷ শুক্ৰবাৰ পর্যন্ত সংসদৰ পৰা বহিস্কাৰ হৈ ৰ’ব এই সকল সাংসদ৷ সোমবাৰে লোকসভাৰ পৰা বহিস্কাৰ হৈছিল চাৰি গৰাকী কংগ্ৰেছ সাংসদ৷…