Browsing Category
ৰাজনীতি
খিলঞ্জীয়াৰ ভাগ্য নিয়ন্তাৰ ৰূপত শ্বাহী এণ্ড কোম্পানী
প্ৰধানমন্ত্ৰী আদি আদৰ্শ গ্ৰাম যোজনাৰ ২৪২.৩৭ কোটিৰ ঠিকাৰ ২২০.৭৯ কোটিয়েই ৪ বিতৰ্কিত ঠিকাদাৰৰ কব্জাত
কি অসম আছিল, কি অসম হ’ল?
'সেউজসমৃদ্ধ পৰিৱেশত অসমীয়াৰ সহজ সৰল জীৱনক বিশ্বৰ আদৰ্শ হিচাপে গঢ়ি তোলা হ’ব’– প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসৰ ‘স্বাধীন অসমৰ অৰ্থনীতি’ গ্ৰন্থখনত সামৰা হৈছে এইদৰে৷ স্বাধীন অসমৰ কোনোবাই বিৰোধিতা কৰিব পাৰে। কিন্তু এখন স্বাৱলম্বী অসমৰ সপোনক…
নূন্যতম ৯৯ টকাৰ ঠাইত নাজিৰাখাটত টোলকৰ নিৰ্ধাৰণ ১৪০ টকা
এখন কল্যাণকামী ৰাষ্ট্ৰৰ প্ৰধান আৰু মূল দায়িত্বই হ’ল নাগৰিকসকলক নূন্যতম প্ৰয়োজনীয় সুবিধাখিনি উপলব্ধ কৰোৱা৷ এই সুবিধাৰ ভিতৰত নিশ্চয় নিৰাপদে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ ভ্ৰমণ কৰাৰ সুবিধাও উপলব্ধ হ’ব লাগে৷ কিন্তু ভাৰতৰ শেহতীয়া যাতায়ত ব্যৱস্থা…
গৰুয়ে নিশ্বাসত এৰে অক্সিজেন! ন্যায়াধীশে এয়া কি ৰায় দিলে?
ভাৰতৰ ন্যায়পালিকা কি স্তৰলৈ অৱনমিত হৈছে, সেয়া এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ ভাষণেই উদঙাই দিলে৷ দেওবাৰে বিশ্ব হিন্দু পৰিষদৰ এক শাখা সংগঠনৰ বৈঠকত ভাষণ দি ন্যায়াধীশ শ্বেখৰ যাদৱে কৈ দিলে যে ভাৰত দেশ ইয়াৰ সংখ্যাগুৰুৰ মতে পৰিচালিত হ’ব৷…
লিলিৰ বৈঠকে নহয়, বিকল্প অসমৰ নক্সাইহে বিৰোধীক দিব সফলতা
আকৌ বৈঠক বহিছে হোটেল লিলিত৷ এই লিলি হোটেলৰ বৈঠকতে গঠন হৈছিল বিৰোধী ঐক্যমঞ্চ৷ পৰৱৰ্তী সময়ত যাক অভিহিত কৰা হৈছিল ‘অসম সন্মিলিত মৰ্চা’ চমুকৈ অ.স.ম. হিচাপে৷ সেই লিলিতেই এদিন ভংগ হৈ যায় ‘অ.স.ম.’৷ উপ-নিৰ্বাচনৰ পাছত আকৌ কংগ্ৰেছক সামৰি অ.স.ম. গঠনৰ…
গৌৰৱ গগৈ কেৱল কংগ্ৰেছৰ নে পৰিৱৰ্তনকামী জনতাৰ নেতা হ’ব বিচাৰে?
THE CROSSCURRENT TAKE
২০২৪ চনৰ লোকসভা নিৰ্বাচন অসমৰ বাবে কেইবাটাও কাৰণত আছিল অত্যন্ত তাৎপৰ্যপূৰ্ণ৷ তাৰ মাজৰ এটা ব্যতিক্ৰম ঘটনা আছিল যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈৰ বিজয়৷ বিজেপিৰ চক্ৰবেহু ফালি অভিমন্যুৰ ৰূপত যোৰহাটত বিজয় সাব্যস্ত কৰিলে…
ভূপেন বৰাই এৰিব লাগিব APCCৰ সভাপতি পদ!
প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব এৰিব লাগিব নেকি ভূপেন বৰাই? কংগ্ৰেছ ৱৰ্কিং কমিটিৰ এটা সিদ্ধান্তই এই প্ৰশ্ন ৰাজ্যৰ ৰাজনীতিলৈ ঠেলি দিছে। যদি ভূপেন বৰাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদ এৰিব লগা হয়, তেতিয়া কোন হ’ব পৰৱৰ্তী প্ৰদেশ কংগ্ৰেছৰ সভাপতি?…
সময়ে সময়ে সলনি হয় মোদীৰ মুখৰ কথা
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঠিকেই কৈছিল। গণতন্ত্ৰক যদি ৰক্ষা কৰিব লাগে, তেনেহ’লে EVM ৰ সলনি বেলট পেপাৰত ভোট দিয়াৰ ব্যৱস্থা কৰিব লাগে। আমাৰ দেশৰ জনসাধাৰণ শিক্ষা-দীক্ষাত বৰ বিশেষ আগবঢ়া নহয়। কিন্তু শিক্ষা-দীক্ষা প্ৰযুক্তিত আগবঢ়া দেশে EVM…
কংগ্ৰেছে বাস্তৱতাক বুজিব কেতিয়া?
কংগ্ৰেছ এতিয়াও আত্মবিশ্বাসী যে সমগ্ৰ দেশৰ জনতাই বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰি কংগ্ৰেছক ভোট দিবলৈ উদগ্ৰীৱ হৈ আছে৷ কিন্তু কংগ্ৰেছৰ এই ভাৱনাক এটাৰ পাছত আন এটা নিৰ্বাচনৰ ফলাফলে বাৰম্বাৰ ভুল প্ৰমানিত কৰিছে৷ এইটো অনস্বীকাৰ্য যে ভাৰতৰ নিৰ্বাচনী…
মোদীৰ অচ্ছে দিনত প্ৰতিদিনে দেউলীয়া হৈছে ১৭ টাকৈ কোম্পানী
দেশত বৃদ্ধি পাইছে অৰ্থনৈতিক অস্থিৰতা। দেউলীয়া কোম্পানীৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে। এই কোম্পানীবোৰে বিভিন্ন কাৰণত ব্যৱসায়ত টিকি থাকিব পৰা নাই। এটা দুটা নহয়, পৰিসংখ্যা দেখি আপুনিও আচৰিত হ’ব। দেশত বিগত ৬ বছৰত ৪০ হাজাৰৰো অধিক কোম্পানী…