সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

ৰাজনীতি

ভাৰতীয় হৈ লজ্জিত মই’ -নিজেই কৈছিল নৰেন্দ্ৰ মোডীয়ে

বিজেপিৰ সাংসদৰ দাবী যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে লণ্ডনত কৰা মন্তব্যৰ বাবে সংসদত ক্ষমা খোজা উচিত।সোমবাৰে ৰাজ্যসভাত এই দাবী তোলে বিজেপিৰ সাংসদে।শাসক দলৰ এই দাবীৰ বিৰোধিতাৰে সোমবাৰে সদন উত্তাল কৰে কংগ্ৰেছ দলে।শাসক দলৰ এই দাবীৰ বিপৰীতে…

বিৰোধীক প্ৰতিহত কৰাৰ উপায় একমাত্ৰ ED আৰু CBI

বিৰোধী লগ লাগিলেই টেনচন হয় বিজেপিৰ।বিৰোধী নেতাক জে’ললৈ পঠিয়াবলৈ নানান পৰিকল্পনা বিজেপিৰ।দিল্লীৰ উপমুখ্যমন্ত্ৰী মণীষ ছিছ’ডিয়াক শেহতীয়াকৈ জে’ললৈ পঠিওৱাৰ পাছত এইবাৰ বিজেপিৰ লক্ষ্য বিহাৰৰ নীতিশ কুমাৰ চৰকাৰৰ চৰকাৰৰ উপমুখ্যমন্ত্ৰী তেজস্বী…

প্ৰধানমন্ত্ৰীক কঠোৰ সকীয়নি,কিন্তু কাৰ?

'চাহেব,আপুনি মোক জে’লত ৰাখি মোক সমস্যাত পেলাব পাৰিব।কিন্তু আপুনি মোৰ কামৰ স্পৃহাত বাধা দিব নোৱাৰে।বৃটিছ শাসকেও স্বাধীনতা সংগ্ৰামী সকলক কষ্ট দিছিল।কিন্তু তেওঁলোকৰ কামৰ গতি কমা নাছিল'- এই বাৰ্তা দিল্লীৰ প্ৰাক্তন উপমুখ্যমন্ত্ৰী মণীষ…

অসমৰ সাংসদক আক্ৰমণ ত্ৰিপুৰাত

নিৰ্বাচনৰ পাছত ত্ৰিপুৰাত উদ্ভৱ হোৱা হিংসাত্মক ঘটনাৰ পৰ্যবেক্ষণৰ বাবে ত্ৰিপুৰাত কংগ্ৰেছৰ এটা দল উপস্থিত হৈছেগৈ ।কংগ্ৰেছ আৰু বাওঁ দলৰ সদস্যৰ এই গোটটো চেপাহীজালা জিলাত আক্ৰমণৰ সন্মুখীন হয়। আৰক্ষীয়ে এই আক্ৰমণ কোনো অচিনাক্ত দুৰ্বৃত্তই সংঘটিত…

কুকুৰৰ কথা কোৱা বিধায়ক জে’ললৈ !

মহাৰাষ্ট্ৰৰ এগৰাকী বিধায়কৰ মন্তব্যই কঁপাইছে উত্তৰ পূব।অন্য ৰাজ্যৰ মানুহে নাগালেণ্ডৰ লোকে কুকুৰ,সাপ,বৃশ্চিক আদি আহাৰ হিচাপে গ্ৰহণ কৰে বুলিয়েই ধাৰণা কৰে ।কিন্তু এইবাৰ মহাৰাষ্ট্ৰৰ এজন বিধায়কে অসমৰ ক্ষেত্ৰত এই মন্তব্য দি বেয়াকৈ মুখথেকেঁচা…

মিছন ৪০০

২০২৪ চনৰ লোকসভা নিৰ্বাচনলৈ হাতত আছে মাত্ৰ এটা বছৰ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক লৈ বিজেপিয়ে পুনৰ ক্ষমতালৈ আহিব পাৰিবনে?হিমাচল প্ৰদেশকে ধৰি মেঘালয়,নাগালেণ্ডত দলটোৱে নিজাববীয়াকৈ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱা…

মিছন ৪০০

২০২৪ চনৰ লোকসভা নিৰ্বাচনলৈ হাতত আছে মাত্ৰ এটা বছৰ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক লৈ বিজেপিয়ে পুনৰ ক্ষমতালৈ আহিব পাৰিবনে?হিমাচল প্ৰদেশকে ধৰি মেঘালয়,নাগালেণ্ডত দলটোৱে নিজাববীয়াকৈ ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱা…

মহিলাৰ বাবে সংৰক্ষণ লাগিবই !

ভাৰত ৰাষ্ট্ৰ সমিতিৰ জ্যেষ্ঠ নেত্ৰী কে কবিতাই শুকুৰবাৰে দিল্লীত এক অনশন কাৰ্যসূচী আৰম্ভ কৰে ।মুঠ ১২ টা বিৰোধী দলে এই অনশন কাৰ্যসূচীত অংশ লোৱাৰ কথা।তৃণমূল কংগ্ৰেছ,নেশ্যনেল কংগ্ৰেছ পাৰ্টি,জনতা দল(ইউ),ৰাষ্ট্ৰীয় জনতা দল ,সমাজবাদী পাৰ্টিয়ে এই…

বলেৰে নোৱাৰি চলেৰে ক্ষমতা লোৱাৰ আঁচনি বিজেপিৰ

তামিলনাডুত হিন্দী কোৱাৰ বাবে বিহাৰীক মৰা কথাটো কিমান সঁচা?তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে এই বাতৰিক বিভ্ৰান্তিকৰ আৰু উৰাবাতৰি আখ্যা দিছে।ষ্টেলিনৰ মতে তেওঁৰ চৰকাৰৰ বিৰুদ্ধে এয়া বিজেপিৰ ষড়যন্ত্ৰ। তামিলনাডুত বিহাৰী শ্ৰমিকক আক্ৰমণৰ…

জুইৰ লগত খেলিছে বিজেপিয়ে?

তেলেংগানাৰ মন্ত্ৰী কে টি ৰামাৰাও বৃহস্পতিবাৰৰ দিনটোত আক্ৰমণাত্মক হৈ পৰে প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে। মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গৌতম আদানিৰ বিত্তীয় কেলেংকাৰী সন্দৰ্ভত একো মন্তব্য নিদিয়াৰ বিষয়টো উল্লেখ কৰি কয় যে গৌতম…