সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

ৰাজনীতি

দক্ষিণ ভাৰতত সৰ্বস্ব হেৰুওৱাৰ দিশে বিজেপি

লোকসভা নিৰ্বাচনৰ পূৰ্বে আন এক মোক্ষম বিজেপি নেতৃত্বাধীন এন ডি এত ।এইবাৰ এন ডি এ এৰিলে পুৰণি আৰু বৃহৎ সহযোগী দল এ আই এ ডি এম কেই । সোমবাৰে দলটোৱে এই সিদ্ধান্তৰ কথা আনুষ্ঠানিভাৱে সদৰী কৰে।চেন্নাইত সোমবাৰে অনুষ্ঠিত দলটোৰ এক উচ্চস্তৰীয় বৈঠকৰ…

ৰাহুলৰ অ’ বি চি ট্ৰামকাৰ্ডত দেশৰ ৰাজনীতিত আলোড়ন

সমাজৰ পাছপৰা শ্ৰেণীৰ লোকসকলেই নিৰ্ধাৰণ কৰিব ২০২৪ ত দিল্লীৰ সিংহাসন হ’ব কাৰ । সেইবাবেই পাছপৰা লোকসকল উপনীত হৈছে দেশৰ ৰাজনীতিৰ মূল অভিকেন্দ্ৰত ।সংসদৰ ভিতৰে বাহিৰে অ’ বি চিৰ অধিকাৰক লৈ সৰৱ হৈ পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী । মহিলা সংৰক্ষণ…

উৰহৰ খং ভগা ঢাৰিতে জাৰিছে অ’ৱেছীয়ে !

২০২৪ চনৰ লোকসভা নিৰ্বাচনলৈ মাজত আছে মাত্ৰ ৬ টা মাহ।শাসক -বিৰোধী দুয়োটা পক্ষই ইতিমধ্যে পৃথকে পৃথকে নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰি ৰণক্ষেত্ৰত নামি পৰিছে।বিজেপি নেতৃত্বাধীন NDA ত সংখ্যাত ৩৮ টা দল লগ লাগিছিল যদিও ইতিমধ্যে ৩ টা দলে NDA ৰ পৰা…

‘মোডী মেৰিয়ট’ৰ খবৰ পাইছেনে?

নতুন দিল্লীত উদ্ধোধন হ’ল নতুন সংসদ ভৱন। সংসদ ভৱনক লৈ বিজেপি দল আৰু চৰকাৰ অত্যধিক উৎফুল্লিত।চৰকাৰ আৰু বিজেপি দলে নৱনিৰ্মীত ভৱনটোক প্ৰধানমন্ত্ৰী মোডীৰ এক বৃহৎ সফলতা বুলি দাবী কৰি আহিছে।কিন্তু তাৰ বিপৰীতে জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে এই…

৩৩% নহয় ৫০% মহিলাক দিব প্ৰাৰ্থিত্ব !

তৃণমূল কংগ্ৰেছে আগৰে পৰাই ২০১৯ চনৰ পৰাই বঙালী ছোৱালীৰ ৰক্ষণাবেক্ষণৰ বাবে পদক্ষেপ গ্ৰহণ কৰি আহিছে-এই দাবী তৃণমূলৰ সাংসদ তথা ৰাষ্ট্ৰীয় সম্পাদক অভিষেক বেনাৰ্জী। মহিলা সকলে মমতা বেনাৰ্জীকে ভোট দি জয়যুক্ত কৰিছিল ২০১৯ চনত।২০২৪ চনৰ লোকসভা…

বিজেপি ত্যাগৰ ‘অজুহাত’ লাগে উমা ভাৰতীক !

মহিলা সংৰক্ষণ বিধেয়ক গৃহীত হ’ল দুয়োখন সদনতে।এই বিধেয়ক আইন হৈ কেতিয়া কাৰ্যকৰী হয়,সেয়া পিছৰ কথা কিন্তু বিজেপি চৰকাৰে লৰাঢপৰা কৰি হ’লেও কাৰ্যকৰী কৰিলে বিধেয়কখন।এতিয়া মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উমা ভাৰতীক লাগে অন্যান্য পিছপৰা শ্ৰেণীৰ…

ৰণচণ্ডী ৰূপ লৈছে মণিপুৰৰ চিত্ৰাংগদাই !

বিগত ৩ মে’ৰ পৰা অশান্ত হৈ আছে চিত্ৰাংগদাৰ দেশ মণিপুৰ। মণিপুৰত বিগত দিনবোৰত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষত প্ৰায় ১৭৫ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।দীৰ্ঘদিনীয়া সাম্প্ৰদায়িক সংঘাতৰ যেন ওৰ পৰাৰ কোনো লক্ষণেই নাই মণিপুৰত। হত্যা-হিংসাই জৰ্জৰিত কৰি…

বিফল প্ৰধানমন্ত্ৰী মোডী,হতাশ বিজেপি !

২০২৪ চনৰ লোকসভাৰ নিৰ্বাচন সমাগত।মাজত আছে মাত্ৰ ৭ টা মাহ।বিগত ৯ টা বছৰৰ সকলো প্ৰতিশ্ৰুতি ৰক্ষা কৰিব লাগিব বিজেপিয়ে।প্ৰতিশ্ৰুতিৰ নামত কথাৰ ফুলজাৰি ভাৰতীয় ভোটাৰে আৰু সহ্য নকৰে বুলি ভয় খাইছে বিজেপিয়ে।সময় যিমানে কাষ চাপিছে,ভৰিৰ তলৰ মাটি হেৰাইছে…

ভিৰৰ মাজতো নিসংগ বিজেপি !

জয়াললিতাৰ দল AIADMK ই সংগ এৰিছে বিজেপিৰ। ইতিমধ্যে দলটোৰ নেতা ডি জয়কুমাৰে বিজেপিৰ সংগ এৰাৰ বিষয়টো নিশ্চিত কৰিছে।নিজ দলৰ জ্যেষ্ঠ প্ৰতিস্থাপক নেতাক অপমান কৰাটো কোনো কাৰণতেই সহ্য নকৰে AIDMK ই।জয়কুমাৰে এই কথা স্পষ্ট কৰি দিছে যে সদ্যহাতে তেওঁলোকৰ…

পুনৰ কংগ্ৰেছলৈ সিন্ধিয়া ?

কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা জ্যোতিৰাদিত্য সিন্ধিয়াই এক আলোচনাত অংশ লৈ কয় যে তেওঁৰ কংগ্ৰেছ নেতা কমল নাথ অথবা দ্বিগবিজয় সিঙৰ ওপৰত অলপো ক্ষোভ নাই।তেওঁ কেতিয়াও মুখ্যমন্ত্ৰী হোৱাৰো সপোন দেখা নাই।তেওঁ মাত্ৰ মধ্য প্ৰদেশৰ উন্নতি…