Browsing Category
ৰাজনীতি
হিটলাৰেও দিছিল ১৪ বছৰত নোহোৱা কাম ৪ বছৰত কৰাৰ প্ৰতিশ্ৰুতি
‘অচ্ছে দিন’ৰ সপোন দেখুৱাই ক্ষমতা দখল কৰাটো কোনো নতুন ৰাজনৈতিক কৌশল নহয় । বিশ্ব ইতিহাসৰ কুখ্যাত শাসক হিটলাৰেও দিছিল ‘অচ্ছে দিন’ৰ শ্ল’গান । অৰ্থাৎ ভাল দিনৰ সপোন দেখুৱাই শাসনলৈ আহিছিল এডল্ফ হিটলাৰ । আজিৰ কোনো কোনো নেতাই যিদৰে ৬০ বছৰৰ বিপৰীতে…
পঞ্চপাণ্ডৱ নহয়, এইবাৰ ৰাজনীতিত পঞ্চগান্ধীহে !
এজন গান্ধীয়েই জ্বলাকলা খুৱাইছে বিজেপি দলটোক । একেটা সময়তে গান্ধী বুলি ক’লেই পেটতে হাতভৰি লুকুৱাৰ দৰে পৰিস্থিতি হৈছে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ৷সেই সময়তে ৫ গৰাকী গান্ধী লগ লাগিব বিজেপিৰ বিৰুদ্ধে৷কোন এই ৫ গৰাকী…
য’তেই প্ৰধানমন্ত্ৰী ,ত’তেই ৰাৱণৰ মূৰ্তি !
যিমানেই দিন বাগৰিছে,সিমানেই দেশত জোৰেৰে বলিছে নিৰ্বাচনী বতাহ৷দেশৰ লোকসভা নিৰ্বাচনলৈ আছে মাথোন ৬ টা মাহ৷তাৰ মাজতে আকৌ ৫ খন বৃহৎ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন। ইফালে ইটোৰ পিছত সিটো প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ বিজেপিৰ লাগিছে খকাখুন্দা। নিজৰ নেতা…
কাৰ কথাত উঠাবহা কৰে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ?
বিগত মাহত উত্তৰ প্ৰদেশৰ আমেথি সমষ্টিৰ সঞ্জয় গান্ধী মেমৰিয়েল হস্পিতালত এগৰাকী ৰোগীৰ অস্ত্ৰোপচাৰৰ সময়ত মৃত্যু ঘটাৰ বাবে যোগী চৰকাৰে অনুজ্ঞাপত্ৰ বাতিল কৰে চিকিৎসালয়খনৰ। অৱশ্যে যোগী চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী ব্ৰজেশ পাঠকে যদিও অনুজ্ঞাপত্ৰ বাতিলৰ…
কুলীৰ কপাল ফুলালে ৰাহুল গান্ধীয়ে !
ৰে’ল ষ্টেচনত কুলী আমি সকলোৱে দেখো।আমি সকলোৱে কুলীৰ সহায় লওঁ। কিন্তু এই কুলীসকলৰ জীৱনলৈ হঠাৎ আহিল পৰিবৰ্তন। বিগত ৭ বছৰে বিভিন্ন প্ৰতিবাদ,শ্লোগান,ধৰ্ণাই কুলীৰ মজুৰি বৃদ্ধিত কোনো প্ৰভাৱ পেলাব পৰা নাছিল। বিগত ৭ টা বছৰে এই কুলীসকলে মজুৰি বৃদ্ধিৰ…
বসুন্ধৰা ৰাজেই ৰাজস্থানত আনক ‘ৰজা’ নাপাতে !
দেশৰ আন চাৰিখন ৰাজ্যৰ বিধানসভাৰ লগতে ৰাজস্থানতো অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন। ৰাজস্থান,মধ্য প্ৰদেশ,ছত্তীশগড়,তেলেংগানা আৰু মিজোৰামত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন। বৰ্তমান মিজোৰামক বাদ দি আন চাৰিখন হিন্দীবলয়ৰ ৰাজ্যত পূৰ্ণগতিত নিৰ্বাচনী…
কৈনো কৈ থাকিলে ওৰকে নপৰে ‘তুলিৰাম বাহিনী’ৰ কথা !
এটাৰ পিছত এটা কেলেংকাৰীয়ে জোকাৰি গৈছে কাৰ্বি আংলং।চৰকাৰী পুঁজি আত্মসাতৰ পৰা ,চৰকাৰী ঠিকা ঠুকলি নিজৰ পৰিয়ালৰ নামত আৱণ্টন দিয়াৰ পৰা কোনো ক্ষেত্ৰতেই পিছপৰি ৰোৱা নাই কাৰ্বি আংলং জিলা পৰিষদৰ মূৰব্বী তুলিৰাম ৰংহাং। মুখ্য কাৰ্যবাহীৰ সমানে সমানে…
ৰাছিয়া -ইউক্ৰেইন যুদ্ধ ‘বন্ধ’ কৰা মোডী নীৰৱ কিয় মণিপুৰৰ ক্ষেত্ৰত?
উত্তৰ পূৰ্বাঞ্চলৰ মিজোৰামৰ লগতে দেশৰ আন ৪ খন ৰাজ্যত বছৰৰ শেষৰ ফালে বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। অহা নবেম্বৰত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনকলৈ শাসক -বিৰোধী সকলো ব্যস্ত। ইফালে ২০২২ চনৰ বিধানসভাৰ নিৰ্বাচনৰ আগত প্ৰধানমন্ত্ৰী মোডীয়ে অষ্টলক্ষ্মী…
নলত ধৰিলে নল ছিঙে,দলত ধৰিলে দল ভাঙে বিজেপিৰ !
৫ ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনক লৈ প্ৰধানমন্ত্ৰী যিমানেই ব্যস্ত ,সিমানেই চিন্তিত দেশৰ সাধাৰণ নিৰ্বাচনকলৈয়ো।২০২৪ চনৰ এপ্ৰিলত অনুষ্ঠিত হ’ব লোকসভাৰ নিৰ্বাচন। ইতিমধ্যে ৯ বছৰ ৬ মাহ কেন্দ্ৰত সম্পূৰ্ণ কৰিলে বিজেপি চৰকাৰে। বিগত প্ৰায় ৭ টা বছৰ…
পানীৰ মিস্ত্ৰী , পতঞ্জলীৰ শ্ৰমিকেৰে গঠন আছুৰ জিলা সমিতি
ঘূণে ধৰিছে অসমৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন বুলি দাবী কৰা সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত । আছু নেতৃত্বৰ মইমতালিৰ বিৰুদ্ধে আদালতৰ দাৰস্থ হৈছে ইজনৰ পাছত সিজন আছু নেতা । বয়োবৃদ্ধ ছাত্ৰ নেতাৰে ভৰপূৰ হৈ পৰা আছুৰ মজিয়াত এতিয়া চলিছে চৰম অৰাজকতা ৷ আছুৰ পৰা…