সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

দেশ

সোণৰ খনিতেই সোণৰ কণী বিচাৰিব ৰাহুল গান্ধীয়ে !

হয়,কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ জীৱনলৈ আকস্মিকভাৱে পৰিবৰ্তন অনা স্থানডোখৰেই আছিল সোণৰ খনিৰ বাবে বিখ্যাত কৰ্ণাটকৰ কোলাৰ।সেই কোলাৰতেই লাগিছিল ৰাহুল গান্ধীৰ জীৱনৰ 'শনি'।২০১৯ চনত কৰ্ণাটকৰ কোলাৰত প্ৰদান কৰা এক নিৰ্বাচনী ভাষণৰ বাবে ৰাহুল গান্ধীয়ে…

নৰেন্দ্ৰ মোডী কিমান পঢ়া,কিয় লাগে কেজৰিৱালক?

প্ৰধানমন্ত্ৰীৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ বিচাৰি পুনৰ মুখথেকেঁচা খালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।গুজৰাট উচ্চ ন্যায়ালয়ে শুকুৰবাৰে প্ৰধানমন্ত্ৰী মোডীৰ কাৰ্যালয়ে নৰেন্দ্ৰ মোডীৰ স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ ছাৰ্টিফিকেট দাখিল…

অমৃতকালৰ বিষাক্ত উপহাৰ জনতাক!

১ এপ্ৰিলৰ পৰা বিজেপি চৰকাৰে বিষাক্ত কৰিব জনতাৰ জীৱন? মূল্যবৃদ্ধিৰে জনতাৰ পকেট কাঢ়িবলৈ সাজু চৰকাৰ ! কিয়নো ১ এপ্ৰিলৰ পৰা ভয়াৱহ ৰূপত সলনি হৈ পৰিব সৰ্বসাধাৰণৰ জীৱন। অমৃতকাল ভয়ংকৰ শাপ হৈ পৰিব সৰ্বসাধাৰণৰ জীৱনৰ বাবে।জনতাৰ পকেট কটাৰ সকলো…

ৰাম নৱমী গ’ল কিন্তু শিলাবৰ্ষণ শেষ নহ’ল

ৰাম নৱমীৰ দিনাই দেশৰ কেইবাখনো ৰাজ্যত সংঘটিত হ’ল সংঘৰ্ষ।দেশৰ আন প্ৰান্তৰ লগতে পশ্চিমবংগতো সৃষ্টি হৈছিল সংঘৰ্ষৰ।কিছুমান দোকান তথা অট’ৰিক্সাৰ ওপৰতো চলিছিল আক্ৰমণ।ৰাম নৱমীৰ শোভাযাত্ৰা উলিওৱাৰ সময়ত পশ্চিম বংগৰ হাওৰা জিলাত সংঘটিত হৈছে ভয়ংকৰ…

ঘৰটো বাদেই,দেশৰ পৰাই বাহিৰ হোৱাৰ দিন আহিল নেকি মোডীৰ?

মোডী হটাও দেশ বচাও শ্লোগান সন্নিৱিষ্ট প’ষ্টাৰ লগাই গ্ৰেপ্তাৰ হ’ল ৮ জন ।উল্লেখ্য যে আম আদমি পাৰ্টিয়ে ৩০ মাৰ্চৰ পৰা সমগ্ৰ দেশত আৰম্ভ কৰিছে ৰাষ্ট্ৰযোৰা প’ষ্টাৰিং অভিযান।এই অভিযানৰ অংশ হিচাপে আম আদমি পাৰ্টীৰ সদস্যই আৰম্ভ কৰিছে প’ষ্টাৰিং…

ৰাজনীতিৰ পৰা সন্ন্যাস ল’ব নীতিন গাডকাৰীয়ে?

শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিজৰ ৰাজনৈতিক জীৱনক লৈ কেইবাবাৰো তিক্ততা প্ৰকাশ কৰিছে। তেওঁ আনকি লাগে শেহতীয়াকৈ এনেকৈয়ো কৈছে যে তেওঁ কাকো তেল নামাৰে।বিগত দেওবাৰে তেওঁৰ ঘনিষ্ঠ ৰাজনৈতিক মহলক হতচকিত কৰি তেওঁ কয় যে তেওঁ তেওঁৰ কেৰিয়াৰত বহুবোৰ…

‘ঘৰ এৰাৰ জাননী এক কাপুৰুষালি’

জ্যেষ্ঠ কংগ্ৰেছ নেতা অজয় ৰায়ে সাংসদ পদ খাৰিজ কৰা ৰাহুল গান্ধীক দিব খুজিছে এটা ঘৰ।ঘৰটো তেওঁৰ নিজৰে।নিজৰ ঘৰটোৱেই তেওঁ দিব খুজিছে ৰাহুল গান্ধীক।উত্তৰ প্ৰদেশৰ প্ৰাক্তন বিধায়ক অজয় ৰায় আৰু তেওঁৰ পত্নীয়ে লাহুৰাবাৰী অঞ্চলত থকা তেওঁলোকৰ বাসগৃহত এখন…

ৰাহুলৰ সমষ্টিত উপনিৰ্বাচন !

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰতিনিধিত্ব কৰা সমষ্টি ৱাইনাদত কেতিয়া হ’ব নিৰ্বাচন?উল্লেখ্য যে বিগত বৃহস্পতিবাৰে ছুৰাটৰ এখন আদালতে ২০১৯ চনৰ এক মানহানি গোচৰৰ বাবে ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰে।কৰ্ণাটকৰ কোলাৰত ২০১৯ চনৰ এক নিৰ্বাচনী সভাত অংশ লৈ…

কৰ্ণাটকত ৰণডংকা

বহু প্ৰতীক্ষিত কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা হ’ল বুধবাৰে।অহা ১০ মে’ত অনুষ্ঠিত হ’ব নিৰ্বাচন।ফলাফল ঘোষণা হ’ব অহা ১৩মে’ত৷বুধবাৰে এই কথা ঘোষণা কৰে নিৰ্বাচন আয়োগে।কৰ্ণাটক বিধানসভাৰ ২২৪ খন আসনৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হ’ব।ইয়াৰে ১১৯ খন…

ক্ষোভ-দম্ভ বাদ,বিজেপিক কৰিব বৰবাদ

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজে ঐক্যবদ্ধ কৰিলে বিৰোধীক৷লগ নালাগো বুলি আঁতৰি থকা দলেও দিলে সমৰ্থন।আম আদমি পাৰ্টি আৰু তৃণমূল কংগ্ৰেছৰ দৰে দূৰত্ব বজাই ৰখা দলেও ৰাহুল গান্ধীৰ সমৰ্থনত প্ৰতিবাদত অংশ ল’লে। কিন্তু ছাভাৰকাৰ সন্দৰ্ভত দিয়া মন্তব্যৰ…