Browsing Category
দেশ
বাবা Out,কেন্দ্ৰীয় মন্ত্ৰী In
ৰাজস্থান,মধ্য প্ৰদেশ,ছত্তীশগড়ত ক্ষমতা দখল কৰাটো বিজেপিৰ বাবে বাৰু সপোনৰো অগোচৰ আছিল নেকি?যদি বিজেপিৰ বাবে এই ফলাফল প্ৰত্যাশিতই আছিল,তেন্তে কিয় ফলাফল ওলোৱাৰ এটা সপ্তাহ পিছতো মুখ্যমন্ত্ৰী সম্পৰ্কত কোনো সিন্ধান্ত ল’ব পৰা নাই বিজেপিয়ে।মধ্য…
মুখ্যমন্ত্ৰী কাক পাতিব,সিন্ধান্ত ল’ব RSS এ !
৫ খন ৰাজ্যৰ শেহতীয়া বিধানসভা নিৰ্বাচনৰ ফলাফলত ৩ খনতেই জয়লাভ কৰিলে বিজেপিয়ে । ইতিমধ্যে ফলাফল ওলোৱা ৫ টা দিন পাৰ হ’বৰ হ’ল। কিন্তু তিনিখন ৰাজ্যৰ এখনৰো মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিবলৈ সক্ষম হোৱা নাই বিজেপি৷ৰাজস্থানত মুখ্যমন্ত্ৰী পদৰ বাবে প্ৰায় ৯…
পুত্ৰৰ কথা নুশুনি বিপদত পিতৃ !
তেলেংগানাত কংগ্ৰেছৰ বিপুল জয়ৰ বিপৰীতে ভয়ংকৰভাৱে মুখথেকেঁচা খালে ভাৰত ৰাষ্ট্ৰ সমিতিয়ে । ভাৰত ৰাষ্ট্ৰ সমিতিৰ মূৰব্বী কে চন্দ্ৰশেখৰ ৰাওৰ তেলেংগানা গঠনৰ ক্ষেত্ৰত সৰ্বাধিক অৱদান আছিল । তেওঁৰ নেতৃত্বতে তেলেংগানা গঠনৰ পৰাই অৰ্থাৎ ২০১৪…
হিমন্ত বিশ্ব শৰ্মাৰ ‘বসুন্ধৰা’ বনাম কে চি আৰৰ ‘ ধৰণী’
তেলেংগানাত ‘ধৰণী’ আঁচনি বাতিলৰ প্ৰতিশ্ৰুতি কিয় বিজেপিৰ ? ‘ধৰণী’ৰ বাবে কেনেকৈ বিপদত তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চি আৰ? দুখন আঁচনি । এখন শেহতীয়াকৈ নিৰ্বাচন অনুষ্ঠিত হোৱা তেলেংগানাৰ , আনখন অসমৰ । তেলেংগানাৰ আঁচনিখনৰ নাম ‘ধৰণী’ । অসমৰ আঁচনিখনৰ…
ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত আৰম্ভ পূব- মণ্ডলৰ আন্তঃ বিশ্ববিদ্যালয় টেবুল টেনিছ প্ৰতিযোগিতা
প্রতিবছৰৰ দৰে এইবেলিও ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ত এছ'চিয়েশ্যন অৱ ইণ্ডিয়ান ইউনিভাৰ্চিটিজৰ উদ্যোগত অনুষ্ঠিত হৈছে পূব মণ্ডলৰ আন্তঃ বিশ্ববিদ্যালয় টেবুল টেনিছ প্ৰতিযোগিতা। পূব মণ্ডলৰ প্ৰায় ৪৯ খন বিশ্ববিদ্যালয়ে অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাত।…
মমতাহীন হৈ পৰিছে মমতা !
পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী শেহতীয়াকৈ খঙত অগ্নিশৰ্মা হৈ পৰিছে। প্ৰতিদিনেই নিত্য নতুন অভিযোগত দোষী সাব্যস্ত কৰি তেওঁৰ দলৰ ইজনৰ পিছত সিজন নেতাক গ্ৰেপ্তাৰ কৰিছে ED,CBI ৰ দৰে কেন্দ্ৰীয় সংস্থাই৷বিৰোধী দলৰ নেতাসকলক এনেদৰে লক্ষ্য কৰি…
গুজ্জৰৰ বিধিপথালি,কোন জয়ী হ’ব ৰাজস্থানত?
ৰাজস্থানত শনিবাৰে বিধানসভাৰ নিৰ্বাচন। মুঠ ২০০ খন বিধানসভাৰ আসনৰ ভিতৰত ১৯৯ খনৰ বাবে এই নিৰ্বাচন অনুষ্ঠিত হৈছে। ৰাজস্থানত বৰ্তমান মুখ্যমন্ত্ৰী অশোক গেহলটৰ নেতৃত্বত আছে কংগ্ৰেছ দলৰ চৰকাৰ। ৰাজস্থানত এইবাৰ কংগ্ৰেছ অথবা বিজেপি কোনো দলেই জয়ী হ’ব…
পুনৰ চক্ৰবেহুত ৰাহুল,কি হ’ব ৰাহুল গান্ধীৰ ?
২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৪ টা মাহ।এই চাৰিটা মাহ শাসক দল বিজেপি আৰু বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ সময় । এইখিনি সময়তেই জনতাৰ কাষ চাপিব লাগিব শাসক -বিৰোধী৷৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনকলৈ বিজেপি আত্মবিশ্বাসী…
ৰাম মন্দিৰ আৰু ED মাজতে আছে BJP
কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ বাবে এতিয়া ভগৱান ৰাম যিমান গুৰুত্বপূৰ্ণ সিমানেই গুৰুত্বপূৰ্ণ ED,CBI ৰ দৰে চৰকাৰী এজেন্সিসমূহ। দলটোৰ শীৰ্ষ নেতৃত্বই ক’ৰবাত যদি ED,CBI ৰ দৰে সংস্থাৰ সহায় লৈছে,ক’ৰবাত সহায় লৈছে ৰাম মন্দিৰৰ।মুঠতে বিগত প্ৰায়…