সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

দেশ

আহি আছে ১২জুন !

ক’লৈ যাওঁ,কি কৰোঁ লাগিছে বিজেপিৰ !ভয়-ভাবুকি একোকে পৰোৱাই নকৰা হৈছে বিৰোধীয়ে !ED,CBI ৰ ভয়েও স্থিতিৰ পৰা লৰাব পৰা নাই বিৰোধীক! নিসিজা চাউল সিজোৱাৰ চেষ্টা বিজেপিৰ ! যিমানেই লোকসভাৰ নিৰ্বাচনৰ দিন চমু চাপিছে সিমানেই বিৰোধীয়ে যেন ঐক্যবদ্ধভাৱে…

গাখীৰ খুৱাই সাপ পুহিছে বিজেপিয়ে !

মধ্য প্ৰদেশত বিধানসভাৰ নিৰ্বাচন সমাগত৷অহা নবেম্বৰ মাহত নিৰ্বাচন অনুষ্ঠিত হ’ব মধ্য প্ৰদেশত।কিন্তু আগন্তুক নিৰ্বাচনৰ আগলৈকে মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানৰ চৰকাৰ যে তিস্তি থাকিব পাৰিব,সেই বিষয়ত সন্দেহ প্ৰকাশ কৰিছে ৰাজনৈতিক বিশ্লেষকে।আনকি…

কেৰালাত নিষিদ্ধ RSS !

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ RSS ৰ এক বিশেষ কাৰ্যসূচীক লৈ ক্ষোভিত হৈছে ট্ৰাভানকৰ দেবাশ্বম বৰ্ড ।ট্ৰাভানকৰ দেবাশ্বম বৰ্ড চমুকৈ TDB ৰ নিয়ন্ত্ৰণত কেৰালাৰ প্ৰায় ১২০০ মন্দিৰ আছে।শেহতীয়াকৈ এক নিৰ্দেশনা যোগে TDB এ মন্দিৰৰ চৌহদৰ ভিতৰত RSS এ প্ৰদান…

নিজে নাহাৰিলেও ,নেতাৰ সংঘাতে হৰুৱাব বিজেপিক !

মধ্য প্ৰদেশত বিধানসভাৰ নিৰ্বাচন সমাগত৷অহা নবেম্বৰ মাহত নিৰ্বাচন অনুষ্ঠিত হ’ব মধ্য প্ৰদেশত।কিন্তু আগন্তুক নিৰ্বাচনৰ আগলৈকে মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানৰ চৰকাৰ যে তিস্তি থাকিব পাৰিব,সেই বিষয়ত সন্দেহ প্ৰকাশ কৰিছে ৰাজনৈতিক বিশ্লেষকে।আনকি…

তাৰিখ মতেই উদ্বোধন হ’ব নে সাংসদ ভৱন?

নতুন সংসদ ভৱনৰ সৈতে কেনেকৈ জড়িত হ'ল ছাভাৰকাৰ? নতুন সংসদ ভৱনৰ উদ্বোধনকলৈ কিয় সৃষ্টি হৈছে বিতৰ্কৰ? উদ্বোধনী সমাৰোহত কিয় অংশ নলয় দেশৰ ১৯টা ৰাজনৈতিক দলে? সংসদ ভৱনকলৈ ৰাজনীতি কৰিছে নেকি বিজেপিয়ে? ২৮ মে'ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ…

দুফাল হ’ল ত্ৰিপুৰা বিজেপি !

ত্ৰিপুৰা বিজেপিত সংঘাত নতুন কথা নহয়।বাওঁ দলৰ চৰকাৰক ক্ষমতাৰ পৰা আঁতৰাই ২০১৮ চনত ত্ৰিপুৰা দখল কৰিছিল বিজেপিয়ে।প্ৰায় ২৫ বছৰীয়া CPI (M)ৰ একাধিপত্য শেষ কৰি বিপ্লৱ দেৱৰ নেতৃত্বত ক্ষমতালৈ আহিছিল বিজেপি ।আনকি ২০২৩ চনৰ বিধানসভাৰ নিৰ্বাচনতো CPI(M)…

পদুম এৰি হাতত ‘হাত’ থৈছে বিজেপি নেতাই!

মধ্য প্ৰদেশত অহা নবেম্বৰ মাহত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন।আগন্তুক নিৰ্বাচনক লৈ শাসক দল বিজেপি আৰু বিৰোধী দল বিজেপিৰ প্ৰস্তুতি আৰম্ভ হৈছে।এই প্ৰস্তুতি আৰম্ভ হোৱাৰ লগে লগে এটা দলৰ পৰা আন এটা দললৈ নেতাৰ অহাযোৱাও আৰম্ভ হৈছে। শাসক দল বিজেপি…

মধ্যপ্ৰদেশত ‘মহা প্ৰতাপ ’ !

কৰ্ণাটকত টিপু চুলতানক হেয় প্ৰতিপন্ন কৰি ডিঙি শুকাই যোৱাকৈ ভাষণ দিলে বিজেপিয়ে।কিন্তু ফলাফলে কেৱল ডিঙিয়েই নহয়,পেটলৈ ভাত নোযোৱা পৰিস্থিতিৰ সৃষ্টি কৰিলে বিজেপিৰ !ফলাফল দেখি এক বিশেষ সম্প্ৰদায় সম্পৰ্কত মন্তব্য কৰাৰ ক্ষেত্ৰত বাধ্যবাধকতা আৰোপ…

বিৰোধীৰ দুৱাৰে দুৱাৰে এইবাৰ কেজৰিৱাল !

এইবাৰ বিৰোধীক একজোঁট কৰাৰ অভিযানত কেজৰিৱাল।দেশজুৰি বিৰোধীৰ দুৱাৰত টোকৰ দিব কেজৰিৱালে।পশ্চিমবংগৰ পৰা আৰম্ভ হ’ল ভাৰত ভ্ৰমণ অভিযান।ভাৰত ভ্ৰমণ অভিযানত ওলাল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ।বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ বিৰোধীক ঐক্যবদ্ধ…