Browsing Category
দেশ
ভাৰত জোড়োৱে জোৰা লগালেনে ভাৰতীয়ক ?
আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ ফলাফল কি হ’ব?পাৰিবনে INDIA ই ভাল ফলাফল দেখুৱাবলৈ ?ইণ্ডিয়া টুডে মুড অব দ্যা নেশ্যনে সমগ্ৰ ভাৰতত চলাইছিল সমীক্ষা।২০২৩ চনৰ ১৫ জুলাইৰ পৰা ২০২৩ চনৰ ১৪ আগষ্টলৈ এই সমীক্ষা চলিছিল।সমীক্ষা অনুসৰি লোকসভা নিৰ্বাচন যদি…
এমাহ নহ’লেই,৩৮ টা কমি ৩৭ হ’ল NDA ত
বিগত ৩ মে’ৰ পৰা জ্বলি আছে মণিপুৰ।কাণসাৰেই নাই কাৰো। যাৰবাবেই ক্ষোভিত হৈ পৰিছে NDA ৰ সহযোগী দল কুকি পিপুলচ এলায়েন্স।কুকি পিপুলচ এলায়েন্সে দেওবাৰে মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ চৰকাৰৰ পৰা সমৰ্থন উঠাই লোৱা বুলি ঘোষণা কৰে।ইতিমধ্যে দলটোৱে তেওঁলোকৰ…
EXCLUSIVE: অসম চুক্তিৰ ৬ নং দফাৰ দায়িত্ব নলয় কেন্দ্ৰই
বিশেষ প্ৰতিবেদনঃ ‘‘অসম চুক্তিৰ ৬ নং দফাৰ প্ৰতিবেদন ৰূপায়ণ কৰাৰ দায়িত্ব প্ৰধানতঃ ৰাজ্য চৰকাৰৰ’’ - এই বক্তব্যৰে অসমীয়া জাতিৰ বহু আকাংক্ষিত ‘সাংবিধানিক ৰক্ষাকৱচ’ক লৈ চৰম প্ৰতাৰণা কৰিছে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে৷ ‘দ্য ক্ৰছকাৰেণ্ট’ৰ এক আৰ টি…
কাকো দেখি ৰন্ধাবঢ়া ,কাকো দেখি দুৱাৰ মৰা নীতিৰে চলিছে ৰাজ্য !
উত্তৰ প্ৰদেশত বৰ্তমান যোগী আদিত্যনাথৰ চৰকাৰ চলি আছে।বিজেপি শাসিত অন্যতম ৰাজ্য উত্তৰ প্ৰদেশত যোগীৰ শাসন কালত আইন শৃংখলা পৰিস্থিতিৰ সমান্তৰালভাৱে জনতাই ক্ৰমশঃ হেৰুৱাই পেলাইছে জীৱন যাপনৰ অধিকাৰ।ভাৰতৰ ধৰ্ম নিৰপেক্ষতাৰ বৈশিষ্ট্য ইতিমধ্যে উত্তৰ…
চিঞৰি ৰণত জিকিব নোৱাৰে বিজেপি !
বিজেপিয়ে যিমানেই তালফাল নলগাওক,বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ স্থিতি এটাই।তেওঁ নিজৰ স্থিতিত অটল।তেওঁ নিজৰ স্থিতিত দৃঢ়।কোনো কাৰণতে সলনি নকৰে তেওঁৰ সংগী।নিজৰ দৃঢ় স্থিতিৰ স্পষ্ট ইংগিত দিবলৈকে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে উপমুখ্যমন্ত্ৰী তেজস্বী…
জ্বৰে এৰিলেও পাটীয়ে নেৰা হৈছে বিজেপিক !
ভয়ংকৰ হতাশগ্ৰস্ততাত ভুগিছে বিজেপি।একেলেথাৰিয়ে ৯ বছৰ শাসনত থাকি ক্ষমতা হেৰুওৱাৰ ভয়ে জুৰুলা কৰিছে বিজেপিক।কি কৰিব ,কলৈ যাব হৈছে বিজেপিৰ অৱস্থা।এবাৰ যদি বিষয়ববীয়াক সতৰ্কবাণী শুনাইছে,এবাৰ নেতা কৰ্মীক মুখ বন্ধ কৰাৰ নিৰ্দেশ দিছে।মুঠতে বাকী চব…
প্ৰধানমন্ত্ৰী মোডীক দেখিলে Mood off হে হ’ব ভোটাৰৰ !
ব্যক্তি পূজা বাদ দিলে শাসক দল বিজেপিয়ে।কোনো ব্যক্তিকে আৰু পূজা নকৰে বিজেপিয়ে।কাৰো নাম লৈ নিবিচাৰে ভোট ।কোনো বিশেষ ব্যক্তিক হিৰ’ নবনায় বিজেপিয়ে।২০২৪ চনৰ লোকসভা নিৰ্বাচন সমাগত।লোকসভা নিৰ্বাচনৰ বাবে নিজকে সাজু কৰিছে বিজেপিয়ে।পূব ভাৰতৰ মুঠ ১৪২…
পাইলটেই হ’ব ৰাজস্থানৰ পাইলট !
ৰাজস্থান মানেই গেহলট -পাইলটৰ যুঁজ।ৰাজস্থানত বৰ্তমান চলি আছে কংগ্ৰেছ চৰকাৰ।অশোক গেহলটৰ নেতৃত্বত চলি আছে কংগ্ৰেছ চৰকাৰ।আন ৰাজ্যৰ তুলনাত ৰাজস্থানত প্ৰতিষ্ঠানবিৰোধী ঢৌৰ প্ৰবণতা কম।শেহতীয়াকৈ গেহলট চৰকাৰে ৰাজ্যবাসীক দেশৰ ভিতৰতে কম মূল্যত…
শেষৰ গৰাকী কুকিয়েও এৰিলে শেষৰটো নিশ্বাস
ৰঙা কাপোৰ এসাঁজেৰে এগৰাকী মহিলা। নাম হেনো ডনগাইশ্বিঙ। অসমৰ পৰা মণিপুৰৰ খবৰ বুটলিবলৈ যোৱা সাংবাদিকৰ কেমেৰাতো বন্দী হৈছিল ডনগাইশ্বিঙ নামৰ এই মহিলাগৰাকী। ডনগাইশ্বিঙ আজি বাতৰিৰ শিৰোনাম।ডনগাইশ্বিঙ আজি মৃত্যু উপত্যকাৰ হয়তো শেষ খবৰ ।ডনগাইশ্বিঙ…
প্ৰস্ৰাৱে জ্বলাইছে বিজেপি নেতাক !
বিশ্বৰ সৰ্ববৃহৎ দল বিজেপিৰ অৱস্থা দেশৰ প্ৰায়বোৰ ৰাজ্যতে তথৈবচ।এফালে যদি ক’ৰবাত বিসম্বাদৰ জুয়ে দহিছে, আনফালে কোনোবা জ্যেষ্ঠ কৰ্মীয়ে এৰিছে দল।তাৰমাজতে ভূতৰ ওপৰত দানহ পৰাদি পৰিছেহি আন কিছুমান সমস্যা।শেহতীয়াকৈ মধ্য প্ৰদেশত ঘটিল এক অভাৱনীয়…