সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Category

অনুসন্ধান

শীৰ্ষস্থানত নে সপ্তম স্থানত আছে ড: হিমন্ত বিশ্ব শৰ্মা ?

অসম ৰাজ্যিক বিজেপিয়ে সামাজিক মাধ্যমত প্ৰচাৰ চলোৱা অনুসৰি বিজেপি শাসিত ১৩ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ তালিকাত শীৰ্ষস্থানত আছে অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা ৷ এই দাবীৰ সত্যাসত্য নিৰূপণৰ বাবে আমি মেলি চালো ইণ্ডিয়া টুডে আলোচনীখন ৷ ইণ্ডিয়া…

কাজিৰঙাত কিয় চৰকাৰী মাটি লৈছিল ৰিণিকি ভূঞা শৰ্মাই ?

মুখ্যমন্ত্ৰীৰ পৰিয়ালে চৰকাৰী মাটি হস্তগত কৰাৰ এইটোৱে প্ৰথম ঘটনা নহয় ৷ ইয়াৰ পূৰ্বেও চৰকাৰী মাটিৰ আৱন্টন নিজৰ নামত লৈ ঘূৰাই দিবলগীয়া হৈছিল মুখ্যমন্ত্ৰীৰ পৰিয়ালে ৷

বে আইনী, অবৈধঃ সপৰিয়ালে হিমন্ত পত্নীৰ কোম্পানীৰ বৃহৎ ভূমি কেলেংকাৰী

ৰিণিকি ভূঞা শৰ্মাই প্ৰতিষ্ঠা কৰা আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে অবৈধভাৱে গুৱাহাটী মহানগৰীৰ সমীপত ক্ৰয় কৰিছে ২৯ বিঘা ৯ লেচা চৰকাৰী আৰু চিলিং চৰকাৰী ভূমি ৷

আজমল – হিমন্তৰ গোপন মিতিৰালিৰ প্ৰমান এই নিৰ্দেশ নেকি ?

নিৰ্বাচনৰ আগলৈকে বদৰুদ্দিন আজমল আছিল অসমীয়া জাতিৰ শত্ৰু ৷ দিছপুৰৰ দহ কিলোমিটাৰ ব্যাসাৰ্ধত আজমলক সোমাব নিদিয়াৰ হুংকাৰ দিছিল হিমন্ত বিশ্ব শৰ্মাই ৷ নিৰ্বাচন পাৰ হৈ গ’ল ৷ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী হ’ল ৷ সময়ৰ গতিত মুখ্যমন্ত্ৰী হিমন্ত…

The Crosscurrent Fact Check : সন্ত্ৰাসবাদীৰ আক্ৰমণ সন্দৰ্ভত ৰাজনাথ সিঙে মিছা মাতিছে নেকি ?

নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পাছত দেশত এটাও ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ হোৱা নাই ৷ বৃহস্পতিবাৰে এই মন্তব্য কৰিছে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ গুজৰাট বিজেপিৰ এখন কাৰ্যনিৰ্বাহক বৈঠকত অংশ লৈ ৰাজনাথ সিঙে এইবুলিও কয় যে কেন্দ্ৰীয়…

চীনা সৈন্যৰ সমাধি বুলি ইণ্ডিয়া টুডে, আজতক আৰু টাইমছ নাউ চেনেলে প্ৰচাৰ কৰিলে বহু পুৰণি ফটো

যোৱা প্ৰায় ৩১ আগষ্টৰ পৰা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বহুল ভাৱে চৰ্চিত হোৱা এটা বিষয় হৈছে লাডাখ সীমান্তত ভাৰত চীন সংঘৰ্ষ। যোৱা কিছুদিন পূৰ্বে লাডাখ সীমান্তত ভাৰত আৰু চীনৰ সংঘৰ্ষৰ বৰ বিশেষ তথ্য এতিয়াও ৰাজহুৱা হোৱা নাই যদিয়ো টিভি চেনেল সমূহে প্ৰতি…

প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কোন ব্যৱসায়ীৰ সৈতে আছে নেক্সাছ? পঢ়ক Exclusive Report

বিষয়- হিমন্ত বিশ্ব শৰ্মা আৰু ঘনশ্যাম ধানুকা।হিমন্ত বিশ্ব শৰ্মা পলিটিচিয়ান। ঘনশ্যাম ধানুকা ব্যৱসায়ী।দুয়ো অতি ঘনিষ্ঠ। ৰাজনীতিকৰ আৰু ব্যৱসায়ীৰ মাজত গঢ়ি উঠা এই নেক্সাচৰ ফলত ৰাজ্যত চলি থকা অবাধ দুনীৰ্তিৰ দস্তাবেজ আমি আজি উন্মোচন কৰিম সম্পূৰ্ণ…

হার্ভার্ড বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত শংকৰদেৱ বিষয়ক প্রৱন্ধ অন্তৰ্ভুক্ত হোৱাৰ বাতৰি ভুৱা

কেইদিনমানৰ আগতে অসমৰ বাতৰিকাকত আৰু নিউজ চেনেলসমূহত প্ৰকাশ পাইছিল এটা ভাল খবৰ। এই ভাল খবৰটো আছিল যে অসমৰ এজন শিক্ষাবিদে শংকৰদেৱৰ বিষয়ে লিখা ৰচনা এখন অন্তৰ্ভুক্ত হৈছে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ধৰ্ম বিষয়ক পাঠ্যক্ৰমত।অসমৰ লগতে সৰ্বভাৰতীয়…