Browsing Category
শীৰ্ষ সংবাদ
চান্দা সংগ্ৰহত কোন ৰাজনৈতিক দল প্ৰথম , কোন দ্বিতীয় ?
একো একোটা বছৰত ৰাজনৈতিক দলসমূহে কিমান পৰিমাণৰ চান্দা সংগ্ৰহ কৰে আপুনি জানেনে?কোন কেইজন ব্যক্তি অথবা প্ৰতিষ্ঠানে সর্বাধিক চান্দা প্ৰদান কৰে আপোনাৰ ধাৰণা আছেনে?শেহতীয়াকৈ ‘এচ’চিয়েচন ফৰ ডেমক্ৰেটিক ৰিফ’র্মচে’ ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহে তোলা…
অখিলক লৈ তৃণমূলৰ কি বিশেষ পৰিকল্পনা : ‘আনন্দ বজাৰ পত্ৰিকা’ত সবিশেষ খবৰ
শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীৰ দুলানি বৈঠক সন্দৰ্ভত ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চা চলিছে ৷ অখিল গগৈয়ে দুবাৰকৈ কলকাতালৈ গৈ তৃণমূলৰ নেতৃত্বৰে আলোচনাত মিলিত হোৱাৰ কথা ইতিমধ্যে স্বীকাৰ…
পেগাছাছ : এয়া অতি গুৰুতৰ অভিযোগ বুলি কিয় ক’লে উচ্চতম ন্যায়ালয়ে ?
পেগাছাছ ছফটৱেৰৰ চোৰাংছোৱাগিৰি সন্দৰ্ভত শুনানি গ্ৰহণ কৰি আজি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে কয় যে যদিহে সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি সঁচা হয় , তেনেহ’লে এয়া অতি গুৰুতৰ অভিযোগ ৷ কিন্তু আজিয়েই ন্যায়ালয়ে চৰকাৰলৈ জাননী প্ৰেৰণ কৰিবলৈ…
টকিঅ’ অলিম্পিক : হকীত কেনেকৈ ইতিহাস ৰচিলে ভাৰতে ?
ভাৰতীয় হকী দলৰ অনুৰাগীসকলৰ ৪১ বছৰযোৰা অপেক্ষাৰ অন্ত পৰিল ৷ টকিঅ' অলিম্পিকত জাৰ্মানীক হৰুৱাই ভাৰতে লাভ কৰিলে ব্ৰঞ্জৰ পদক ৷ আজি ব্ৰঞ্জৰ পদকৰ বাবে অনুষ্ঠিত মেচখনত ভাৰতে জাৰ্মানীক ৫-৪ গ'লৰ ব্যৱধানত পৰাজিত কৰে ৷ ১৯৮০ চনৰ পাছত হকীত এয়া ভাৰতৰ…
গাঁৱত ঘৰ সাজিলেও ল’ব লাগিব অনুমতি , পঞ্চায়তক কিমান মাচুল দিব লাগিব ?
এতিয়াৰে পৰা গ্ৰাম্যাঞ্চলত গৃহ নিৰ্মান কৰিলেও আদায় দিব লাগিব মাচুল ৷ গৃহ নিৰ্মানৰ বাবে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰা যাবতীয় অনুমতি ল'ব লাগিব ৷ লগতে গাঁও পঞ্চায়তক বিভিন্ন নথিৰ লগতে মাচুলো জমা দিব লাগিব ৷ মঙলবাৰে পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত…
পুষ্টিহীনতাত ভোগা ছোৱালীজনী কেনেকৈ ভাৰতীয় হকী দলৰ অধিনায়ক হ’ল ?
(১)
প্ৰশ্ন-কি হ'ব গুৰুদক্ষিণা?
উত্তৰ- টকিঅ'ৰ পৰা সোণৰ পদক।
অষ্ট্ৰেলিয়াক পৰাভূত কৰি টকিঅ' অলিম্পিকৰ ছেমি ফাইনেললৈ নিৰ্বাচিত হ'ল ভাৰতীয় মহিলা হকী দল। ভাৰতীয় হকী দলৰ প্ৰদৰ্শনে ইতিমধ্য দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে বিশ্ববাসীৰ ।…
টকিঅ’ অলিম্পিক : হকীত স্বৰ্ণজয়ৰ আশা নিৰ্বাপিত ভাৰতৰ
টকিঅ' অলোম্পিকৰ পৰা আহিল এটা বেয়া খবৰ ৷ পুৰুষৰ হকীৰ ছেমিফাইনেলত পৰাজিত হ'ল ভাৰত ৷ বেলজিয়ামৰ লগত ২-৫ গ'লৰ ব্যৱধানত পৰাজিত হ'ল ভাৰত ৷ ইয়াৰ লগে লগে স্বৰ্ণজয়ৰ সম্ভাৱণা নিৰ্বাপিত হ'লেও পদকৰ আশা শেষ হৈ যোৱা নাই ৷ ব্ৰঞ্জৰ বাবে পৰৱৰ্তী খেলত অৱতীৰ্ণ…
বিলুপ্ত হ’ব নেকি বি পি এফ দল ?
ককাল পৰিছে নেকি হাগ্ৰামা মহিলাৰীৰ ?বিলুপ্ত হ’ব নেকি বি পি এফ ? এই প্ৰশ্নবোৰ এতিয়া ৰাজ্যৰ ৰাজনীতিত সঘনে চৰ্চিত হ’বলৈ ধৰিছে ৷ কিয়নো ,কোকৰাঝাৰৰ পৰা দিছপুৰলৈ ক’তোৱেই এতিয়া হাগ্ৰামা মহিলাৰীৰ অস্তিত্ব বিচাৰি পাবলৈ নাই ৷ সৌ সিদিনালৈকে ৰাজ্যৰ…
কি হব থাওৰা উপ নির্বাচনত?কি হব কুশল দুৱৰীৰ,কোন হব বিৰোধীৰ প্ৰার্থী?
দুবেলা দুমুঠি খাবলৈ নাপালেও কংগ্ৰেছ দল ত্যাগ নকৰো৷এই বাণী আছিল প্ৰাক্তন কংগ্ৰেছী নেতা সুশান্ত বৰগোহাঁইৰ৷সুশান্ত বৰগোহাইৰ এতিয়া খাবলৈ অভাব নাই৷কাৰণ ২ কোটি ১৯ লাখ টকা সম্পত্তিৰ গৰাকী এতিয়া সুশান্ত বৰগোহাই৷কিন্তু তাৰপিছতো কালি সুশান্ত…
অক্সিজেনৰ তথ্য কিয় নিদিয়ে কেন্দ্ৰীয় চৰকাৰে ?
ৰাজ্যসভাত কংগ্ৰেছ সাসংদ কে চি বেনুগোপালে কৰা এক প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয় চৰকাৰে কৈছিল যে দেশত অক্সিজেনৰ অভাৱত মৃত্যু হোৱা লোকৰ সংখ্যা শূণ্য। অৰ্থাৎ এজনো ৰোগীয়ে অক্সিজেনৰ অভাৱত মৃত্যুবৰণ কৰা নাই।
কংগ্ৰেছ সাসংদ বেনুগোপালে কেন্দ্ৰক…