Browsing Category
শীৰ্ষ সংবাদ
আফগানিস্তানত গৃহযুদ্ধৰ উকমুকনি : তালিবানৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ কাৰ ?
আফগানিস্তানত পুণৰ গৃহযুদ্ধৰ উকমুকনি আৰম্ভ হৈছে ৷ তালিবানে ক্ষমতা দখল কৰাৰ চাৰিদিনৰ পাছতেই সংগঠনটোৰ বিৰুদ্ধে একত্ৰিত হ’বলৈ ধৰিছে বহু লোক ৷ পূৰ্বৰে পৰা তালিবানৰ বিৰুদ্ধে যুঁজ দি অহা আহমদ শ্বাহ মাছুদৰ পুত্ৰ আহমদ মাছুদে তালিবানৰ বিৰুদ্ধে মুকলি…
আফগানিস্তান : তালিবানৰ পতাকা লৈ ‘প্ৰকৃত’ স্বাধীনতা ঘোষণা , দেশৰ পতাকা লৈ পৃথক সমদল
স্বাধীনতা দিৱস আছিল , কিন্তু স্বাধীনতা নাছিল ৷ এই ঘোষণা তালিবানৰ ৷ ক্ষমতা দখলৰ চাৰিদিনৰ পাছত স্বাধীনতা দিৱস পালন কৰি তালিবানে ক’লে-‘আমেৰিকাকক ঘৰৰ মাটিৰ পৰা ওভতাই পঠিয়াই আজি দেশে প্ৰকৃত স্বাধীনতা লাভ কৰিলে ৷’ অৱশ্যে , তালিবানৰ এই বাখ্যাৰ…
জম্মু-কাশ্মীৰত কেনেকৈ নিহত হল ভাৰতীয় সেনা-জোৱান?
জম্মু-কাশ্মীৰত উগ্ৰপন্থীৰ সন্দেহজনক গতিবিধিৰ খবৰ পোৱাৰ পিছতে থানামাণ্ডিৰ কাৰিয়ট কালাচ অঞ্চলত উগ্ৰপন্থী বিচাৰি অভিযানত নামিছিল আৰক্ষী আৰু ভাৰতীয় সেনা। বুধবাৰে কাশ্মীৰৰ ৰাজৌৰী জিলাত অনুসন্ধান আৰম্ভ কৰিছিল ভাৰতীয় সেনাৰ এটা বিশেষ দলে। ৰাজৌৰীত…
আফগানিস্তানৰ ভূমিত তলত ১ লাখ কৌটি ডলাৰৰ গুপ্তধন !
তালিবানৰ ক্ষমতা দখলে আফগানিস্তানৰ ভৱিষ্যত আকৌ এবাৰ অনি্শ্চয়তাৰ মাজলৈ ঠেলি দিছে ৷ আফগানিস্তানে এতিয়াৰ পৰা লাভ নকৰিব আমেৰিকাৰ অৰ্থসাহায্য ৷দেশখনৰ নিজা ৰাজহৰ পৰিমানো অত্যন্ত কম ৷যাৰ বাবে আফগানিস্তানৰ ১ কৌটি ৪০ লাখ মানুহ অনাহাৰৰ সন্মুখীন হ’ব…
ভাৰতৰ সৈতে আমদানি – ৰপ্তানি বন্ধ কৰিলে তালিবানে
তালিবানৰ কাবুল দখলৰ প্ৰভাৱ পৰিল ভাৰত আৰু আফগানিস্তানৰ বাণিজ্যিক সম্পৰ্কত ৷দুয়োখন দেশৰ মাজৰ পণ্য পৰিবহণ বন্ধ হৈ পৰিছে ৷ যাৰ ফলত আমদানি আৰু ৰপ্তানি দুয়োটা দিশতে ব্যাপক প্ৰভাৱ পৰিছে ৷ ইণ্ডিয়ান এক্সপোৰ্ট অৰ্গেনাইজেশ্যনৰ ডিৰেক্টৰ জেনেৰেল অজয়…
আমেৰিকাই কিয়, কেনেদৰে জন্ম দিছিল তালিবানৰ ?
দুটা দশক , মানে ২০ বছৰ। সম্পূৰ্ণ ২০ বছৰ আমেৰিকাই নিয়ন্ত্ৰণ কৰিছিল আফগানিস্তান। এই ২০ বছৰত আফগানিস্তানত আধিপত্য বজাই ৰাখিবলৈ আমেৰিকাই ব্যয় কৰিছিল কমেও ৬১ লাখ কৌটি টকা। কিন্তু আমেৰিকাই সেনা প্ৰত্যাহাৰ কৰাৰ দহ দিনৰ ভিতৰতে সলনি হৈ গ’ল বিগত ২০…
কেনে আছে আফগানিস্তানৰ মহিলা চিনেমা নিৰ্মাতা , খেলুৱৈসকল ?
আমাৰ লৰা -ছোৱালীবোৰ শিবিৰত ডকাইতি আৰু গাখীৰৰ অভাৱত মৃত্যুমুখত পৰিছে।এয়া মানৱীয়তাৰ সংকট।তথাপিও সমগ্ৰ পৃথিৱী শান্ত হৈ আছে।
আফগানিস্তান : প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ দায়িত্ব পাহৰিছে নেকি ?
অৰূপ কলিতা
ধৰ্মান্ধতাৰ বিৰুদ্ধে যুঁজিবলৈ ধৰ্মই অস্ত্ৰ নেকি ? গোড়ামিৰ বিৰুদ্ধে যুঁজত সংকীৰ্ণতাই ঢাল নেকি ?
এই প্ৰশ্নবোৰ উত্থাপণ হৈছে প্ৰধানমন্ত্ৰীৰ আবাসগৃহত মঙলবাৰে অনুষ্ঠিত এখন বৈঠকৰ পাছত ৷আফগানিস্তানৰ পৰিস্থিতি সন্দৰ্ভত আলোচনাৰ…
তালিবানে কিদৰে সাব্যস্ত কৰিলে সহজ বিজয় ?
সংখ্যাত তাকৰ ৷ অস্ত্ৰৰ দিশৰ পৰাও সেনাৰ সমান শক্তিশালী নহয় ৷ তেনেহ’লে , কেনেকৈ ইমান কম সময়ৰ ভিতৰত কাবুল দখল কৰিবলৈ সক্ষম হ’ল তালিবান বাহিনীয়ে ? তালিবানৰ অতৰ্কিত উত্থান এতিয়া সমগ্ৰ বিশ্বৰ নিৰাপত্তা বিশ্লেষকসকলৰ বাবে কৌতুহলৰ বিষয় হৈ পৰিছে ৷…
দ্ৰুতগতিত হ্ৰাস পাইছে নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা ?
দেশৰ পৰৱর্তী প্ৰধানমন্ত্ৰী হিচাপে আপুনি কাক বিচাৰে?নৰেন্দ্ৰ মোদী নে মমতা বেনার্জী ? অথবা ৰাহুল গান্ধী নে অৰবিন্দ কেজৰিৱালক ?যোগী আদিত্যনাথ নে অমিত শ্বাহক ?
প্ৰধানমন্ত্ৰী হিচাপে দেশবাসীৰ এতিয়াও প্ৰথম পচন্দৰ প্ৰার্থী নৰেন্দ্ৰ মোদী৷…