সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

‘ভোটবন্দী’ আহি আছে; কৰ্তন হ’ব লাখ লাখ নাগৰিকৰ ভোটাধিকাৰ!

২০২৬ ৰ প্ৰথমভাগৰ পৰাই অসমত আৰম্ভ হ’ব নিৰ্বাচনী কুচকৱাজ৷ মে’ মাহত নতুন চৰকাৰে দায়িত্বগ্ৰহণ কৰিব৷ ইতিমধ্যে নিৰ্বাচনকেন্দ্ৰিক বতাহ বলিবলৈ আৰম্ভ কৰিছে ৰাজ্যৰ ৰাজনীতিত৷ অভিযোগ প্ৰতি অভিযোগেৰে উত্তাল হৈ পৰিছে ৰাজনৈতিক পৰিৱেশ৷ কিন্তু সমস্ত শক্তি…

অৱশেষত আমেৰিকাত গৃহীত হ’ল ‘One Big Beautiful Bill’

ছিনেটৰ ভোট যুদ্ধত জয়ী হ’ল ড’নাল্ড ট্ৰাম্প। অৱশেষত গৃহীত হ’ল ‘One Big Beautiful Bill’। মঙলবাৰে আমেৰিকাৰ ছিনেটত উপ-ৰাষ্ট্ৰপতি জে ডি ভ্যান্সৰ টাই ব্ৰেকিং ভোটেৰে গৃহীত হ’ল বহু বিতৰ্কিত বিলখন। বিলৰ বিপক্ষে ভোট দিলে ডেমক্ৰেটিক পাৰ্টিৰ সদস্যসকলে।…

একেদিনাই মন্ত্ৰী জয়ন্তৰ পত্নীয়ে তেজপুৰত কিনিলে ৩৬ বিঘা অনা কৃষিভূমি

তেজপুৰৰ হলেশ্বৰ মৌজাৰ পুনিয়নী গাঁৱত একেটা পৰিয়ালৰ পৰা একেদিনাই ৩৬ বিঘা ভূমি ক্ৰয় কৰি জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাই অন্য এক অভিলেখৰ গৰাকী হয়৷ দিনটো আছিল ২০২৩ চনৰ ২৪ জুলাই৷

Cyber Dome কি? ইজৰাইলৰ সহযোগত এই বিশেষ ব্যৱস্থাৰ বাবে সাজু হৈছে জাৰ্মানী

আপুনি ইজৰাইলৰ আইৰণ ড’মৰ কথা হয়তো শুনিছে। আইৰণ ড’মৰ দৰেই আমেৰিকাৰ সপোন গোল্ডেন ড’ম সজাৰ, ইতিমধ্যে আৰম্ভ হৈছে পৰিকল্পনাও। আজি আইৰণ ড’ম বা গোল্ডেন ড’মৰ কথা নহয়। আজি ক’ব বিচাৰিছো চাইবাৰ ড’ম (Cyber Dome)ৰ কথা। ইজৰাইলৰ সহযোগত এইবাৰ জাৰ্মানীয়ে…

Land Acquisition in Assam: হিমন্ত বিশ্ব শৰ্মাৰ শাসনত খিলঞ্জীয়াৰ ভেটিত কঁপনি

‘জাতি, মাটি, ভেটি’ ৰক্ষাৰ শ্ল’গানেৰে শাসনলৈ অহা বিজেপি চৰকাৰৰ আমোলত অসমৰ সাধাৰণ জনতা এতিয়া নিজৰ ভেটি-মাটি হেৰুওৱাৰ আশংকাত ত্ৰস্ত হৈ পৰিছে। ‘এডভাণ্টেজ আছাম’ৰ দৰে উদ্যোগৰ পিছত চৰকাৰে ভূমি অধিগ্ৰহণ (Land Acquisition in Assam)ৰ এক দ্ৰুত অভিযান…

Sankor Jyoti Baruah Arrest: দুলীয়াজানৰ ঘটনা, শংকৰজ্যোতিৰ গ্ৰেপ্তাৰ: কি প্ৰতিক্ৰিয়া অখিল গগৈ-ছাত্ৰ…

বিগত ৫-৬ দিন ধৰি দুলীয়াজানৰ বি এন সিং পেট্ৰ’ল পাম্পত হোৱা দুটা পক্ষৰ সংঘাত আৰু আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ (Sankor Jyoti Baruah arrest) কৰাৰ বিষয়টোৱে ৰাজ্যত তোলপাৰ লগাই আছে। শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰৰ ঘটনাৰ…

Jorhat-Majuli Bridge: যোৰহাট-মাজুলী সংযোগী দলঙৰ বাবে আকৌ নিবিদা; ধনৰ পৰিমান কমাক লৈ সাংসদ গৌৰৱ গগৈৰ…

মাজুলী বাসীৰ দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্ত পেলাই বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে যোৰহাট-মাজুলী সংযোগী দলঙ (Jorhat-Majuli Bridge)-ৰ পুনৰ নিবিদা মুকলি কৰে। ৬.৮১ কি:মি: দৈৰ্ঘ্যৰ দুইলেনযুক্ত এই দলংখনৰ বাবে ৬০০.৫১ কোটি টকাৰ নিবিদা মুকলি কৰে ভাৰত…

BTR Election: বিজেপি সাজু হ’ল, বিৰোধী ক’ত?

পঞ্চায়ত নিৰ্বাচনৰ আনন্দ উল্লাস কৰিবলৈ সময় নাই৷ শাসক দল বিজেপি আকৌ সাজু হৈছে নিৰ্বাচনলৈ৷ ক্ৰমাগত ৭ টাকৈ নিৰ্বাচনত পৰাজয়ৰ পাছতো বিৰোধীয়ে সম্বিত ঘূৰাই পোৱা নাই৷ কিন্তু ১১ মে’ত পঞ্চায়ত নিৰ্বাচনত অভাৱনীয় ভাল খবৰ লাভ কৰাৰ পাছতেই বিজেপি আকৌ সাজু…

Opposition Parties in Assam: অসমত বিৰোধী ‘ছিৰিয়াছ’ হ’ব কেতিয়া?

Opposition Parties in Assam: বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মন্তব্যক কেন্দ্ৰ কৰি ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছে৷ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত মন্তব্য কৰিবলৈ গৈ অখিল গগৈয়ে কালি কৈ দিলে যে ৰাইজৰ দলে এইবাৰ পঞ্চায়ত নিৰ্বাচন ছিৰিয়াছলি…

India-China Dispute: আকৌ মূৰ দাঙি উঠিছে অৰুণাচলক লৈ চীন-ভাৰতৰ বিবাদ!

India-China Dispute: দেশৰ পশ্চিম সীমান্তত এতিয়াও অব্যাহত আছে উত্তেজনা। ভাৰত-পাক সংঘাতৰ অন্তত যুদ্ধবিৰতি ঘোষণা কৰা হয় যদিও সমগ্ৰ অঞ্চলটোত এতিয়াও অব্যাহত আছে চেপা উত্তেজনা। তাৰ মাজতে পাকিস্তানে উলংঘা কৰি আছে যুদ্ধবিৰতি। যাৰ বাবে পশ্চিম…