সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

১৭ মে’ৰ পাছত আৰু কিমান দিন লকডাউন?

লক্ ডাউন পুনৰ বৃদ্ধি হ'ব নেকি? নে অহা দেওবাৰেই শেষ হ'ব দেশজোৰা লক্ডাউন? ৰেড,অ'ৰেঞ্জ আৰু গ্ৰীণ জ'নৰ পৰিৱৰ্তে অন্য পদ্ধতিৰে কোভিড-১৯ ৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰা হ'ব নেকি? এনে বহু প্ৰশ্নৰ মাজতেই কাইলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ'…

মাতৃ দিৱসত শচীন টেণ্ডুলকাৰে “আই”ক দিলে নতুন মর্যাদা

মাতৃ দিৱস উপলক্ষে ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰে নিজ মাতৃক লৈ এটা বিশেষ টুইট কৰিছে। টুইটত টেণ্ডুলকাৰে লিখিছে-"আপুনি মোৰ বাবে আই কাৰণ,মোৰ সকলোবোৰৰ আঁৰত থকা আপুনি আশ্চৰ্যজনক আৰু অপূৰণীয়। মোৰ বাবে কৰা সকলোখিনি কষ্টৰ বাবে ধন্যবাদ।" এইদৰেই…

ছিক্কিমৰ ভাৰত-চীন সীমান্তত উত্তেজনা

ছিক্কিমৰ ভাৰত-চীন সীমান্তত উত্তেজনা। প্ৰকাশিত খবৰ অনুসৰি উত্তৰ ছিক্কিমৰ নাকুলাত দুই দেশৰ জোৱান সংঘৰ্ষত লিপ্ত হয়। সংঘৰ্ষত দুয়োপক্ষৰ কেইবাগৰাকী জোৱান আহত হয়। অৱশ্যে সংঘৰ্ষ‌ই তীব্ৰ ৰূপ ধাৰণ কৰাৰ পূৰ্বে স্থানীয় পৰ্যায়ত সংঘৰ্ষৰ শাম কাটে। নাম…

ভাৰতৰ পৰা ঔষধ আমদানিকলৈ উত্তাল পাকিস্তানৰ ৰাজনীতি

পাকিস্তানৰ ইমৰান খান চৰকাৰে ভাৰতৰ পৰা ঔষধ আমদানি কৰাৰ সিদ্ধান্তক লৈ উত্তপ্ত হৈ পৰিছে পাকিস্তানৰ ৰাজনীতি,বিৰোধী দলসমূহে ঔষধ আমদানিৰ ঘটনাত দুৰ্নীতি সংঘটিত হোৱা বুলি তদন্তৰ দাবী কৰিছে। পাকিস্তানে ভাৰতৰ পৰা জৰুৰী ঔষধ (লাইফ ছেভিং ড্ৰাগচ) আমদানি…

যোৰহাটত হাজিৰ সৰ্বনাশী ক’ৰোনা

ৰাজ্যত আৰু তিনিজন কৰোনাত আক্ৰান্ত। মুম্বাইৰ পৰা এম্বুলেন্সত অহা দুজন ৰোগীৰ covid 19 পজিটিভ।দুয়োজন ব্যক্তিৰ ঘৰ যোৰহাটত। ব্যক্তি দুগৰাকীক লৈ অহা এম্বুলেন্সৰ চালকৰো covid 19 পজিটিভ।চালকজনক উভটাই পঠিওৱা হৈছে মুম্বাইলৈ। ৰাজ্যত এতিয়ালৈকে সৰ্বমুঠ…

মোৰ কোনো বেমাৰ হোৱা নাই- অমিত শ্বাহ

আজি এক টুইট কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জনায় যে তেখেত সম্পূৰ্ণৰূপে সুস্থ আৰু তেখেত কোনো ৰোগত আক্ৰান্ত নহয়। কিন্তু কিয় অমিত শ্বাহে এই টুইট কৰিবলগীয়া হ'ল? বিগত দুদিনমান ধৰি অমিত শ্বাহৰ টুইটৰ এক স্ক্ৰীণশ্বট হোৱাটছ‌এপত ভাইৰেল হৈছে। সেই…

ঘৃণাৰ ছুনামি বন্ধ কৰকঃ আন্ত’নিও গুতেৰেছ

পৃথিৱীজুৰি চলিছে ক’ভিড ১৯ মহামাৰীৰ বিৰুদ্ধে প্ৰাণপণ যুজ ৷ আক্ৰান্ত প্ৰতিখন দেশেই মৰণপণ প্ৰতিৰোধ জাৰী ৰাখিছে ক’ভিড ১৯ৰ বিৰুদ্ধে ৷কিন্ত এই মহামাৰীৰ সুযোগ লৈয়েই বিশ্বজুৰি ঘৃণাৰ ছুনামি আৰম্ভ হৈছে বুলি মন্তব্য কৰি সাৱধানবাণী শুনালে ৰাষ্ট্ৰসংঘৰ…

ক’ৰোনাকলৈও ৰাজনীতি কৰিছে বিজেপিয়ে- বিৰোধী

লক্ডাউনৰ সন্দৰ্ভত দেশৰ ৰাজ্যসমূহৰ সৈতে আলোচনা কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক ভিডিঅ কনফাৰেন্সিং অনুষ্ঠিত কৰিছিল।ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা ভিডিঅ কন্ফাৰেন্সিংঙত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছিল যে ক'ৰোলোৰ সংক্ৰমণ বেছি বা কম…

ক’ৰোনা ভাইৰাছৰ লগত সহাৱস্থান কৰিয়েই জীয়াই থাকিব লাগিব!

ক'ৰোনা ভাইৰাছৰ লগত সহাৱস্থান কৰি কি দৰে বাচিব লাগিব, সেইয়া আমি শিকিব লাগিব৷ এই সময়ৰ সেইটোৱে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান'- এই মন্তব্য কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ যুটীয়া সচিব লব আগৰৱাল৷ আজি এক সংবাদমেলত শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য…

নগৰবেৰাৰ জলজলী নদীৰ ওপৰত ১কোটি টকাৰ দলং৷ কিন্তু কিয় প্ৰশ্ন উত্থাপন হৈছে হিমন্ত বিশ্ব শর্মাৰ…

ৰাইজে নখ জোকাৰিলে নৈ বয়... জনসাধাৰণৰ প্ৰতি চৰকাৰৰ কৰ্তব্য ক'ত আৰম্ভ হৈ ক'ত শেষ হয়, ইয়াৰ সঠিক উত্তৰ লাভ কৰাটো কঠিন। সময়ে সময়ে প্ৰায়েই বহু লোক উন্নয়নৰ পৰা বঞ্চিত হ'ব লগা হয়। কিন্তু ৰাইজৰ মনোবল জানো নিঃশেষ কৰিব পাৰিব চৰকাৰে! বাস্তৱত এয়াই…