The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

ঘৃণাৰ ছুনামি বন্ধ কৰকঃ আন্ত’নিও গুতেৰেছ

পৃথিৱীজুৰি চলিছে ক’ভিড ১৯ মহামাৰীৰ বিৰুদ্ধে প্ৰাণপণ যুজ ৷ আক্ৰান্ত প্ৰতিখন দেশেই মৰণপণ প্ৰতিৰোধ জাৰী ৰাখিছে ক’ভিড ১৯ৰ বিৰুদ্ধে ৷কিন্ত এই মহামাৰীৰ সুযোগ লৈয়েই বিশ্বজুৰি ঘৃণাৰ ছুনামি আৰম্ভ হৈছে বুলি মন্তব্য কৰি সাৱধানবাণী শুনালে ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধানে ৷ ক’ৰোণাক লৈ সৃষ্ট…

ক’ৰোনাকলৈও ৰাজনীতি কৰিছে বিজেপিয়ে- বিৰোধী

লক্ডাউনৰ সন্দৰ্ভত দেশৰ ৰাজ্যসমূহৰ সৈতে আলোচনা কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক ভিডিঅ কনফাৰেন্সিং অনুষ্ঠিত কৰিছিল।ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা ভিডিঅ কন্ফাৰেন্সিংঙত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৈছিল যে ক’ৰোলোৰ সংক্ৰমণ বেছি বা কম হলে কোনো ৰাজ্যৰ সফলতা বা বিফলতা বুলি ধৰা নহ’ব। কিন্তু…

ক’ৰোনা ভাইৰাছৰ লগত সহাৱস্থান কৰিয়েই জীয়াই থাকিব লাগিব!

ক’ৰোনা ভাইৰাছৰ লগত সহাৱস্থান কৰি কি দৰে বাচিব লাগিব, সেইয়া আমি শিকিব লাগিব৷ এই সময়ৰ সেইটোৱে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান’- এই মন্তব্য কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ যুটীয়া সচিব লব আগৰৱাল৷ আজি এক সংবাদমেলত শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে এই বিশেষ…

নগৰবেৰাৰ জলজলী নদীৰ ওপৰত ১কোটি টকাৰ দলং৷ কিন্তু কিয় প্ৰশ্ন উত্থাপন হৈছে হিমন্ত বিশ্ব শর্মাৰ দক্ষতাকলৈ?

ৰাইজে নখ জোকাৰিলে নৈ বয়… জনসাধাৰণৰ প্ৰতি চৰকাৰৰ কৰ্তব্য ক’ত আৰম্ভ হৈ ক’ত শেষ হয়, ইয়াৰ সঠিক উত্তৰ লাভ কৰাটো কঠিন। সময়ে সময়ে প্ৰায়েই বহু লোক উন্নয়নৰ পৰা বঞ্চিত হ’ব লগা হয়। কিন্তু ৰাইজৰ মনোবল জানো নিঃশেষ কৰিব পাৰিব চৰকাৰে!…

এই ৫ জন IAS বিষয়াই কিয় কৰিলে পদত্যাগ?

বহু কষ্ট, একাগ্ৰতাৰ শেষত কোনো ব্যক্তিয়ে IAS হোৱাৰ সফলতা লাভ কৰে। তাৰ পিছত স্থলাভিষিক্ত হয় উচ্চপদস্থ বিষয়া হিচাপে। কিন্তু গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষত চৰকাৰৰ ভূমিকা আৰু নীতিত অসন্তুষ্ট হৈ সেইসকল উচ্চপদস্থ বিষয়াই পদত্যাগ কৰিবলৈ বাধ্য হয়। তেনে অলেখ নজিৰ আছে দেশত।…

‘কোভিড-১৯’ ৰ প্ৰতিষেধক গংগাজল!

কোৰোণা মহামাৰীৰ সাম্প্ৰতিক পৰিস্থিতিত বিশ্বৰ বিজ্ঞানী, চিকিত্সক মহল ব্যস্ত হৈ আছে ‘কোভিড-১৯’ ভাইৰাছৰ নিৰ্মূলক লৈ। কিন্তু তেনে এক সময়তেই ভাৰতত গংগাজলৰ প্ৰসংগ উত্থাপিত হৈছে। দেশৰ ‘অতুল গংগা’ নামৰ এটা এনজিঅ’-এ কেন্দ্ৰীয় চৰকাৰৰ জল মন্ত্ৰালয়লৈ ৩ এপ্ৰিলত প্ৰেৰণ কৰিছিল এখন পত্ৰ।…