সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

“বাদুলীৰ পৰা মানুহৰ দেহলৈ সংক্ৰমিত হৈছে ক’ৰোনা”

সমগ্ৰ বিশ্বৰ কেইবাখনো দেশে ক'ৰোনা ভাইৰাছৰ বাবে জগৰীয়া কৰিছে চীনক। বিশেষকৈ আমেৰিকাই চীনৰ বিৰুদ্ধে বিশ্ব স্বাস্থ্য সংস্থাৰ আগতো প্ৰকাশ কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়। কিন্তু এই অভিযোগ মানি লোৱা নাই চীনে। চীনৰ গৱেষকৰ দাবী –ক'ৰোনা ভাইৰাছ আৰু…

ক’ৰোনা-ইৰানক অতিক্ৰমি প্ৰথম দহত ভাৰত

চীনক অতিক্ৰম কৰাৰ পিছত এইবাৰ ইৰানক অতিক্ৰম কৰিলে ভাৰতে । সৰ্বাধিক ক’ৰোনা আক্ৰান্ত প্ৰথম দহখন দেশৰ তালিকাত অন্তৰ্ভুক্ত হ’ল ভাৰত। আমেৰিকা, ব্ৰাজিল, ৰাছিয়া, ব্ৰিটেইন, স্পেইন, ইটালী, ফ্ৰান্স, জাৰ্মানী, তুৰস্কৰ পিছত ভাৰত। কেন্দ্ৰীয় স্বাস্থ্য…

নিউয়ৰ্ক টাইমচৰ প্ৰথম পৃষ্ঠাত কিয় নাই কোনো খবৰ!

দেওবাৰৰ নিউয়ৰ্ক টাইমচৰ প্ৰথম পৃষ্ঠা। প্ৰথম পৃষ্ঠাত নাছইল কোনো খবৰ, নাছিল কোনো বিজ্ঞাপন। আৰম্ভণিৰ পৰা শেষলৈকে কেৱল শাৰী শাৰী নাম, লগত বয়স আৰু এশাৰী পৰিচয়। যেনে- ৰোমি কোন, ৯১, গেষ্টাগোৰ হাতৰ পৰা ৫৬জন ইহুদিক বচাইছিল। ফ্ৰেডগে, ৭৫, মুৰমুৰীয়া…

সঞ্জয় ৰাউতৰ যোগী আদিত্য়নাথলৈ আহ্বান- বাবা মন কি আখে খোঁলো

দেশব্যাপী চলা দুমাহযোৰা লকডাউনৰ মাজত দেশৰ প্ৰবজিত শ্ৰমিকৰ অৱস্থা খুবেই সংকটজনক। প্ৰতিদিনেই শ্ৰমিকৰ দুৰাৱস্থাৰ নিত্য নতুন খবৰ আহিছে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা। নিজৰ আপোন ঘৰলৈ খোজকাঢ়ি অহা বহু শ্ৰমিকৰ প্ৰাণ গৈছে ৰাস্তােতই। দৰমহা অনিশ্চিত,…

কঁঠালৰ পৰা ক’ৰোনা

কঁঠালৰ পৰা ক'ৰোনা।ভাবিবলৈ আচৰিত।অথচ সত্য।বাৰীত কঁঠাল গছ,গছত পুৰঠ কঁঠাল।তাৰে এটা পাৰি খোৱাৰ হাবিয়াস সকলোৰে।সেই হাবিয়াসৰ বলত কেৰেলাৰ এজন যুৱক উঠিল নিজৰ বাৰীৰ এজোপা কঁঠাল গছত।তাৰপিছত যুৱকজনে কঁঠাল খাবলৈ পালে নে নাপালে সেইয়া পিছৰ কথা,আচল কথাটো…

১০ হাজাৰ গৰাকীৰ ওপৰত প্ৰয়োগ কৰিব প্ৰতিষেধক

ছেপ্টেম্বৰৰ ভিতৰতেই কোভিড-১৯ৰ প্ৰতিষেধক তৈয়াৰ কৰাৰ লক্ষ্য লৈ আগবাঢ়িছে অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ জেনাৰ ইনষ্টিটিউটে। তেওঁলোকে তৈয়াৰ কৰি উলিওৱা বুলি দাবী কৰা সম্ভাব্য প্ৰতিষেধকটোৱে পৰীক্ষা-নিৰীক্ষাৰ প্ৰথমস্তৰ ইতিমধ্যেই পাৰ কৰিলে। প্ৰথমস্তৰত…

তেলেংগনাত মোবাইল কোভিড-১৯ আইচিইউ নিৰ্মাণ

তেলেংগনাত এটা স্বেচ্ছাসেৱী সংগঠনে এখন বাছক ৰূপান্তৰ কৰি নিৰ্মাণ কৰি উলিয়াইছে এখন মোবাইল কোভিড-১৯ আইচিইউ, চমুকৈ MCICUলৈ। মোবাইল বাহন খনত দুটাকৈ ভেণ্টিলেটৰ আৰু ৩খনকৈ বিচনা সংযুক্ত থাকিব। জানিব পৰামতে টেলি ৰেডিঅ'লজী, ই-আইচিইউ আৰু…

দেশীয় বিমান সেৱা আৰম্ভ হ’বলৈ আছে মাথো ২৪ঘণ্টা

২৫ জুনৰ পৰা দেশীয় বিমান সেৱা আৰম্ভ হোৱাৰ কথা ঘোষণা কৰিছিল অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে। 'লক্ ডাউন-৪'ৰ মাজত আৰম্ভ কৰিবলগীয়া এই বিমানসেৱাক লৈ যাত্ৰীৰ মাজত এতিয়াও বিভ্ৰান্তিৰ শেষ নাই। বিভিন্ন ৰাজ্যৰ এই বিষয়ক লৈ মতামতো ভিন্ন। পশ্চিমবংগৰ…

ডাৰ্ক নেটৰ জৰিয়তে ক’ৰোনা ভেকচিনৰ ভুৱা বেহা প্ৰৱঞ্চকৰ

ক'ৰোনা ৰোগীৰ বাবে প্লাজমা বিক্ৰীৰ ক্ষেত্ৰত প্ৰবঞ্চনাত নামি পৰিছে এচাম দুষ্ট চক্ৰ। ডাৰ্ক নেটৰ সহায়ত তৈয়াৰ কৰিছে এক বৃহত্ চক্ৰ। কেৱল এয়া নহয়, ক'ৰোনাৰ ভেকচিনো বিক্ৰী কৰিছে চৰম জালিয়াতিৰে। যি খবৰে পশ্চিমবংগ প্ৰশাসনক অস্বস্তিত পেলাইছে ভুৱা…

ৰাজ্যত পুনৰ ১০ টা নতুন  সংক্ৰমনৰ ঘটনা

ৰাজ্যত পুনৰ ১০ টা নতুন  সংক্ৰমনৰ ঘটনা পোহৰলৈ আহিছে।অসমত মুঠ সংক্ৰমন বাঢ়িলে ৩২৯  লৈকে। ৪ গৰাকী মৰিগাঁৱৰ নলবাৰীৰ ২ গৰাকী ১ গৰাকীকৈ নগাঁও, হোজাই, গোলাঘাট আৰু যোৰহাটত ????Alert ~ Ten new case of #COVID19+. 4 from Morigaon, 2 from…