The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

তেলেংগনাত মোবাইল কোভিড-১৯ আইচিইউ নিৰ্মাণ

তেলেংগনাত এটা স্বেচ্ছাসেৱী সংগঠনে এখন বাছক ৰূপান্তৰ কৰি নিৰ্মাণ কৰি উলিয়াইছে এখন মোবাইল কোভিড-১৯ আইচিইউ, চমুকৈ MCICUলৈ। মোবাইল বাহন খনত দুটাকৈ ভেণ্টিলেটৰ আৰু ৩খনকৈ বিচনা সংযুক্ত থাকিব। জানিব পৰামতে টেলি ৰেডিঅ’লজী, ই-আইচিইউ আৰু আল্ট্ৰাচাউণ্ডৰ অত্যাধুনিক কাৰিকৰী ব্যৱস্থা আছে বাহনখনত। এই…

দেশীয় বিমান সেৱা আৰম্ভ হ’বলৈ আছে মাথো ২৪ঘণ্টা

২৫ জুনৰ পৰা দেশীয় বিমান সেৱা আৰম্ভ হোৱাৰ কথা ঘোষণা কৰিছিল অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে। ‘লক্ ডাউন-৪’ৰ মাজত আৰম্ভ কৰিবলগীয়া এই বিমানসেৱাক লৈ যাত্ৰীৰ মাজত এতিয়াও বিভ্ৰান্তিৰ শেষ নাই। বিভিন্ন ৰাজ্যৰ এই বিষয়ক লৈ মতামতো ভিন্ন। পশ্চিমবংগৰ মমতা বেনাৰ্জীয়ে ইয়াৰ…

ডাৰ্ক নেটৰ জৰিয়তে ক’ৰোনা ভেকচিনৰ ভুৱা বেহা প্ৰৱঞ্চকৰ

ক’ৰোনা ৰোগীৰ বাবে প্লাজমা বিক্ৰীৰ ক্ষেত্ৰত প্ৰবঞ্চনাত নামি পৰিছে এচাম দুষ্ট চক্ৰ। ডাৰ্ক নেটৰ সহায়ত তৈয়াৰ কৰিছে এক বৃহত্ চক্ৰ। কেৱল এয়া নহয়, ক’ৰোনাৰ ভেকচিনো বিক্ৰী কৰিছে চৰম জালিয়াতিৰে। যি খবৰে পশ্চিমবংগ প্ৰশাসনক অস্বস্তিত পেলাইছে ভুৱা প্ৰবঞ্চকৰ কৰ্মকাণ্ডই। চাইবাৰ ব্ৰান্সলৈ…

ৰাজ্যত পুনৰ ১০ টা নতুন  সংক্ৰমনৰ ঘটনা

ৰাজ্যত পুনৰ ১০ টা নতুন  সংক্ৰমনৰ ঘটনা পোহৰলৈ আহিছে।অসমত মুঠ সংক্ৰমন বাঢ়িলে ৩২৯  লৈকে। ৪ গৰাকী মৰিগাঁৱৰ নলবাৰীৰ ২ গৰাকী ১ গৰাকীকৈ নগাঁও, হোজাই, গোলাঘাট আৰু যোৰহাটত ????Alert ~ Ten new case of #COVID19+. 4 from Morigaon, 2 from Nalbari,…

বেতনবিহীন পৰিয়ালৰ অনিশ্চিত ভৱিষ্যত

লক্ ডাউনৰ বাবে দুমাহ ধৰি বেতনবিহীনভাৱে চলিব লগা হৈছিল। নিশ্চিত হৈ পৰিছিল জীৱন-যাপন। পৰিয়ালসহ উপায়বিহীন হৈ ল’ ভয়ংকৰ সিদ্ধান্ত। একেলগে ৯জনে কৰিলে আত্মহত্যা। আত্মহত্যা কৰাসকলৰ ৬জন কলকতাৰ একেটা পৰিয়ালৰ, দুগৰাকী বিহাৰৰ আৰু এগৰাকী ত্ৰিপুৰাৰ। আটাইকেইগৰাকী উদ্ধাৰ হৈছে তেলেংগনাৰ গাঁও এখনৰ…

২০লাখ কোটি টকাৰ পেকেজ এক “ঠাট্টা”- ছোনিয়া গান্ধী

দেশত ক’ৰোনাৰ পৰিস্থিতিক লৈ আজি এক বৈঠকত মিলিত হয় বিৰোধী শিবিৰ, ছোনিয়া গান্ধী, ৰাহুল গান্ধী, মমতা বেনাৰ্জীকে ধৰি বিৰোধী দলৰ ৩গৰাকী মুখ্যমন্ত্ৰী, এনচিপি নেতা শাৰদ পাৱাৰ, প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়া, ডিএমকে নেতা ষ্টেলিন, চিপিএম নেতা সীতাৰাম য়েছুৰী, আৰজেডি নেতা…

দিল্লীত শ্ৰমিকৰ ওপৰত কিয় কীটাণুনাশক স্প্ৰে’ কৰা হ’ল?

শুক্ৰবাৰে দিল্লীৰ লাজপত নগৰত প্ৰবাসী শ্ৰমিকৰ ওপৰত কীটাণুনাশক স্প্ৰে’ কৰাৰ ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। শ্ৰমিক স্পেচিয়েল ট্ৰেইনত উঠাৰ পূৰ্বে দিল্লীৰ লাজপত নগৰৰ এখন স্কুলত লগ হৈছিল কেইবাশ শ্ৰমিক। তাতে দক্ষিণ দিল্লী মিউনিচিপাল কৰ্পৰেশ্যনৰ এটি দলে প্ৰবাসী শ্ৰমিকৰ ওপৰত কীটাণুনাশক…

অসমত পুনৰ ৫৩গৰাকীৰ শৰীৰত কোভিড-১৯ পজিটিভ

অসমত পুনৰ ৫৩ গৰাকী লোকৰ শৰীৰত কোভিড-১৯ পজিটিভ ধৰা পৰিছে। ইয়াৰে ৪৪ গৰাকী সৰুসজাই কোৱাৰেণ্টীন চেণ্টাৰৰ, ৭জন ডিমা হাছাওৰ আৰু ২গৰাকী কাছাৰৰ ৷ টুইটযোগে প্ৰকাশ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ????Alert ~ Fifty three new #COVID19 + cases confirmed –…

আৰু তিনি গৰাকী ক’ৰোনা আক্ৰান্ত চিনাক্ত

আৰু তিনিগৰাকী ক’ৰোণা ৰোগী চিনাক্ত ৷ নগাওঁ, শিৱসাগৰ আৰু তিনিচুকীয়াত চিনাক্ত হৈছে এই তিনিগৰাকী ৰোগী ৷ অসমত এতিয়ালৈকে আক্ৰান্তৰ সংখ্যা ২৫৯ ৷ হিমন্ত বিশ্বই টুইট কৰি জনালে এই খবৰ৷ ????Alert ~ Three more #COVID19 + cases detected, one each from…

অসমত একেলগে২৬ গৰাকীৰ দেহত ক’ৰোনা

অসমত ক্ষন্তেক আগতে একেলগে ২৬ গৰাকী লোকৰ দেহত ক’ৰোনাৰ সংক্ৰমণ ধৰা পৰিছে ৷আটাইকেইগৰাকী লোক সৰুসজাইত আছিল ৷ মুঠ ক’ৰোনা ৰোগীৰ সংখ্যা হ’লগৈ ২৫৬। ????Alert ~ In the biggest one-time spike in cases, 26 cases are confirmed #COVID19 +. They are…