সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বাবৰি মছজিদ ধ্বংসৰ পাছত অসমত আছুৱে লৈছিল এই বিশেষ কাৰ্যসূচী

১৯৯১ চনৰ অক্টোবৰ মাহ ৷বিশ্ব হিন্দু পৰিষদ(ভি এইচ পি) ,আৰ এছ এছ আৰু আন হিন্দুত্ববাদী সংগঠনসমূহে অযোধ্যাৰ বিতৰ্কিত মছজিদৰ চাৰিওফালৰ ভূমি নিজৰ দখললৈ নিলে ৷মন্দিৰ বনোৱাৰ প্ৰস্তুতিৰে মাটি সমান কৰাৰ কামত নামি পৰিল ৷ কাম আগবাঢ়িল ৷ ১৯৯২ চনৰ জুলাই…

ৰাম মন্দিৰ প্ৰসংগত মুখ খুলিলে ৰাহুল গান্ধীয়ে

ৰাম মন্দিৰ প্ৰসংগত হঠাৎ মুখ খুলিছে ৰাহুল গান্ধীয়ে। ৰাম মন্দিৰৰ শিলান্যাসৰ ভূমিপূজন চলি থকা সময়তে টুইটাৰ যোগে ৰাহুল গান্ধীয়ে ব্যক্ত কৰিছে ৰাম মন্দিৰ সমন্ধে তেখেতৰ প্ৰথমটো ৰাজহুৱা মন্তব্য। কিছুমান সময় আগতে ৰাম মন্দিৰ সম্পৰ্কত মতা মত প্ৰকাশ…

মিছ ইণ্ডিয়াৰ ২০১৬ৰ ফাইনেলিষ্ট ঐশ্বৰ্য শ্বেৰাণৰ UPSC ত ৯৩ স্থান লাভ

প্ৰশাসনিক সেৱাৰ পৰীক্ষাত ৯৩ স্থানত উত্তীৰ্ণ হৈছে femina মিছ ইণ্ডিয়াৰ ২০১৬ ৰ ফাইনালিষ্ট তথা কেম্পাছ প্ৰিন্সছেছ দিল্লী আৰু ফ্ৰেশফেছ দিল্লী ২০১৫ বিজেতা ঐশ্বৰ্য শ্বেৰাণ। দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত লেডী শ্ৰী ৰাম কমাৰ্চ কলেজৰ পৰা স্নাতক কৰা…

নেহেৰুৱে যি বাধা দিছিল আজি তাকে কৰিব নৰেন্দ্ৰ মোদীয়ে

চন ১৯৫১। দেশ বিভাজনৰ স্মৃতি জনগনৰ মাজত তেতিয়াও সজীৱ।নতুন দেশ আৰু এখন নতুন চৰকাৰৰ নেতৃত্বত প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰু। কোন দিশে যাব নতুন ভাৰত? ধৰ্মনিৰপেক্ষ প্ৰগতিশীল ভাৰত নে হিন্দু পুনৰজাগড়নবাদী ৰক্ষণশীল ভাৰত? বিপাঙত পৰিছে নেহৰুও।…

কালিলৈ এবছৰ সম্পূৰ্ণ হ’ব অনুচ্ছেদ ৩৭০ ৰ বিলুপ্তিৰ- কেনে আছে কাশ্মীৰ?

যোৱাবছৰৰ জুলাই মাহৰ ঠিক শেষৰ ফালৰ ঘটনা। লাখে লাখে ভাৰতীয় শূন্য বাহিনীৰ জোৱান ৰাওনা হৈছিল কাশ্মীৰলৈ। ছ'ছিয়েল মেডিয়াত ব্যাপক চৰ্চা লাভ কৰিছিল কাশ্মীৰৰ ৰাজপথত লাখ লাখ ভাৰতীয় সেনাই পেৰেড কৰাৰ কিছুমান বিশেষ ভিডিও। সকলোৰে মনত এটাই প্ৰশ্ন পুনৰ…

ইউ পি এছ চিৰ ৫৯ সংখ্যক স্থানত অসমৰ আৰণ্যক শইকীয়া ,নিবেদিতা-তপন -কিশোৰো উত্তীৰ্ণ

কেন্দ্ৰীয় লোকসেৱা আয়োগে অনুষ্ঠিত কৰা ২০১৯ বৰ্ষৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হৈছে ৷ ঘোষিত ফলাফল অনুসৰি এইবাৰ বিভিন্ন কেডাৰত মুঠ ৮২৯ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে ৷ ইয়াৰ ভিতৰত অসমৰ আৰণ্যক শইকীয়াই ৫৯ নং স্থান লাভ কৰিছে ৷…

নিৰ্বাচন ২০২১ : নলবাৰীত জয়ন্ত মল্লৰ অংকত আউল লগাব নেকি আঙুৰলতাই

ড: হিমন্ত বিশ্ব শৰ্মাৰ লগত বিজেপিলৈ অহা প্ৰতিগৰাকী কংগ্ৰেছীয়ে এতিয়া সু- প্ৰতিষ্ঠিত ৷ পীয়ূষ হাজৰিকাৰ পৰা আৰম্ভ কৰি ‘দাদা ব্ৰিগেদ’ৰ আটাইতকৈ কণিষ্ঠতম সদস্য তৰংগ গগৈলৈ সকলোৱে উপযুক্ত মৰ্যদাৰে বিজেপিত প্ৰতিষ্ঠা লাভ কৰিছে ৷ একমাত্ৰ জয়ন্ত মল্ল…

ৰাম মন্দিৰকলৈ বিভক্ত কংগ্ৰেছ- বিপাঙত শীৰ্ষ নেতৃত্ব

কাইলৈ অনুস্থিত হ'ব ৰাম মন্দিৰৰ ভূমিপূজন। বিজেপি আৰু সংঘ পৰিয়ালে তেওঁলোকৰ এই ৰাজনৈতিক সাফল্যক লৈ ব্যস্ত হৈ পৰাৰ সময়তে বিৰোধী কংগ্ৰেছ যেন কিংকৰ্তব্যবিমূঢ়। সমৰ্থনে কৰিব নে বিৰোধিতা কৰিব? এই প্ৰশ্নকলৈ এতিয়া বিভক্ত কংগ্ৰেছ দল। কিছুদিন পূৰ্বে…

ভাৰতত ত্ৰিশৰো অধিক ৰাজনীতিক কৰোনাত আক্ৰান্ত, ৩ জনৰ মৃত্যু

আগষ্ট মাহটো যেন হৈ পৰিছে ভাৰতৰ ৰাজনীতিক সকলৰ বাবে অতিশয় দু:সহ। এজনৰ পাছত আনজন ৰাজনীতিকৰ দেহত ধৰা পৰিছে কৰোনা ভাইৰাছ। শেহতীয়াকৈ অমিত শ্বাহৰ দেহত ক'ভিড-১৯ ধৰা পৰাৰ পাছতে কংগ্ৰেছৰ সাংসদ তথা প্ৰাক্তন গৃহমন্ত্ৰী পি চিডাম্বৰমৰ পুত্ৰ কাৰ্তি…

কেনে চলিছে অযোধ্যাত ৰাম মন্দিৰৰ ভূমিপূজনৰ প্ৰস্তুতি?

অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমিপূজন অনুষ্ঠানলৈ মাজত মাথো এটা দিন।অযোধ্যাত বৰ্তমান তীব্ৰগতিত চলিছে প্ৰস্তুতি। জানিব পৰা মতে,নিমন্ত্ৰনী পত্ৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী সহিত আৰু আৰু তিনিজনৰ নাম আছে। অতি কম সংখ্যক লোকক আমন্ত্ৰণ জনোৱা হোৱা…