Author
The CrossCurrent
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
কৰোনা ভাইৰাছৰ চিকিৎসাত বৰ্তমানে ভাৰত বৰ্ষত বহুল ভাৱে চৰ্চিত হৈছে প্লাজমা থেৰাপি। ভাৰতবৰ্ষৰ প্ৰায় সকলো ৰাজ্যিক চৰকাৰে প্লাজমা থেৰাপিক কোভিড- ১৯ চিকিৎসাৰ এক অংশ ৰূপে গ্ৰহণ কৰাই নহয় প্লাজমা দানৰ বাবে কোভিড-১৯ ত আক্ৰান্ত হৈ আৰোগ্য হোৱা সকলক…
দেশৰ অৰ্থনীতিৰ অৱস্থা শোচনীয়, বৃদ্ধি পাইছে মুদ্ৰাস্ফীতি
কৰোনা ভাইৰাচৰ সংকট আৰু লকডাউনৰ প্ৰভাৱত দেশৰ অৰ্থনৈতিক অৱস্থা হৈ পৰিছে শোচনীয়। এইকথা জনাইছে ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ শক্তিকান্ত দাসে।
ৰিজাৰ্ভ বেংকৰ মুদ্ৰানীতি সমীক্ষা বৈঠকৰ পাছত এখন সংবাদ মেলত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰি শক্তিকান্ত দাসে…
সুৰাপায়ী সকলৰ বাবে সুখবৰ:কাইলৈৰ পৰা অসমত খুলিব Bar
Bar খোলাৰ অনুমতি প্ৰদান কৰিছে অসম চৰকাৰে। আজি এক জাননীৰ যোগেদি অসম চৰকাৰৰ আবকাৰী বিভাগৰ সচিবে অসমৰ সুৰাৰ অনুজ্ঞাপত্ৰ থকা ৰেষ্টুৰেন্ট সমূহত সুৰা বিক্ৰীৰ সম্পূৰ্ণ অনুমতি প্ৰদান কৰিছে। পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ খোলা থাকিব 'বাৰ' সমূহ।…
বাঘজান কাণ্ডৰ বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদনক নস্যাৎ অইল ইণ্ডিয়াৰ
বিশেষজ্ঞ কমিটিয়ে প্ৰস্তুত কৰা বাঘজান কাণ্ডৰ প্ৰতিবেদনক নস্যাৎ কৰিছে অইল ইণ্ডিয়াই।
কমিটিৰ প্ৰতিবেদনৰ তথ্য সমূহৰ বিজ্ঞান সন্মত ভিত্তি নাই বুলি দাবী কৰি অইল ইণ্ডিয়াই এনে তথ্যৰ আধাৰত কোনো সিদ্ধান্তত অহাটো সঠিক নহব বুলি নেচনেল গ্ৰীণ ট্ৰিবুনেলক…
EIA ৰ খচৰাৰ ভিত্তিত চূড়ান্ত কোনো জননী দিব নোৱাৰিব কেন্দ্ৰীয় চৰকাৰে-উচ্চ ন্যায়ালয়
বিতৰ্কিত EIA ৰ খচৰাৰ সম্পৰ্কত এক শুনানি প্ৰদান কৰি কৰ্ণাটক উচ্চ ন্যায়ালয়ে আজি কয় যে পৰৱৰ্তী শুনানি পৰ্যন্ত কোনো চূড়ান্ত জননী দিব নোৱাৰিব পৰিবেশ মন্ত্ৰালয়ে।
EIA খচৰা সকলো আঞ্চলিক ভাষাত প্ৰকাশ কৰি ব্যাপক প্ৰচাৰ কৰা আৰু মতামত প্ৰদানৰ শেষ…
নিযুক্তিৰ অনিয়মে বিপদ মাতিছে মন্ত্ৰী ভৱেশ কলিতাৰ : ৰঙিয়াত এইবাৰ কাৰ নজৰ?
অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰী ভৱেশ কলিতা ৷ বিভাগটোৱে যোৱা ২ ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰিছিল ৩ শতাধিক পদৰ বাবে নিযুক্তি পৰীক্ষা ৷ কিন্তু উক্ত নিযুক্তি পৰীক্ষাৰ আজিলৈকে ফলাফল নোলাল ৷ নোলোৱাৰ এটা মূল কাৰণেই হ’ল পৰীক্ষা অনুষ্ঠিত কৰা…
নিষিদ্ধ হোৱা চীনা কোম্পানীৰ লগত কি সম্পৰ্ক বিজেপিৰ? পোহৰলৈ আহিছে বিস্ফোৰক তথ্য
শেহতীয়াকৈ ভাৰত চৰকাৰে নিষিদ্ধ ঘোষণা কৰা বহো কেইটা চীনা কোম্পানীৰ লগত অৰ্থনৈতিক লেনদেনৰ সম্পৰ্ক আছিল বিজেপিৰ।
২০১৯ৰ লোক সভাৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে বিজেপিয়ে চীনা কোম্পানীক প্ৰদান কৰিছিল ১.১৫ কোটি টকা।
এই অভিযোগ আনিছে চাকেত গ'খালে নামৰ RTI…
দিল্লীয়ে পাৰিলে অসমে নোৱাৰিব কিয়?
দিল্লী চৰকাৰৰ কৰোনা নিয়ন্ত্ৰণৰ মডেলে সমগ্ৰ বিশ্ব জুৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।যোৱা এমাহত দিল্লীত হ'ম আইচ'লেচনতে আৰোগ্য হৈছে প্ৰায় ১০ হাজাৰ কৰোনা আক্ৰান্ত। বাতৰিটো টুইট কৰি দিল্লীৰ মুখ্য মন্ত্ৰীয়ে লিখিছে- "দিল্লী মডেল"।
জানিব পৰা মতে…
হস্পিতালৰ পৰা অমিত শ্বাহে কিয় ফোন কৰিলে হিমন্ত বিশ্ব শৰ্মাক?
কৰোনাত আক্ৰান্ত হৈ অমিত শ্বাহ বৰ্তমান চিকিৎসাধীন। পিছে অসুস্থতাৰ মাজতো হস্পতালৰ পৰাই অমিত শ্বাহৰ ফোন হিমন্ত বিশ্ব শৰ্মা লৈ। কিন্ত কিয়?
হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনোৱা মতে যোৱা কালি অমিত শ্বাহ ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা লৈ ফোন কৰি…
WHO আৰু ডোনাল্ড ট্ৰাম্পে কিয় সমালোচনা কৰিছে ভাৰতৰ কৰোনা ভাইৰাছৰ টেষ্টৰ সংখ্যাক?
ভাৰতৰ কৰোনা ভাইৰাছৰ টেষ্টৰ হাৰ বিশ্বৰ অন্যান্য দেশৰ তুলনাত বহু কম বুলি মন্তব্য দিছে বিশ্ব স্বাস্থ্য সংস্থা(World Health Organisation) ৰ মুখ্য বিজ্ঞানী সৌম্যা স্বামীনাথানে।
এই পৰ্য্যন্ত ভাৰতে সৰ্বমুঠ ২.০৮ কোটি কৰোনা টেষ্ট সম্পন্ন কৰিছে।…