সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

হিন্দী নাজানিলে ভাৰতীয় নহয় নেকি?

হিন্দী ভাষা আৰু তামিলনাডুৰ মাজত অতীজৰে পৰা আছে এক অহিনুকূল সম্পৰ্ক। যেতিয়াই দেশত হিন্দী ৰাষ্ট্ৰীয় ভাষা কৰাৰ প্ৰসংগ আহে তেতিয়াই ৰাজ্যখনত আৰম্ভ হয় ব্যাপক প্ৰতিবাদ। শেহতীয়াকৈ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ তিনি-ভাষাৰ নিয়মকো ৰাজ্যখনৰ মুখ্যমন্ত্ৰীকে…

কংগ্ৰেছৰ আমোলত কৰোনা ভাইৰাছৰ দৰে মহামাৰী হোৱা হ’লে কি হ’ল হয়? ক’লে নৰেন্দ্ৰ মোদীয়ে

আজি ৰাষ্ট্ৰীয় স্বচ্ছতা কেন্দ্ৰৰ উদ্ধোধনী অনুষ্ঠানত মন্তব্য দি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশ্চৰ্য প্ৰকাশ কৰি কয় যে কৰোনা ভাইৰাছৰ দৰে মহামাৰী ২০১৪ ৰ আগত হোৱা হ'লে দেশে কেনেদৰে যুঁজিলে হেতেন! কেনেদৰে পালন কৰিলে হেতেন লকডাউন যিহেতু তেতিয়া…

“মোদী জিন্দাবাদ”, “জয় শ্ৰী ৰাম” নোকোৱাৰ বাবে গুৰুলা গুৰুল কৈ পিটিলে…

'মোদী জিন্দাবাদ' আৰু 'জয় শ্রীৰাম' নোকোৱাৰ বাবে গফৰ আহমেদ কাচাৱা নামৰ অট' চালকক গুৰুলা গুৰুল কৈ পিটিলে দুজন ব্যক্তিয়ে। ৰাজস্থানৰ ছিকাৰ জিলাত সংঘটিত হোৱা এই ঘটনাত অট' চালক জনৰ দাঁত ভাঙি যোৱাৰ লগতে চকু আৰু মুখত আঘাত প্ৰাপ্ত হয়। Indian…

কেৰেলাত এয়াৰ ইণ্ডিয়াৰ এক্সপ্ৰেছ IX 1344 বিমানৰ দুর্ঘটনাত পাইলত সহ মৃত্যু হোৱা লোকৰ সংখ্যা ১৫ জনলৈ…

কেৰালাৰ কোঝিকোডত(কালিকত) সংঘটিত হোৱা ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি পাইছে। ১৪ গৰাকী গুৰুতৰ ভাবে আহত হোৱাৰ লগতে মুঠ আহত হৈছে ১২৩ জনকৈ যাত্ৰী। কেৰেলাৰ কোঝিকোডত(কালিকত) বিমান বন্দৰত যোৱা নিশা ভয়ংকৰ বিমান…

ৰামদেৱক ন্যায়ালয়ৰ ১০ লাখ টকাৰ জৰিমনা। কিন্তু কিয়?

কৰোনাৰ নামৰ ব্যৱসায় কৰাৰ অভিযোগ উঠিছে যোগগুৰু ৰামদেৱৰ প্ৰতিষ্ঠান পতঞ্জলিৰ বিৰুদ্ধে। মাদ্ৰাছ উচ্চ ন্যায়ালয়ে ১০ লাখ টকাৰ জৰিমনা বিহিলে ৰামদেৱৰ প্ৰতিষ্ঠান পতঞ্জলিক। ক'ৰোনিল নামৰ ঔষধৰ জৰিয়তে কোৰোণা প্ৰতিৰোধ কৰিব পাৰে বুলি প্ৰচাৰ কৰিছিল…

ভাৰতে প্ৰস্তুত কৰি উলিয়াব নেকি কৰোনাৰ ভেকচিন?

কৰোনা ভাইৰাছৰ সংকতৰ পৰা ৰক্ষা পাবলৈ যি সময়ত সমগ্ৰ বিশ্বই ইয়াৰ প্ৰতিষেধক বিচাৰি হাবাথুৰি খাইছে, ভাৰতবৰ্ষৰ এটা ভেকচিন নিৰ্মাণ প্ৰতিষ্ঠানে এই ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। পুনেস্থিত এডাৰ পুনেৱালাৰ ছিৰাম ইনষ্টিটিউতে ১০ নিযুত…

কেৰেলাত এয়াৰ ইণ্ডিয়াৰ এক্সপ্ৰেছ IX 1344 বিমানৰ দুর্ঘটনাত পাইলত সহ ৩ জন নিহত

কেৰেলাৰ কালিকত বিমান বন্দৰত সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা । কিছুসময় পূৰ্বে সংঘটিত হোৱা এই দুৰ্ঘটনাত এই পৰ্যন্ত ৩জন লোকৰ মৃত্যু হৈছে।দুর্ঘটনাত বিমানখন পৰিচালনা কৰা পাইলত জনৰো মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে বিমান খন…

১০ আগষ্টৰ পৰা আৰম্ভ হ’ব কটন বিশ্ববিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ নামভৰ্তি প্ৰক্ৰিয়া

গুৱাহাটী, ৭ জুলাই: ৰাজ্যৰ আগশাৰীৰ শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ৰ ২০২০-২১ বৰ্ষৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ কলা আৰু বিজ্ঞান শাখাৰ প্ৰথম পৰ্যায়ৰ (বাচনি তালিকা অনুসৰি) নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব অহা ১০ আৰু ১১ আগষ্টত । উল্লেখিত তাৰিখৰ…

‘কা’ আন্দোলনৰ নেতা অখিল গগৈৰ জামিন আবেদন পুনৰ নাকচ

'কা' আন্দোলনৰ নেতা অখিল গগৈৰ জামিন আবেদন আজি পুনৰ নাকচ কৰিলে 'নিয়া'ৰ আদালতে। চান্দমাৰী থানাৰ ১৩/১৯ গোচৰৰ শুনানিত 'নিয়া'ৰ আদালতে 'কা' আন্দোলনৰ নেতা জনৰ জামিন নাকচ কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বই জনোৱা মতে,ইয়াৰ পাছত তেওঁলোকে উচ্চ…

অযোধ্যাত নিৰ্মাণ হ’ব লগীয়া মছজিদত ভৰি নিদিয়ে যোগী আদিত্যনাথে

বাবৰি মছজিদৰ ৰায়ত উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ মৰ্মে অযোধ্যাত নিৰ্মাণ হ'ব লগা মছজিদৰ উদ্ধোধনী অনুষ্ঠানলৈ নিমন্ত্ৰণ পালেও ভৰি নিদিয়ে যোগী আদিত্যনাথে। সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী জনে কয় যে এজন 'যোগী' তথা 'হিন্দু'…