Author
The CrossCurrent
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
দেশৰ অৰ্থনীতিত ৰিলায়েন্স গ্ৰুপ অৰ্থাৎ আম্বানী পৰিয়ালৰ দপদপনিক কেন্দ্ৰ কৰি বহু অৰ্থনীতিবিদে একচেতিয়া অধিপত্যৰ অশনি সংকেত দি থকাৰ সময়তে ৰিলায়েন্সে এইবাৰ ক্ৰয় কৰিছে Future Group Business ক। উল্লেখযোগ্য যে এই Future Group Business য়ে আমাৰ…
কুকুৰৰ লোকেল ব্ৰীডৰ পৰা পুতলা নিৰ্মাণলৈকে আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
আজি প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানত পুনৰ আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ আহ্বান জনায় নৰেন্দ্ৰ মোডীয়ে। এইবাৰ পুতলা উদ্যোগত ভাৰত বৰ্ষক আত্মনিৰ্ভৰ কৰি তোলাৰ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে কয় যে এতিয়া ভাৰতবৰ্ষক ভকেল ফৰ লোকেল টয় (toy) হোৱাৰ সময় আহিছে।…
দেশৰ গণতন্ত্ৰত একনায়কত্ববাদৰ প্ৰভাৱ বৃদ্ধি পাইছে: ছোনিয়া গান্ধী
ছত্তিশগড় বিধানসভাৰ নতুনকৈ নিৰ্মান হ'ব লগা ভৱনৰ শিলান্যাস অনুষ্ঠানত অংশ গ্ৰহণ কৰি কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীয়ে কয় যে দেশৰ গণতান্ত্ৰিৰ ওপৰত স্বৰতন্ত্ৰ অৰ্থাৎ একনায়কত্ববাদৰ প্ৰভাৱ দিনক দিনে বৃদ্ধি পাব ধৰিছে।
তেওঁ আৰু কয়…
এইবাৰ বিজেপিক উভতি ধৰিলে আন্না হাজাৰেই
এইবাৰ ভাৰতীয় জনতা পাৰ্টিক উভতি ধৰিলে আন্না হাজাৰেই। ২০১১ চনৰ সমগ্ৰ ভাৰত বৰ্ষ জুৰি হোৱা দুৰ্নীতি বিৰোধী আন্দোলনৰ গুৰি ধৰোতা আন্না হাজাৰেক বিজেপি দলৰ দিল্লী ৰাজ্যিক সমিতিয়ে আম আদমী পাৰ্টিৰ চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতি বিৰোধী আন্দোলনৰ গুৰি ধৰিবলৈ…
বড়োলেণ্ডৰ আৰ্হিত ‘কুকিলেণ্ড’ৰ দাবী কুকি সশস্ত্ৰ সংগঠনৰ
এনএছচিএন-আই এম আৰু ভাৰত চৰকাৰৰ মাজত নগা শান্তি চুক্তিৰ আলোচনাই শংকিত কৰি তুলিছে মণিপুৰৰ কুকি সশস্ত্ৰ সংগঠন সমূহক। ইয়াৰ পিছতে এতিয়া কুকি সশস্ত্ৰ সংগঠন সমূহে বড়োলেণ্ডৰ আৰ্হিত কুকিলেণ্ডৰ দাবী উত্থাপন কৰিছে কেন্দ্ৰ চৰকাৰক। দ্যা প্ৰিন্ট নামৰ…
শিলাদিত্যৰ সাম্প্ৰদায়িক বিষ বাষ্প বিয়পোৱা মন্তব্যক কিয় ৰক্ষণাবেক্ষণ দিছিল ফেচবুকে?
ফেচবুক আৰু বিজেপিৰ সম্পৰ্কৰ বিতৰ্ক দেশত তুংগত থাকোতে এতিয়া পুনৰ চর্চা লৈ আহিছে হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱ।
বিশ্ব বিখ্যাত TIME মেগাজিনৰ এক শেহতীয়া বাতৰি অনুসৰি শিলাদিত্য দেৱৰ সাম্প্ৰদায়িক বিষ বাষ্প বিয়পোৱা ফেচবুক পুষ্ট কোম্পানীটোৰ…
ইছলাম ধৰ্মালম্বী সকলৰ ধৰ্মগ্ৰন্থ ‘কোৰাণ’ জ্বলোৱাক লৈ উত্তপ্ত চুইডেন
ইছলাম ধৰ্মালম্বী সকলৰ ধৰ্মগ্ৰন্থ কোৰাণ জ্বলোৱা ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে চুইডেনৰ মালম' নামৰ অঞ্চলত। বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি এটা অতি সুপন্থী ৰাজনৈতিক দলৰ কার্যকৰ্তাই কোৰাণ জ্বলোৱা কাৰ্যসূচী লোৱাৰ পিছতে…
সুশান্ত সিঙ ৰাজপুতৰ মৃত্যুৰ তদন্তৰ আওঁতাত বিজেপিকো আনিবলৈ আহ্বান কংগ্ৰেছৰ, পিছে কি এই বিজেপি…
সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত বৰ্তমান CBI ৰ হাতত। যিমানে দিন বাগৰিছে জনপ্ৰিয় অভিনেতা জনৰ মৃত্যুক কেন্দ্ৰ কৰি আৰম্ভ হৈছে ৰাজনীতিৰ বোকা ছটিওয়া খেল।
এইবাৰ সুশান্ত সিঙৰ মৃত্যুৰ তদন্তৰ আওঁতালৈ বিজেপিকো আনিবলৈ আহ্বান মহাৰাষ্ট্ৰ কংগ্ৰেছৰ।…
সুদৰ্শন টিভিৰ ‘UPSC জেহাদ’ শীৰ্ষক টেলিভিছন শ্ব’ স্থগিতাদেশৰ নিৰ্দেশ দিল্লী উচ্চ…
বিতৰ্কিত টেলিভিছন চেনেল সুদৰ্শন নিউজে প্ৰশাসনিক সেৱাত মুছলমান সম্প্ৰদায়ৰ লোক নিৰ্বাচন কৰাক লৈ প্ৰশ্ন উত্থাপন কৰি এক কাৰ্যক্ৰম প্ৰচাৰ কৰাৰ কথা ঘোষণা কৰাৰ পিছতে আজি দিল্লী ন্যায়ালয়ৰ এক শুনানিত উক্ত কাৰ্যক্ৰম স্থগিত কৰাৰ নিৰ্দেশ দিয়ে।
The…
গৌৰৱ গগৈক লোকসভাৰ বিৰোধী দলৰ উপনেতা পদত অধিষ্ঠিত কৰি গান্ধী পৰিয়ালে ৰাহুল গান্ধীৰ প্ৰত্যাৱৰ্তনৰ…
অসমৰ সাংসদ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈক শেহতীয়া কৈ কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীয়ে লোকসভাৰ বিৰোধী দলৰ উপনেতাৰ দৰে এক সন্মানীয় দায়িত্ব দিছে। অসম তথা উত্তৰ পূৱৰ বাবে ই এক গৌৰৱৰ কথা। কিন্তু এই নিযুক্তিৰ…