Author
The CrossCurrent
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
কংগ্ৰেছত অব্যাহত আছে খহনীয়া ৷ ক্ৰমাগতভাৱে দ্বিতীয়বাৰ ৰাজ্যত মুখথেকেচা খোৱাৰ পাছত দলটোৰ বহু নেতাই ইতিমধ্যে দলত্যাগ কৰিছে ৷ ইয়াৰ ভিতৰত আছে মৰিয়ণিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীও ৷ কুৰ্মীৰ পাছে পাছে দলত্যাগ কৰিবলৈ সাজু হৈছে আন এগৰাকী কংগ্ৰেছী…
অসহনীয় ক্ষুধাৰ পৰা মুক্তি কেতিয়া ?
অতি পৰিতাপৰ বিষয় এইটোৱে যে সকলো প্ৰচেষ্টাৰ পিছতো বিশ্বত প্ৰতি মিনিটত ১১ জন লোক অনাহাৰ আৰু ভোকত মৰে। যোৱা বছৰত সমগ্ৰ বিশ্বতে দুৰ্ভিক্ষসদৃশ পৰিস্থিতিৰ সন্মুখীন হোৱা লোকৰ সংখ্যা ছয়গুণ বৃদ্ধি পাইছে।
কলেজৰ নিযুক্তি বন্ধ : ধন নাই নে সদিচ্ছাৰ অভাৱ ?
উচ্চ শিক্ষা সঞ্চালকালয়ে ৰাজ্যৰ সকলো প্ৰাদেশীকৃত, চৰকাৰী আৰু মডেল মহাবিদ্যালয়লৈ নিযুক্তি বন্ধৰ বাবে এখন জাননী প্ৰেৰণ কৰিছে যদিও জাননীখনত স্পষ্ট কৰি দিয়া নাই যে কিয় এনে নিৰ্দেশ দিয়া হৈছে।
নতুন বাজেট অনুসৰি হিতাধিকাৰীৰ বাবে কিমান ধন ব্যয় কৰা হব?
নতুন বাজেটে কিমান হিতাধিকাৰী সৃষ্টি কৰিব?
নতুন বাজেট অনুসৰি হিতাধিকাৰীৰ বাবে কিমান ধন ব্যয় কৰা হব?
নতুন বাজেটক লৈ আলোচনা সমালোচনা অব্যাহত আছে৷বহুতেই বাজেটক হিতাধিকাৰী সৃষ্টিৰ বাজেট বুলিও আখ্যা প্ৰদান কৰিছে৷কিন্তু কেনেদৰে হিতাধিকাৰী…
ধনৰ বিনিময়ত মেট্ৰিকৰ নম্বৰ : কিমান মাধৱ ডেকা , ফুলপাহী নাথেৰে ভৰি আছে শিক্ষা বিভাগ ?
প্ৰথমতে পৰীক্ষা অনুষ্ঠিত হ'ব নে নহয় ,তাক লৈ বিভ্ৰান্তি ৷ তাৰ পাছত পৰীক্ষাৰ মাৰ্কশ্বীট চাকৰিৰ বাবে প্ৰযোজ্য হ'ব নে নহয় , তাক লৈ বিতৰ্ক ৷ এতিয়া ধনৰ বিনিময়ত স্থান নিৰ্ধাৰণৰ বাতৰি ৷ এখন চৰকাৰৰ ব্যৰ্থতা আৰু অকৰ্মন্যতাৰ ইয়াতকৈ ডাঙৰ প্ৰতিফলন আন…
ভাৰতৰ নতুন গৃহ ৰাজ্যমন্ত্ৰী নিশিথ প্ৰামাণিক বাংলাদেশী
ভাৰতৰ নতুন গৃহৰাজ্য মন্ত্ৰীগৰাকী বাংলাদেশী ৷ নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাত নতুনকৈ স্থান পোৱা পশ্চিমবংগৰ সাংসদ নিশিথ প্ৰামাণিকৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ ৷ অভিযোগ তুলিছে ৰাজ্যসভাৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ…
সাম্প্ৰদায়িক বক্তব্যৰ বিৰুদ্ধে কঠোৰ ন্যায়ালয়ে কি ক’লে ?
সাম্প্ৰদায়িক ভাষণেৰে ধৰ্ম সন্দৰ্ভত ঘৃণা আৰু হিংসা বিয়পোৱা সমাজ-বিৰোধী সকলক বাৰ্তা দিয়াৰ সময় সমাগত ৷ এই মন্তব্য কৰিছে গুৰুগ্ৰামৰ এখন আদালতে ৷ শেহতীয়াকৈ ন্যায়ালয়ৰ বহুকেইটা ৰায়দান তথা মন্তব্যই দেশত ব্যাপক চৰ্চা লাভ কৰিছে ৷ কোভিড পৰিস্থিতিৰ…
ফণীভূষণ চৌধুৰীৰ গাড়ী চুৰি , গ্ৰেপ্তাৰ ৰকিবুল হুছেইনৰ গাড়ীচালক
প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ গাড়ী চুৰিৰ ঘটনা সংক্ৰান্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কংগ্ৰেছী বিধায়ক ৰকিবুল হুছেইনৰ গাড়ীচালকক ৷ তেওৰ লগতে ফণীভূষণ চৌধুৰীৰ পূৰ্বৰ গাড়ীচালকজনো আৰক্ষীৰ জালত পৰিছে ৷অসম বিধানসভা চৌহদৰ পৰাই চৌধুৰীৰ গাড়ীচালকে …
ধনৰ বিনিময়ত নাগৰিকত্ব বিক্ৰী কৰা এখন দেশৰ কাহিনী
দক্ষিণ প্ৰশান্ত মহাসাগৰত অৱস্থিত এখন দ্বীপৰাষ্ট্ৰ হ’ল ভানুৱাটু গণৰাজ্য। প্ৰায় ৮০ টা সৰু বৰ দ্বীপৰ সমষ্টি হ’ল ভানুৱাটু গণৰাজ্য। দেশখনৰ ৰাজধানী চহৰ পোৰ্ট ভিলা আৰু জনসংখ্যা প্ৰায় ৩ নিযুত।
এসময়ত ইউৰোপীয় দেশসমূহৰ ঔপনিৱেশ চলা ভানুৱাটুক…
কুঁৱাত পৰা শিশুক উদ্ধাৰ কৰিবলৈ গৈ মৃত্যু ১১ জনৰ
এজনী ৮ বছৰীয়া ছোৱালীক ৪০ ফুট গভীৰ এটা কুঁৱাৰ পৰা তুলিবলৈ যাওঁতে সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। উদ্ধাৰ কৰিবলৈ যাওঁতে সলিল সমাধি ঘটিছে ১১ জন লোকৰ। উদ্ধাৰ কৰিবলৈ যোৱা ৪০ জন লোকৰ ২০ জনক বৰ্তমানলৈকে উদ্ধাৰ কৰা হৈছে । ঘটনাটোত মৃত্যুৰ হোৱা লোকৰ…