Author
The CrossCurrent
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
এতিয়াৰে পৰা অসমৰ নাগৰিকে মিজোৰাম ভ্ৰমণ কৰাৰ ক্ষেত্ৰত নাথাকিব কোনো বাধা নিষেধ ৷ মিজোৰাম ভ্ৰমণৰ ক্ষেত্ৰত অসম চৰকাৰে জাৰি কৰা পূৰ্বৰ সতৰ্কতা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে ৷আজি আইজলত অসম চৰকাৰ আৰু মিজোৰাম চৰকাৰৰ মন্ত্ৰীৰ মাজত অনুষ্ঠিত বৈঠকৰ…
অখিলক লৈ তৃণমূলৰ কি বিশেষ পৰিকল্পনা : ‘আনন্দ বজাৰ পত্ৰিকা’ত সবিশেষ খবৰ
শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীৰ দুলানি বৈঠক সন্দৰ্ভত ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চা চলিছে ৷ অখিল গগৈয়ে দুবাৰকৈ কলকাতালৈ গৈ তৃণমূলৰ নেতৃত্বৰে আলোচনাত মিলিত হোৱাৰ কথা ইতিমধ্যে স্বীকাৰ…
দিল্লীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদত অংশ লৈ ৰাহুল গান্ধীয়ে কি ক’লে ?
কৃষক অন্দোলন , পেগাছাছৰ চোৰাংছোৱাগিৰি , নিবনুৱা সমস্যা আদি কেবাটাও ইছ্যুক লৈ বৃহস্পতিবাৰে সংসদ ভৱন ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰে যুৱ কংগ্ৰেছে ৷ এই কাৰ্যসূচীত যুৱ কংগ্ৰেছৰ সমগ্ৰ দেশৰ সদস্যসকলে অংশগ্ৰহণ কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত হৈ…
উত্তৰ প্ৰদেশত বাজিছে নিৰ্বাচনী বিকুল : সমাজবাদী পাৰ্টীৰ কি কৌশল ?
দেশৰ লোকসভা নিৰ্বাচনৰ ছেমিফাইনেল অনুষ্ঠিত হ’ব ২০২২ ত উত্তৰ প্ৰদেশত ৷ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বিকুল এতিয়াই বাজি উঠিছে ৷ দেশৰ বৃহত্তম ৰাজ্যখনত আকৌ এবাৰ শাসনলৈ আহিবৰ বাবে বিজেপি এতিয়াৰে পৰা সৰ্বশক্তিৰে নামি পৰিছে ৷ বহি থকা নাই বিৰোধীও…
পেগাছাছ : এয়া অতি গুৰুতৰ অভিযোগ বুলি কিয় ক’লে উচ্চতম ন্যায়ালয়ে ?
পেগাছাছ ছফটৱেৰৰ চোৰাংছোৱাগিৰি সন্দৰ্ভত শুনানি গ্ৰহণ কৰি আজি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে কয় যে যদিহে সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি সঁচা হয় , তেনেহ’লে এয়া অতি গুৰুতৰ অভিযোগ ৷ কিন্তু আজিয়েই ন্যায়ালয়ে চৰকাৰলৈ জাননী প্ৰেৰণ কৰিবলৈ…
পেগাছাছ কাণ্ডক লৈ উত্তাল সদন : কোন সাংসদ নিলম্বিত হ’ল ?
পেগাছাছ চোৰাংছোৱা কাণ্ডক লৈ সদনত বিৰোধীৰ প্ৰতিবাদ অব্যাহত আছে ৷ বৃহস্পতিবাৰে সদনৰ কাম কাজ আৰম্ভ হোৱাৰ লগে লগে কংগ্ৰেছ আৰু আন আন বিৰোধী দলসমূহে কৃষক আন্দোলন আৰু পেগাছাছ চোৰাংছোৱা কাণ্ডক লৈ প্ৰতিবাদ আৰম্ভ কৰে ৷ ফলত ৰাজ্যসভাৰ লোকসভাৰ কাম কাজ…
আজি পেগাছাছ কাণ্ডৰ শুনানি : কি হ’ব উচ্চতম ন্যায়ালয়ত ?
আজি উচ্চতম ন্যায়ালয়ে গ্ৰহন কৰিব পেগাছাছ চোৰাংছোৱা কাণ্ডৰ শুনানি ৷ সৰ্ব্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনা আৰু ন্যায়াধীশ সূৰ্যকান্তৰ দুজনীয়া বিচাৰপীঠে এই শুনানি গ্ৰহণ কৰিব ৷ ইজৰাইলী চোৰাংছোৱা ছফটৱেৰ পেগাছাছৰ জড়িয়তে ভাৰতৰ তিনি শতাধিক…
প্ৰশান্ত কিশোৰে কিয় পদত্যাগ কৰিলে ?
পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙৰ প্ৰধান উপদেষ্টা পদৰ পৰা পদত্যাগ কৰিছে ৰাজনৈতিক ৰণনীতিকাৰ প্ৰশান্ত কিশোৰে ৷ আজি এক পত্ৰযোগে নিজৰ পদত্যাগৰ কথা ৰাজহুৱা কৰি প্ৰশান্ত কিশোৰে কয় -"আপোনাৰ প্ৰধান উপদেষ্টা পদৰ পৰা পদত্যাগ কৰিলো ৷ এই দায়িত্বৰ পৰা…
টকিঅ’ অলিম্পিক : হকীত কেনেকৈ ইতিহাস ৰচিলে ভাৰতে ?
ভাৰতীয় হকী দলৰ অনুৰাগীসকলৰ ৪১ বছৰযোৰা অপেক্ষাৰ অন্ত পৰিল ৷ টকিঅ' অলিম্পিকত জাৰ্মানীক হৰুৱাই ভাৰতে লাভ কৰিলে ব্ৰঞ্জৰ পদক ৷ আজি ব্ৰঞ্জৰ পদকৰ বাবে অনুষ্ঠিত মেচখনত ভাৰতে জাৰ্মানীক ৫-৪ গ'লৰ ব্যৱধানত পৰাজিত কৰে ৷ ১৯৮০ চনৰ পাছত হকীত এয়া ভাৰতৰ…
চাকৰিৰ পৰা ভূমি পট্টালৈ : বুধবাৰৰ কেবিনেটত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ?
বুধবাৰে অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় ৷ কেবিনেটৰ সিদ্ধান্তসমূহ তলত উল্লেখ কৰা হ'ল -
▶️ আজিৰ কেবিনেটে গোৰ্খা সম্প্ৰাদয়ৰ বিৰুদ্ধে বিদেশী সংক্ৰান্তীয় কোনো নতুন গোচৰ নচলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰে৷…