Author
The CrossCurrent
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
জুৰি বৰুৱা
প্ৰতিজন মানুহৰে নিজৰ জীৱনটোৰ প্ৰতি থাকে অনন্ত মোহ ৷ এই কথা মুখ খুলি স্বীকাৰ নকৰিলেও ইয়াক বুজি পাবৰ বাবে আমাৰ জীৱনলৈ আহে কিছু সুযোগ ৷ এই সুযোগবোৰ এক অৰ্থত বিফলতা ৷ প্ৰতিজন সফল মানুহেই জীৱনৰ নানা যাত্ৰাত বিফল ৷ কিন্তু আচৰিত…
কাৰ নামেৰে পৰিচিত হ’ব খেল ৰত্ন পুৰষ্কাৰ ?
ভাৰতীয় হকী দলে অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰাৰ পাছতে হকীৰ যাদুকৰ হিচাপে পৰিচিত ধ্যানচান্দৰ নাম হঠাৎ চৰ্চালৈ আহিছে ৷ তাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে ‘ৰাজীৱ গান্ধী খেলৰত্ন পুৰষ্কাৰ’ৰ নাম ‘মেজৰ ধ্যানচান্দ খেলৰত্ন পুৰষ্কাৰ’লৈ সলনি কৰিছে ৷…
ট্ৰাক ড্ৰাইভাৰৰ লগত কি সম্পর্ক মীৰাবাঈ চানুৰ?
মীৰাবাঈ চানু৷ টকিঅ'ত অনুষ্ঠিত হৈ থকা অলিম্পিকৰ পৰা ভাৰতৰ হৈ প্ৰথমটো মেডেল লাভ কৰিলে মীৰাবাঈ চানু৷ মীৰাবাঈ চানু এতিয়া কেৱল মনিপুৰ অথবা উত্তৰ-পূর্বৰ বাবেই গৌৰৱ নহয়,গৌৰৱ সমগ্ৰ দেশৰ বাবে৷ কিন্তু দেশৰ বাবে গৌৰৱত পৰিণত হোৱা মীৰাবাঈ চানু এই সফলতাৰ…
মন্ত্ৰী ৰঞ্জিত দাসৰ যুক্তি ২৪ ঘন্টাও নিটিকিল কিয় ?
গাঁৱত ঘৰ সাজিলেও পঞ্চায়তক দিব লাগিব কৰ ৷ ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ‘আদৰ্শ নাগৰিক চনদ’ মুকলিৰে এই ঘোষণা কৰিছিল মঙলবাৰে ৷ ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছত বুধবাৰে…
উত্তৰ প্ৰদেশৰ জীৱন মৰণৰ যুঁজলৈ কিদৰে সাজু হৈছে কংগ্ৰেছ ?
সুদীৰ্ঘ কাল উত্তৰ প্ৰদেশৰ ক্ষমতাৰ পৰা দূৰৈত থকা কংগ্ৰেছ দলো সমাগত বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে ৷ “কিছনে বিগড়া উত্তৰ প্ৰদেশ” শ্ল’গানেৰে উত্তৰ প্ৰদেশত কংগ্ৰেছে আৰম্ভ কৰিব নিৰ্বাচনী অভিযান ৷ শ্ল’গানটোৰ জড়িয়তে যোগী আদিত্যনাথ চৰকাৰৰ বিফলতাৰ…
টকিঅ’ অলিম্পিক : খেলত হাৰিও হৃদয় জিনিলে ৰাণী বাহিনীয়ে
টকিঅ’ অলিম্পিকত চতুৰ্থ স্থানতে ক্ষান্ত থাকিল ভাৰতীয় মহিলা হকী দলটো ৷ শুকুৰবাৰে ব্ৰঞ্জৰ পদকৰ বাবে অনুষ্ঠিত মেচত গ্ৰেট ব্ৰিটেইনৰ বিৰুদ্ধে ভাৰত ৩-৪ গ’লৰ ব্যৱধানত পৰাজিত হয় ৷ ৰাণী ৰামপাল নেতৃত্বাধীন ভাৰতীয় দলটোৱে আজিৰ মেচখনত পৰাজিত হ’লেও জয় কৰি…
চান্দা সংগ্ৰহত কোন ৰাজনৈতিক দল প্ৰথম , কোন দ্বিতীয় ?
একো একোটা বছৰত ৰাজনৈতিক দলসমূহে কিমান পৰিমাণৰ চান্দা সংগ্ৰহ কৰে আপুনি জানেনে?কোন কেইজন ব্যক্তি অথবা প্ৰতিষ্ঠানে সর্বাধিক চান্দা প্ৰদান কৰে আপোনাৰ ধাৰণা আছেনে?শেহতীয়াকৈ ‘এচ’চিয়েচন ফৰ ডেমক্ৰেটিক ৰিফ’র্মচে’ ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহে তোলা…
এডভান্টেজ আছাম : ১ লাখ কৌটি বিনিয়োগৰ কথা আছিল , প্ৰকৃততে বিনিয়োগ হ’ল কিমান ?
২০১৮ চনৰ ৩ আৰু ৪ ফ্ৰেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হৈছিল ‘এডভান্টেজ আছাম’ শীর্ষক এক বিনিয়োগৰ অনুষ্ঠান৷ ‘এডভান্টেজ আছাম’ৰ প্ৰতি লক্ষ্য ৰাখিয়েই গুৱাহাটীক দিয়া হৈছিল এক অনন্য ৰূপ৷ৰং বিৰঙৰ পোহৰেৰে জিলিকি উঠিছিল গুৱাহাটীৰ ৰাজপথ৷তাৰ বাবে ব্যয় কৰা…
কিয় লাগে আপোনাক – লাভলীনাৰ ধৰ্ম কি ?
লাভলীনাই বক্সিঙত আৰু পি ভি সিন্ধুয়ে বেডমিন্টনত জয় কৰিলে ব্ৰঞ্জৰ পদক ৷ যিকোনো সু- সভ্য নাগৰিকেই তেওলোকৰ একাগ্ৰতা , পাৰদৰ্শিতা আৰু সম্ভাৱনাৰ বিষয়ে আলোচনা কৰিব ৷ কিন্তু ভাৰতৰ ইন্টাৰনেট দুনীয়াত লাভলীনা আৰু সিন্ধুৰ বিষয়ে কি আলোচনা চলিছে জানেনে ?
টকিঅ’ অলিম্পিক : ভাৰতৰ হৈ আৰু এটা ৰূপৰ পদক জিকিলে কোনে ?
টকিঅ’ অলিম্পিকত ৰূপৰ পদকতে ক্ষান্ত থাকিল ভাৰতীয় ৰেষ্টলাৰ ৰবি কুমাৰ দাহিয়া ৷
৫৭ কেজি শাখাৰ ৰেষ্টলিঙৰ ফাইনেলত ৰাছিয়াৰ প্ৰতিদ্বন্দীৰ বিৰুদ্ধে তেও পৰাজিত হয় ৷
ৰাছিয়াৰ জাভুৰ উগুৱেভে লাভ কৰে সোণৰ পদক ৷
ৰবি কুমাৰ দাহিয়াৰ ৰূপৰ পদকেৰে…