টকিঅ’ অলিম্পিক : ভাৰতৰ হৈ আৰু এটা ৰূপৰ পদক জিকিলে কোনে ?

Share This Article
  • টকিঅ’ অলিম্পিকত ৰূপৰ পদকতে ক্ষান্ত থাকিল ভাৰতীয় ৰেষ্টলাৰ ৰবি কুমাৰ দাহিয়া ৷
  • ৫৭ কেজি শাখাৰ ৰেষ্টলিঙৰ ফাইনেলত ৰাছিয়াৰ প্ৰতিদ্বন্দীৰ বিৰুদ্ধে তেও পৰাজিত হয় ৷
  • ৰাছিয়াৰ জাভুৰ উগুৱেভে লাভ কৰে সোণৰ পদক ৷
  • ৰবি কুমাৰ দাহিয়াৰ ৰূপৰ পদকেৰে ভাৰতে এতিয়ালৈ অলিম্পিকত ৫ টা পদক লাভ কৰিলে ৷
  • হাৰিয়ানাৰ ৰবি কুমাৰ দাহিয়াৰ এই সফলতাই গৌৰৱান্বিত কৰিছে দেশবাসীক ৷
Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.