সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আপুনি কোনটো চাকৰি পালে – প্ৰধানমন্ত্ৰীক এইদৰে কিয় উভতি ধৰিলে ৰাহুল গান্ধীয়ে ?

স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দল কংগ্ৰেছে ৷ কংগ্ৰেছৰ মতে দেশবাসীক ক’বলৈ চৰকাৰৰ ওচৰত নতুন কথা একো নাই ৷ পুৰণি জুমলাই তেওলোকে নতুনকৈ ঘোষণা  কৰিছে ৷…

কাবুলত প্ৰৱেশ কৰি কি ক’লে তালিবানে ?

অৱশেষত দেওবাৰে আফগানিস্তানৰ ৰাজধানী কাবুলত প্ৰৱেশ কৰিলে তালিবান বাহিনীয়ে ৷ তাৰ পাছতে তালিবানে ঘোষণা কৰিছে যে তেওলোকে ক্ষমতাৰ শান্তিপূৰ্ণ হস্তান্তৰ বিচাৰিছে ৷এক বিবৃতিত তালিবানে উল্লেখ কৰিছে যে তেওলোকে বন্দুকৰ বলত কাবুল দখল কৰিব বিচৰা নাই ৷…

ৰেডিও ষ্টেচন তালিবানৰ দখলত , কি কয় আফগানিস্তানৰ ৰাষ্ট্ৰপতিয়ে ?  

তালিবানৰ আগ্ৰাসনৰ মাজত প্ৰথমবাৰৰ বাবে মুখ খুলিছে আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানীয়ে ৷ ৰাষ্ট্ৰপতিগৰাকীয়ে এক সাক্ষাৎকাৰত কয় যে আফগানিস্তানক ধ্বংস আৰু অস্থিৰ কৰাৰ অনুমতি কাকো দিয়া নহ’ব ৷দেশখনৰ নাগৰিকসকলক স্থানান্তৰ কৰা কাৰ্যও সহ্য কৰা নহ’ব…

সংসদ মাৰ্চেলৰ অধীনত, লালকিল্লা ডালমিয়া গ্ৰুপৰ অধীনত আৰু দেশ…? কাৰ মন্তব্যত তোলপাৰ লাগিছে…

সংসদ মাৰ্চেলৰ অধীনত, লালকিল্লা ডালমিয়া গ্ৰুপৰ অধীনত আৰু দেশ...? কাৰ মন্তব্যত তোলপাৰ লাগিছে টুইটাৰত? সাংবাদিক পূণ্য প্ৰচুন বাজপেয়ীৰ এটা মন্তব্যৰ পিছতে এতিয়া তোলপাৰ লাগিছে টুইটাৰত। কেন্দ্ৰীয় চৰকাৰক উদ্দেশ্যি সাংবাদিক জনে টুইটাৰত কৰা…

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসত লালকিল্লাত পতাকা উত্তোলন কৰি কি কি বিশেষ ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী…

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসত লালকিল্লাত পতাকা উত্তোলন কৰি কি কি বিশেষ ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে? আজি দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰি কেইবাটাও বিশেষ ঘোষণা কৰিছে…

স্বাধীনতা দিৱসত ৰাজ্যবাসীক উদেশ্যি কি কলে মুখ্যমন্ত্ৰীয়ে?

খানাপাৰাত ৰাজ্যিকভাবে পালন স্বাধীনতা দিৱস৷পতাকা উত্তোলন কৰি ৰাজ্যবাসীক সম্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷আম্বেদকাৰৰ উদ্ধৃতিৰে স্বাধীনতাৰ সংজ্ঞা মুখ্যমন্ত্ৰীৰ৷ৰাজ্যৰ স্বাধীনতা সংগ্ৰামীক স্মৰণ মুখ্যমন্ত্ৰীগৰাকীৰ৷উপস্থিত আৰক্ষী…

আফগানিস্তানলৈ সৈন্য প্ৰেৰণ কৰিলে লাভ নকৰে ভাল ফলাফল : ভাৰতক উদ্দেশ্যি সকীয়ণি দুৰ্ধৰ্ষ তালিবানৰ

দিন বাগৰাৰ লগে লগে আফগানিস্তানত তালিবানে দখল কৰিছে ইটোৰ পিছত সিটো অঞ্চল। আফগানিস্তানৰ ভাৰতীয় দূতাবাসৰ সকলো বিষয়া-কৰ্মচাৰীক ইতিমধ্যেই দেশলৈ ঘূৰাই অনাৰ প্ৰস্তুতি চলাইছে ভাৰত চৰকাৰে। দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন তালিবানে ভাৰতক পাকে-প্ৰকাৰে…

মুম্বাই-গোৱাৰ দৰে গুৱাহাটীতো ৰেভ পার্টী- ৰঙাঘৰৰ আলহী ১৭ যৱক-যুৱতী

মহানগৰীত নিশা ৰেভ পাৰ্টী কৰি ৰঙাঘৰৰ আলহী হ'ল ১৭ গৰাকী যুৱক-যুৱতী। মুম্বাই-গোৱা আদি ৰাজ্যৰ দৰে এইবাৰ গুৱাহাটী মহানগৰীত নিশা ৰেভ পাৰ্টী কৰি ৰঙাঘৰৰ আলহী হ'বলগীয়া হ'ল ১৭ গৰাকী যুৱক-যুৱতী।খাৰঘূলিৰ বিভেইয়া এপাৰ্টমেণ্টত বিকাশ জৈন নামৰ লোকজনৰ ঘৰত…

স্পীড লিমিট ৬০ কিলোমিটাৰলৈ বৃদ্ধি কৰাৰ নিদের্শ মুখ্যমন্ত্ৰীৰ

ৰাষ্ট্ৰীয় ঘাইপথৰ স্পীড লিমিট ৬০ কিলোমিটাৰলৈ বৃদ্ধি কৰাৰ নিদের্শ মুখ্যমন্ত্ৰীৰ৷ঠাইভেদে প্ৰতিঘন্টাত ২০ অথবা ৪০ কিলোমিটাৰ অতিক্ৰম কৰিলেই দুই হাজাৰ টকা জৰিমনা বিহিছিল পৰিবহন বিভাগে৷ বিষয়টোক লৈ ব্যাপক সমালোচনা অব্যাহত থকাৰ মাজতে স্পীড লিমিট ৬০…

অসমৰ কৃষকৰ পৰা কোনে লুটি নিলে ৮৫ কোটি টকা?

অসমৰ কৃষকৰ পৰা চৰকাৰে ধান ক্ৰয় নকৰে৷পৰিনতিত অসমৰ কৃষকে ধানৰ উচিত মূল্য লাভ নকৰে৷সেইবাবেই অসমৰ কৃষক দেশৰ অন্য ৰাজ্যৰ কৃষকে লাভ কৰা সুবিধা তথা উচিত মূল্যৰ পৰা বঞ্চিত৷কিন্তু ইমানখিনিৰ পিছতো,নৰেন্দ্ৰ মোদীৰ সহায়ত আম্বানি-আদানীৰ দৰে পুঁজিপতিয়ে…