এফালৰ পৰা জ্বলিছে আমেৰিকা
জ্বলিছে , আমেৰিকা জ্বলিছে ৷ সভ্যতাক লজ্জিত কৰি তোলা এক ঘটনাৰ বাবেই আমেৰিকাৰ ৰাজপথত জ্বলিছে ক্ষোভৰ জুই ৷ বিগত চাৰিদিন ধৰি আমেৰিকাৰ পৰিস্থিতি উত্তপ্ত ৷দেশখনৰ মিনিয়াপলিচ চহৰত এগৰাকী কৃষ্ণাংগ লোকক শ্বেতবৰ্ণ আমেৰিকান পুলিচ অফিচাৰে হত্যা কৰা…