সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

uttarpradesh

জামিন পালেও কাৰাগাৰতে থাকিব লাগিব অল্ট নিউজৰ জুবেইৰ

উত্তৰ প্ৰদেশৰ এটা গোচৰত জামিন লাভ কৰিছে অল্ট নিউজৰ সাংবাদিক তথা সহ সংস্থাপক মহম্মদ জুবেইৰে ৷ উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশৰ সীতাপুৰত ৰুজু হোৱা গোচৰ সংক্ৰান্তত মহম্মদ জুবেইৰক ৫ দিনৰ অন্তৰ্ৱৰ্তীকালীন জামিন প্ৰদানৰ লগতে এই সময়ছোৱাত কোনো টুইট…

উত্তৰ প্ৰদেশত বিজেপিয়ে ৩০০ তকৈও অধিক আসনত জয় লাভ কৰিব: যোগী আদিত্যনাথ

উত্তৰ প্ৰদেশত বিধানসভা নির্বাচনৰ ভোটগ্রহণ হৈ আছে। আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ। ১০ মাৰ্চত ঘোষণা হ'ব নিৰ্বাচনৰ ফলাফল। কিন্তু নিৰ্বাচনৰ ফলাফলৰ আগতেই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ মন্তব্য, উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত…

প্ৰথমে ভোটদান পিছত জলপান: নৰেন্দ্ৰ মোদী

আজি পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হৈছে উত্তৰ প্ৰদেশৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। ৰাজ্যখনৰ ১১খন জিলাত ৫৮ খন আসনৰ বাবে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। উল্লেখ্য যে, প্ৰথম পৰ্যায়ৰ এই ভোটগ্ৰহণত মুঠ ৬২৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হব। ২৬,০২৭ টা কেন্দ্ৰত চলি…

লাভ জিহাদেই হ’ব নেকি বিজেপিৰ মূল নিৰ্বাচনী ইছ্যু ?

ধৰ্মীয় মেৰুকৰণ আৰু সাম্প্ৰদায়িকতাই হ’ব উত্তৰ প্ৰদেশত বিজেপিৰ মূল নিৰ্বাচনী ইছ্যু ৷ মঙলবাৰে দলটোৱে মুকলি কৰা ইস্তাহাৰতো তাৰেই প্ৰতিফলন ঘটিল ৷ ‘লোক কল্যান সংকল্প পত্ৰ ‘ শীৰ্ষক ইস্তাহাৰত বিজেপিয়ে খেতিয়কক বিনামূলীয়া পানী আৰু বিজুলী যোগানৰ…

খেলা হ’বনে : অখিলেশৰ হৈ কি ক’লে মমতা বেনাৰ্জীয়ে ?

পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত বিজেপিক ধৰাশায়ী কৰা তৃণমূল কংগ্ৰেছৰ মুৰব্বী তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী উপস্থিত হৈছে উত্তৰ প্ৰদেশত ৷ সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱৰ সৈতে এখন যৌথ সংবাদমেল সম্বোধন কৰি মমতা বেনাৰ্জীয়ে কয় যে…

উত্তৰ প্ৰদেশত বিজেপিয়ে মুকলি কৰিব ইস্তাহাৰ

উত্তৰ প্ৰদেশৰ নিৰ্বাচনলৈ মাজত মাথোঁ ১ টা দিন। ১০ ফেব্রুৱাৰীত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা লগতে ১৪, ২০, ২৩ ২৭, ৩ আৰু ৭ মাৰ্চত সাতটা পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন। কিন্তু বিজেপিয়ে মুকলি কৰা নাই ইস্তাহাৰ। আজিহে কেন্দ্ৰীয় গৃহমন্ত্ৰী…

সময় নাই, নিজৰেই নিয়ম ভংগ কৰি পৰীক্ষা পাতিবলৈ লৰালৰি এপিএছচিৰ?

সময় নাই, নিজৰেই নিয়ম ভংগ কৰি পৰীক্ষা পাতিবলৈ লৰালৰি এপিএছচিৰ? কি নিয়ম ভংগ কৰিলে এপিএছচিয়ে? ভোট বিচাৰি যোৱা বিজেপি প্ৰার্থী সঘন প্ৰতিবাদৰ সন্মুখীন হৈছে কিয় উত্তৰ প্ৰদেশত? বিহু ফাংচনলৈ জুবিনক মাতিব নালাগে বুলি কিয় কলে মুখ্যমন্ত্ৰীয়ে?…

২২ নাগৰিকৰ মৃত্যুৰ পাছতো উত্তৰ প্ৰদেশত ‘কা’ কিয় ইছ্যু নহয় ?

২০১৯ চনৰ ডিচেম্বৰ মাহত দেশজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সৃষ্টি হৈছিল গণজাগৰণৰ ৷ অসমৰ পৰা উত্তৰ প্ৰদেশলৈ সকলোতে ‘কা’ বিৰোধী আন্দোলনে উত্তাল কৰিছিল ৰাজপথ ৷ কেৱল উত্তৰ প্ৰদেশত ‘কা’ বিৰোধী আন্দোলনত ২২ গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল ৷ ইয়াৰ…

বিক্ৰী নোহোৱাৰ বাবেই লখিমপুৰত কৃষকে জ্বলাই দিলে ধানঃ কিন্তু কিয়?

উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰী জিলাৰ নাম এতিয়া সৰ্বত্ৰ চৰ্চিত। মন্ত্ৰী পুত্ৰই গাড়ীৰে চেপি কৃষক হত্যা কৰাৰ পিছত খেৰীত এতিয়াও মাৰ যোৱা নাই উত্তেজনা । কিন্তু তাৰ মাজতে খেৰীৰ এটা ঘটনাই এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। লখিমপুৰৰ খেৰী জিলাৰ কৃষক…

কেনে আছে উত্তৰ প্ৰদেশৰ হাথৰাছৰ জঘন্য দলবদ্ধ ধৰ্ষণ কাণ্ডৰ ভুক্তভোগী কিশোৰী গৰাকীৰ পৰিয়াল?

উত্তৰ প্ৰদেশৰ হাথৰাছৰ জঘন্য দলবদ্ধ ধৰ্ষণ কাণ্ডই অতিক্ৰম কৰিলে এটা বছৰ। ন্যায় বিচাৰি এতিয়াও হাবাথুৰি খাইছে ভুক্তভোগী দুৰ্ভগীয়া কিশোৰী গৰাকীৰ পৰিয়াল। কিন্তু কেনে আছে সমাজৰ প্ৰতিবন্ধকতা আৰু শোষণ-নিষ্পেষণে জুৰুলা কৰা হাথৰাছৰ সেই বিশেষ…