সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#ukraine

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ কেতিয়া আৰু কেনেকৈ সমাপ্ত হ’ব পাৰে?

প্ৰায় তিনি সপ্তাহ ধৰি চলি আছে ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ।কোনেও যুদ্ধ ক্ষেত্ৰৰ পৰা আঁতৰি অহাৰ মনোভাব এইমুহূৰ্তৰলৈকে দেখুওৱা নাই।সেয়ে বিশ্ব সম্প্ৰদায়ৰ মুখত এতিয়া এটাই প্ৰশ্ন যে যুদ্ধ কেতিয়া আৰু কেনেকৈ সমাপ্ত হ'ব? তাত্ত্বিকভাৱে, যেতিয়া এটা…

আফগানিস্তান আৰু ছিৰিয়াতকৈও ইউক্ৰেইনত অধিক ৰাছিয়ান সৈন্যৰ মৃত্যু হৈছে- ভলদিমিৰ জেলেন্সকী

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত শেহতীয়াকৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলদিমিৰ জেলেন্সকীয়ে মন্তব্য কৰি কয় যে আফগানিস্তান আৰু চিৰিয়াতকৈও অধিক ৰাছিয়াৰ সৈনিকৰ ইতিমধ্যে মৃত্যু হৈছে এই সংঘৰ্ষত। ৰাছিয়াৰ ভাষাত সম্বোধন কৰি জেলেন্সকীয়ে ভাষণত কয় যে চিৰিয়া ,…

নাটোৰ ভূমিকাত তীব্ৰ অসন্তুষ্টি ইউক্ৰেইনৰ

নাটোৰ ভূমিকাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি বোলোডিমিৰ জেলেনস্কিয়ে ৷ তেওঁ প্ৰতিবেশী ৰাষ্ট্ৰসমূহক তেওঁলোকৰ আকাশমাৰ্গ ন’ ফ্লাই জ’ন হিচাপে ঘোষণা কৰিবলৈ আহ্বান জনাইছিল ৷ কিন্তু নাটোয়ে সেই আহ্বান নস্যাৎ কৰে ৷ ইয়াকে…

ইউক্ৰেইনত গুলীবিদ্ধ আৰু এজন ভাৰতীয় ছাত্ৰ

ৰাছিয়া – ইউক্ৰেইনৰ যুদ্ধত আহত হৈছে আৰু এজন ভাৰতীয় ছাত্ৰ ৷ এখন কেবত লিয়েভ চহৰৰ দিশে গৈ থকা অৱস্থাত গুলীয়ে তেওক আঘাত কৰে ৷ আহত ছাত্ৰজন হৈছে হৰজোৎ সিঙ৷ গুলীয়ে আঘাতত তেওৰ ভাৰিৰ হাড় ভাঙে ৷ চাৰিদিন পূৰ্বে সংঘটিত এই ঘটনাৰ বিষয়ে সদৰী কৰিছে…

ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় শিক্ষাৰ্থীক সহায়ৰ বাবে সাজু ৰাছিয়া

ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় শিক্ষাৰ্থীক সহায়ৰ বাবে সাজু ৰাছিয়া। ১৩০ খন বাছ সাজু ভাৰতীয় শিক্ষাৰ্থীক উদ্ধাৰৰ বাবে। খানকিভ আৰু ছুমীত আৱদ্ধ শিক্ষাৰ্থীক উদ্ধাৰ কৰিব ৰাছিয়াই। ৰাছিয়াৰ বেলগোৰোড অঞ্চললৈ স্থানান্তৰ কৰিব আৱদ্ধসকলক। এই কথা ৰাছিয়াৰ…

ইউক্ৰেইনৰ হাস্পতালতো ৰুছ সেনাৰ আক্ৰমণ

বিগত সাতদিন ধৰি ইউক্ৰেইনত অব্যাহত আছে ৰুছ সেনাৰ আক্ৰমণ ৷ এই আক্ৰমণত মূলত: লক্ষ্য কৰি লোৱা হৈছে ৰাজধানী কিয়েভ , খাৰ্কিবসহ কেবাখনো মুখ্য চহৰক ৷ আজি পুৱাই ৰুছ পেৰাছুটাৰ বাহিনীয়ে খাৰ্কিবৰ এখন চিকিৎসালয়ত আক্ৰমণ কৰে ৷ লগতে ৰুছ সেনাই খেৰ্ছোন চহৰতো…

পূব ইউক্ৰেইনৰ খাৰ্কিভ চহৰত প্ৰচণ্ড গুলিবৰ্ষণত নিহত ভাৰতীয় ছাত্ৰ

ৰাছিয়া-ইউক্ৰেইনৰ সংঘৰ্ষৰ মাজত শেহতীয়াকৈ আহিছে ভাৰতবাসীৰ বাবে এক দুখজনক খবৰ। আজি পূব ইউক্ৰেইনৰ খাৰ্কিভ চহৰত হোৱা প্ৰচণ্ড গুলিবৰ্ষণত নিহত হয় এজন ভাৰতীয় ছাত্ৰ। এম ই এৰ মুখপাত্ৰ অৰিন্দম বাগছীয়ে জনিব দিয়ে এই খবৰ। ছাত্ৰজন খাৰ্কিভ চহৰৰ এক চিকিৎসা…

মা, আমি ভয় খাইছো….: ৰাষ্ট্ৰসংঘত ইউক্ৰেইনৰ ৰাষ্ট্ৰদূতে পঢ়িলে ৰুছ সেনাৰ চিঠি

‘ মা , আমি এতিয়া ইউক্ৰেইনত ৷ ইয়াৰ পৰিস্থিতি খুবেই বেয়া ৷ ইয়াত সঁচাকৈ যুদ্ধ আৰম্ভ হৈছে ৷ আমি ভয় খাইছো ৷ একেসময়তে সকলো চহৰত বোমা নিক্ষেপ কৰিছো ৷ আনকি সাধাৰণ মানুহকো আক্ৰমণ কৰিছো ৷ আমাৰ খুউব কষ্ট হৈছে মা…৷’ সোমবাৰে ইউক্ৰেইন – ৰাছিয়াৰ যুদ্ধক…

যুদ্ধ : আৱদ্ধ ভাৰতীয়ক শীঘ্ৰে কিয়েভ ত্যাগৰ নিৰ্দেশ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত আৱদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক অতি শীঘ্ৰে ৰাজধানী চহৰখন এৰিবলৈ কোৱা হৈছে ৷ ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে জাৰি কৰা এক নিৰ্দেশনাত কোৱা হয় যে কিয়েভত ভাৰতীয়সকল যি পৰিস্থিতিতেই নাথাকক কিয় অতি শীঘ্ৰে চহৰখন এৰিব লাগে ৷…

ৰাছিয়াৰ মিছাইল আক্ৰমণত সৰ্ববৃহৎ এয়াৰক্ৰাফট ধ্বংস

বিশ্বৰ সৰ্ববৃহৎ এয়াৰক্ৰাফট ধ্বংস কৰিছে ৰাছিয়াই। ৰাছিয়াৰ মিছাইল আক্ৰমণত সৰ্ববৃহৎ এয়াৰক্ৰাফট AN-225 Mriya ধ্বংস। ইউক্রেনৰ ৰাজধানী কিয়েভত ৰাখি থোৱা অৱস্থাত ৰাছিয়াই ধ্বংস কৰে এয়াৰক্ৰাফটখন। ইউক্ৰেইনে নিৰ্মাণ কৰিছিল বিশ্বৰ বৃহৎ এয়াৰক্ৰাফটখন। এই…