সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#thecrosscurret

অযোধ্যাত কেনেকৈ সংঘটিত হৈছে ভূমি কেলেংকাৰি?

দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ যৌথ অনুসন্ধানত পোহৰলৈ আহিছিল অসমৰ ইতিহাসৰ এটা সর্ববৃহৎ ভূমি কেলেংকাৰিৰ তথ্য৷শেহতীয়াকৈ আন এটা অবৈধ ভূমি ক্ৰয় বিক্ৰয়ৰ তথ্য ফাদিল হৈছে ইণ্ডিয়ান এক্সপ্ৰেছৰ অনুসন্ধানত৷এই কাহিনী অযোধ্যাৰ৷ ৰাম মন্দিৰ নিমার্নৰ পক্ষে…

পানামা পেপার্চ কি?

পানামা পেপাৰ্চত নাম অন্তৰ্ভুক্ত হৈ আছে অমিতাভ বচ্চন, ঐশ্বৰ্য ৰায়,অজয় দেৱগন,বিজয় মালিয়া,সাংবাদিক কৰণ থাপৰ, চীনৰ প্ৰধানমন্ত্ৰী চি জিন পিং, পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফ আদি বহুতৰে।কিন্তু কি এই পনামা পেপাৰ?পনামা পেঁপাৰত এনে কি…

ঋণ গ্ৰহণ কৰি নহয়,ঋণ পৰিশোধ কৰি চমক দেখুৱাইছে কেজৰিয়াল চৰকাৰে-

বিত্ত বিভাগে সদনত ডাঙি ধৰা তথ্য অনুসৰি অসম চৰকাৰৰ বর্তমানৰ ঋণৰ পৰিমাণ ৮২ হাজাৰ কোটি টকা৷২০১৬ চনত অসম চৰকাৰৰ ঋণৰ পৰিমাণ ৪১ হাজাৰ কোটি টকা৷অর্থাৎ অসম চৰকাৰৰ বিত্ত বিভাগৰেই তথ্য অনুসৰি ৫ বছৰত অসম চৰকাৰৰ ঋণ দুগুণলৈ বৃদ্ধি হল৷কিন্তু একেখিনি…

৫ বছৰত অসম চৰকাৰে কেৱল সুদ পৰিশোধত ব্যয় কৰিলে ৰাজভৰালৰ ২০ হাজাৰ ৬৫৮ কোটি টকা

৫ বছৰত অসম চৰকাৰে কেৱল সুদ পৰিশোধত ব্যয় কৰিলে ৰাজভৰালৰ ২০ হাজাৰ ৬৫৮ কোটি টকা৷এই বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে ভাৰতীয় ৰিজার্ভ বেংকে৷ভাৰতীয় ৰিজার্ভ বেংকৰ তথ্য অনুসৰি ২০২০-২১ বিত্তীয় বর্ষৰ অন্তিম সময়ত অসম চৰকাৰৰ সর্বমুঠ ধাৰৰ পৰিমান আছিল ৯৩ হাজাৰ…

অসম বিধানসভাত নাগৰিকত্ব(সংশোধনী) আইন আৰু কা’ বিৰোধী আন্দোলন সম্পৰ্কত শিৱসাগৰ সমষ্টিৰ বিধায়ক…

প্ৰশ্ন:নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৯ আৰু কা' বিৰোধী আন্দোলনত অসমত কিমানজন লোক পুলিচৰ গুলীত মৃত্যু হ'ল? উত্তৰ:নাগৰিকত্ব(সংশোধনী)বিধেয়ক,২০১৯ আৰু কা' বিৰোধী আন্দোলনত অসম আৰক্ষীৰ গুলীত মুঠ তিনিজন লোকৰ মৃত্যু হয়।উল্লেখ থাকে যে আৰু এজন ব্যক্তিৰ…

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ তদন্ত বিচাৰি জিলাই জিলাই উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ…

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিনী ৰিণিকি ভূঞা শৰ্মা সমন্বিতে পৰিয়ালৰ কেইবাগৰাকী লোক ব্যাপক ভূমি কেলেংকাৰী আৰু অবৈধ ধনৰ সৰবৰাহৰ সৈতে জড়িত হোৱা বুলি উত্থাপিত অভিযোগৰ তদন্ত বিচাৰি ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে…

ভূমি কেলেংকাৰিৰ প্ৰসংগ উত্থাপনৰ পিছতেই ১০ মিনিটৰ বাবে স্থগিত বিধানসভা

ভূমি কেলেংকাৰি সন্দর্ভত উত্তাল সদন৷সদন স্থগিত ৰাখিব লগা হ’ল দহ মিনিটৰ বাবে৷আজিৰে পৰা আৰম্ভ হৈছিল অসম বিধানসভাৰ শীতকালীন অধিবেশন৷অধিবেশনৰ প্ৰথম দিনটোতেই সদনত ভূমি কেলেংকাৰি সন্দর্ভত বিতর্কৰ বাবে বিষয়টো উপস্থাপন কৰে বিৰোধীয়ে৷ভূমি কেলেংকাৰিক…

ভাৰতীয় টকাৰ নোট ছপা কৰোতে কিমান টকা খৰচ হয়?

২০০০ টকা নোট ছপা কৰাৰ ব্যয় ৪ টকাতকৈ কম, বাকী নোটবোৰো ৰিজাৰ্ভ বেঙ্কে ছপা কৰে হস্তাতে। গুলপীয়া নোটটোৰ মূল্য ২০০০ টকা। কিন্তু ইয়াক মুদ্ৰণ কৰিবলৈ, ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ ব্যয় ২০২০ চনৰ হিচাপ অনুসৰি মাত্ৰ ৩ টকা ৫৪ পইচা। ৫০০ টকাৰ নোট ছপা কৰাৰ…

৬০ হাজাৰ টকাৰ ধাৰত কেনেকৈ ডুব গ’ল আপুনি?

ভাৰত চৰকাৰে দেশবাসীৰ ওপৰত জাপি থৈছে ৩২ হাজাৰ টকাৰ বোজা৷অসম চৰকাৰে অসমবাসীৰ ওপৰত জাপি থৈছে ২৯ হাজাৰ টকাৰ বোজা৷অর্থাৎ প্ৰায় ৬১ হাজাৰ কোটি টকাৰ ধাৰৰ বোজাত ডুবি আছে এতিয়া প্ৰতিজন অসমীয়া৷সেইবাবেই আপোনাৰ ঘৰত এটা সন্তানৰ জন্ম হলেও জন্ম হৈয়ে…

পেগাছাছেৰে সমাজকৰ্মীক বিপদত পেলোৱাৰ চক্ৰান্ত ফাদিল

আপোনাৰ মোবাইল ফোনলৈ এটা মেছেজ আহিল ৷ আপুনি সেই মেছেজৰ লিংকত ক্লিক কৰিলে ৷ তাৰ লগে লগে আপোনাৰ ফোনত ইনষ্টল হৈ গ’ল এটা চোৰাংছোৱা ছফটৱেৰ ৷তাৰ পাছত এই ছফটৱেৰৰ সহায়ত কিছুমান দস্তাবেজ আপোনাৰ ফোনত সংস্থাপন কৰা হ’ল ৷ আৰু ইয়াৰ আধাৰত দেশদ্ৰোহিতাৰ…