সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

#thecrosscurret

হিন্দুত্ব–হিতাধিকাৰীৰ ৰাজনীতি ৰুধিবলৈ অখিলেশ যাদৱৰ নতুন ৰণকৌশল কি ?

প্ৰতি মুহূৰ্ততে সলনি হৈছে উত্তৰ প্ৰদেশৰ নিৰ্বাচনী প্ৰেক্ষাপট ৷ তিনি মন্ত্ৰী দহ বিধায়কে বিজেপি এৰি সমাজবাদী পাৰ্টীত যোগদান কৰাৰ পাছত এইবাৰ সমাজবাদী পাৰ্টীত চাৰ্জিকেল ষ্ট্ৰাইক চলাইছে বিজেপিয়ে ৷ আজি সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱৰ…

পঞ্জাৱত কি ভুল কৰিলে আপে?

আম আদমী পাৰ্টী পঞ্জাৱ বিধানসভা নিৰ্বাচনক লৈ অতি উৎসাহিত হোৱা দেখা গৈছে। ১৮ জানুৱাৰী অৰ্থাৎ মঙলবাৰে এই উৎসাহৰ দুটা উদাহৰণ দেখা গৈছিল। প্ৰথম উদাহৰণটো দেখা গৈছিল চণ্ডিগড়ত।অৰবিন্দ কেজৰিৱালে সংবাদমেলত পঞ্জাৱ বিধানসভা নিৰ্বাচনত ভগৱন্ত মানক আপৰ…

ৰাজ্যত ক’ভিডত আক্ৰান্ত ৮৩৩৯ জন , মৃত্যু ১৫ জন

ৰাজ্যত অব্যাহত আছে ক'ভিডৰ সংক্ৰমণ। প্ৰতিদিনে আক্ৰান্ত হৈছে সহস্ৰাধিক লোক। বিগত ২৪ ঘণ্টাত ৰাজ্যত আক্ৰান্ত হৈছে ৮৩৩৯ জন লোক । মৃত্যু হৈছে ১৫ জন ৰোগী। সৰ্বাধিক কামৰুপ(ম)ত ১৯২৯ জন, কৰিমগঞ্জত ৭৪৭ জন, ডিব্ৰুগড়ত ৫১২ জন, তিনিচুকীয়াত ৩৮০ জন,…

অ’মিক্ৰণৰ নতুন ২০ টা লক্ষণ….

বিশ্বত এতিয়া অ'মিক্ৰনৰ আতংক। ক'ভিডৰ অধিক সংখ্যক ৰোগীৰ দেহত বৰ্তমান অ'মিক্ৰন ভেৰিয়েণ্ট সংক্ৰমিত। শেহতীয়াকৈ অ'মিক্ৰণৰ নতুন ২০ টা লক্ষণৰ বিষয়ে ইংলেণ্ডৰ ZOE ক'ভিড ষ্টাডিয়ে প্ৰকাশ কৰিছে। ক'ভিডৰ ডেল্টা ভেৰিয়ণ্টৰ তুলনাত অ'মিক্ৰণৰ লক্ষণ…

উত্তৰ প্ৰদেশৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে বিজেপিৰ ৩০ জনীয়া নাম প্ৰকাশ

সমাগত উত্তৰ প্ৰদেশৰ বিধানসভা নির্বাচন। ১০ ফেব্ৰুৱাৰীৰ পৰা ৭ টা পৰ্যায়ত অনুষ্ঠিত হ'ব উত্তৰ প্ৰদেশত বিধানসভা নির্বাচন। যাৰবাবে এতিয়া তুংগত উঠিছে প্ৰতিটো দলৰে নিৰ্বাচনী প্ৰচাৰ। প্ৰতিটো ৰাজনৈতিক দলেই আনটো দলক কৰিছে তীব্র সমালোচনা। শাসনাধিস্থ…

আপুনি যদি ক’ভিডত আক্ৰান্ত , কি কি কৰিব পাৰে ?

কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ে ক'ভিড-১৯ৰ মৃদু, মজলীয়া আৰু গুৰুতৰ লক্ষণৰ চিকিৎসাৰ বাবে নতুন নিৰ্দেশনা প্ৰস্তুত কৰিছে। যিসকল লোক ক'ভিডত আক্রান্ত হোৱাৰ পাছত শ্বাসনলীৰ ওপৰৰ অংশত সমস্যাৰ সন্মুখীন হয় আৰু উশাহ-নিশাহত অসুবিধা পায় তেওলোকে কি কি…

বিজেপিত যোগদান অখিলেশ যাদৱৰ ভাইবোৱাৰীৰ

প্ৰতি মুহূৰ্ততে সলনি হৈছে উত্তৰ প্ৰদেশৰ নিৰ্বাচনী প্ৰেক্ষাপট ৷ তিনি মন্ত্ৰী দহ বিধায়কে বিজেপি এৰি সমাজবাদী পাৰ্টীত যোগদান কৰাৰ পাছত এইবাৰ সমাজবাদী পাৰ্টীত চাৰ্জিকেল ষ্ট্ৰাইক চলাইছে বিজেপিয়ে ৷ আজি সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱৰ…

সমাজবাদী পাৰ্টিৰ অপৰ্ণা যাদৱৰ বিজেপিত যোগদান

প্ৰতিজন ভাৰতবাসীৰ মূল আৰ্কষণ এতিয়া ৫ ৰাজ্যৰ আগন্তুক নিৰ্বাচন। ৫ ৰাজ্যত নিৰ্বাচনৰ দিন যিমানেই চমু চাপিয়ে আহিছে সিমানেই আকৰ্ষণীয় হৈ পৰিছে ৰাজ্যকেইখনৰ ৰাজনীতি। উত্তৰ প্ৰদেশত বিজেপি দলৰ কেইবাজনো মন্ত্রী-বিধায়কে সমাজবাদী পাৰ্টিত যোগদান কৰা…

ভাৰতত ২,৮২,৯৭০ জন আৰু অসমত ৮০৭২ জন আক্ৰান্ত ক’ভিড-১৯ত

দেশত বিগত ২৪ ঘণ্টাত বৃদ্ধি পাইছে ক’ভিড-১৯ৰ সংক্ৰমণ। মঙলবাৰৰ দিনটোত ভাৰতত ২,৮২,৯৭০ জন ক'ভিডত আক্ৰান্ত। মৃত্যু হৈছে ৪৪১ জন ৰোগীৰ। আনহাতে, অসমতো  উদ্বেগজনভাৱে বৃদ্ধি পাইছে ক’ভিড-১৯ ৰোগীৰ সংখ্যা। বিগত ২৪ ঘণ্টাত ৰাজ্যত ৮০৭২ জন লোক আক্ৰান্ত হৈছে…

বিজেপিক প্ৰতিহত কৰিবলৈ  কৃষকৰ মিছন ইউপি অভিযান

বিপদে লগ এৰা উত্তৰ প্ৰদেশ বিজেপিক৷ইজনৰ পিছত সিজন বিজেপি মন্ত্ৰী আৰু বিধায়কৰ পদত্যাগে দলটোক সংকটৰ সন্মুখীন কৰাই আহিছে উত্তৰ প্ৰদেশত৷উত্তৰ প্ৰদেশৰ নির্বাচন প্ৰতিটো ৰাজনৈতিক দলৰ বাবেই গুৰুত্বপূর্ণ৷কাৰণ উত্তৰ প্ৰদেশতেই আছে সর্বাধিক লোকসভা…