সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

thecrosscurrent

কবি আনিছ উজ্ জামানলৈ ২০২১ বৰ্ষৰ ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ

প্ৰেছ বিজ্ঞপ্তি গুৱাহাটী, ১৩ ডিচেম্বৰ, ২০২১ খ্রীষ্টাব্দ : ‘ধ্ৰুৱজ্যোতি বৰা মিত্র মণ্ডলী'ৰ উদ্যোগত আৰু অসমৰ বৌদ্ধিক দিশত কৰিত একমাত্র দাতব্য ৰাজহুৱা ন্যাস 'নর্থ ইষ্ট ফাউণ্ডেচন'ৰ সহযোগত এই বছৰৰ পৰা ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ' নামেৰে…

উত্তৰ প্ৰদেশ নিৰ্বাচনৰ আগে আগে বাৰাণসীত মোডীঃ কিন্তু কিয়?

আজি বাৰাণসীত কাশী বিশ্বনাথ ধামৰ প্ৰথম পৰ্যায় উদ্বোধন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বাৰাণসীত সমবেত জনতাক সম্বোধন কৰি বাৰাণসীৰ সভ্যতাৰ ঐতিহ্যক প্ৰশংসাৰে উপচাই মোদীয়ে কয় যে বহু চুলতানৰ উত্থান আৰু পতন হল কিন্তু বেনাৰস একেই থাকিল।…

কোনে কেতিয়া নোহোৱা কৰিছিল আৰ বি এছৰ ভূমি ক্ৰয়ৰ নথি?

দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত পোহৰলৈ আহিছে RBS পেপাৰ্চৰ বহু চাঞ্চল্যকৰ তথ্য।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ কম্পেনী RBS ৰিয়েল্টৰ্চ প্ৰাইভেট লিমিটেডে কিদৰে চৰকাৰী আইন,বিধি ভৰিৰে মোহাৰি বিঘাই বিঘাই…

চৰকাৰী মাটি বিক্ৰীৰ অভিযোগত আৰক্ষীৰ গোচৰ ৰুজু:- RBS ৰ বিৰুদ্ধে কৰিবনে?

দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত পোহৰলৈ আহিছিল আৰ বি এছ পেপাৰ্ছ ৷ আৰ বি এছ পেপাৰ্ছত ফাদিল হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ কোম্পানী আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডৰ বৃহৎ ভূমি কেলেংকাৰি৷ উত্তৰ…

EXCLUSIVE : আৰ বি এছত ধন বিনিয়োগ কৰা কলকাতাৰ কোম্পেনীৰ আঁৰত কোন ?

দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত পোহৰলৈ অহা আৰ বি এছ পেপাৰ্ছত ফাদিল হৈছিল মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ কোম্পেনী আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডৰ বে আইনী ভূমি ক্ৰয় বিক্ৰয়ৰ বহু বিস্ফোৰক তথ্য ৷একেটা অনুসন্ধানতে স্পষ্ট…

তামিলনাডুৰ হেলিকপ্টাৰ দুৰ্ঘটনাঃ ১৩ গৰাকী লোকৰ মৃত্যু – বৰ্তমানলৈ একমাত্ৰ জীৱিত ব্যক্তি CDS…

তামিলনাডুত সংঘটিত শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনাৰ উত্তেজনা এতিয়াও মাৰ যোৱা নাই। হেলিকপ্টাৰ খনত থকা ১৪ গৰাকী যাত্ৰীৰ ভিতৰত ১৩ গৰাকী লোকৰেই মৃত্যু হৈছে বুলি খবৰ ৰাজহুৱা হোৱাৰ লগে লগে এতিয়া উদ্বিগ্নতা বৃদ্ধি পাইছে সমগ্ৰ দেশতে। এয়া প্ৰায় নিশ্চিত…

মুখ্যমন্ত্ৰী পত্নীৰ ভূমি কেলেংকাৰীঃ প্ৰেছ বিবৃতি জাৰি কৰিছে অসম প্ৰদেশ কংগ্ৰেছে

কেলেংকাৰীৰ উচ্চ-পৰ্যায়ৰ নিৰপেক্ষ তদন্ত দাবী কৰিলে কংগ্ৰেছ সভাপতি ভূপেন বৰাই দুখীয়া-ভূমিহীনক গুলীয়াই ‘অবৈধ দখল’ উচ্ছেদ কৰা মুখ্যমন্ত্ৰীৰ পৰিয়ালেই নামিল চৰকাৰী মাটিৰ অবৈধ দখলত! গুৱাহাটী, ৮ ডিচেম্বৰ ঃ প্রতি নিয়ত 'চৰকাৰী ভূমি'ৰ পৰা…

বুধবাৰে তামিলনাডুত এক ভয়ংকৰ দুৰ্ঘটনাৰ সমুখীন হয় এখন সেনাৰ হেলিকপ্টাৰ

দুর্ঘটনাগ্ৰস্ত সেনাৰ এই হেলিকপ্টাৰখনত CDS বিপিন ৰাওটৰ লগতে তেওঁৰ পত্নীসহ অন্য ৩ গৰাকী সেনা বিষয়া আৰু ১৭ গৰাকী আৰোহি উপস্থিত আছিল।এই পৰ্যন্ত দুগৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ খবৰ প্ৰকাশ পাইছে। সেনাৰ উদ্ধাৰ অভিযান অব্যাহত আছে যদিও এই পৰ্যন্ত…

তিনিদিনৰ মূৰত ধনশিৰিৰ বুকুত উদ্ধাৰ হ’ল অভিযন্তা ৰক্তিম বৰুৱাৰ মৃতদেহ

◆ তিনিদিনৰ মূৰত উদ্ধাৰ হ’ল গোলাঘাটৰ থুৰামুখত ধনশিৰিৰ বুকুত নিখোজ হোৱা NRLৰ অভিযন্তা ৰক্তিম বৰুৱাৰ মৃতদেহ ◆ স্থানীয় নাৱৰীয়াই উদ্ধাৰ কৰে ৰক্তিম বৰুৱাৰ মৃতদেহ ◆ পৰিয়ালৰ সৈতে বনভোজ খাবলৈ আহি সন্তানৰ সৈতে খেলি থকা অৱস্থাত পানীত ডুবি গৈছিল…

কবি জীৱন নৰহলৈ সন্তোষ কুমাৰ কৰ্মকাৰ বঁটা

মোমাইদেউৰ ফুলনি, শুনা মোৰ ফুল কলি, টাৰি-ৰি, সোৱৰণীৰ সোণ, ঢৌ খেলা ল'ৰালিৰ ছাঁ, তুমি পকা ধানৰ দৰে গোন্ধাইছা, অ’ মোৰ ধুনীয়া কপৌফুল আদি ভিন্ন কাব্য গ্ৰন্থৰ স্ৰষ্টা জীৱন নৰহলৈ সন্তোষ কুমাৰ কৰ্মকাৰ বঁটা- ২০২১। গুৱাহাটী কমাৰ্চ কলেজৰ উদ্যোগত প্ৰথম…