ধানুকা, জাজোদিয়াৰ বাবে ঠিকাৰ তথ্য লুকুৱাইছে নেকি এন এইচ এমে ?
মুখ্যমন্ত্ৰীয়ে গাখীৰ – কল কিমান খালে তাৰ তথ্য দিব ৷ ৫০ গ্ৰাম নে ১০০ গ্ৰাম বাটাৰ খালে তাৰো হিচাপ দিব ৷ কিন্তু কিয় হিচাপ নিদিয়ে কোভিডৰ মোকাবিলা কৰাৰ নামত কাক কিমান টকাৰ ঠিকা দিলে ৷ দ্য ক্ৰছকাৰেন্টৰ তিনিখন আৰ টি আই অবেদন , বিধানসভাত তিনিগৰাকী…