আজিৰে পৰা ৰাজ্যত পুনৰ কা’ বিৰোধী আন্দোলন ।
২০১৯ৰ দৰে আজিৰে পৰা পুনৰ ৰাজ্যত কা' বিৰোধী আন্দোলন । আজি শিৱসাগৰৰ পৰা আৰম্ভ হ'ব কা' বিৰোধী আন্দোলন। কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি প্ৰায় ১৮ টা সংগঠনে কৰিব নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলন। যিহেতু আজিৰ দিনটো ক'লা দিৱস হিচাপে ঘোষণা!-->…