সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

thecrosscurrent

অসম- মিজোৰাম সীমান্তত গুলীচালনা, নিহত ৬, এছ পিক আই চি ইউত ভৰ্তি

উত্তৰ পূৱৰ ৰাজ্যসমূহৰ সীমা বিবাদ সন্দৰ্ভত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণৰ এদিন পাছতে উত্তপ্ত হৈ পৰিল অসম - মিজোৰাম সীমান্ত ৷বৰাক উপত্যকাৰ ঢলাই সমষ্টিত হোৱা মিজোৰ আগ্ৰাসন উচ্ছেদ কৰিবলৈ যোৱা সময়তে প্ৰচণ্ড গুলীচালনাৰ ঘটনা সংঘটিত হয় ৷ মিজো…

অশ্লীল চিনেমাৰ ব্যৱসায় : ক্ৰাইম ব্ৰাঞ্চৰ জেৰাত কি ক’লে শিল্পা চেট্টীয়ে ?

অশ্লীল চিনেমা নিৰ্মান আৰু প্ৰচাৰৰ গোচৰত যোৱা ১৯ জুলাইত মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাক ৷ শণিবাৰে আৰক্ষীয়ে তেওৰ আন্ধেৰীস্থিত কাৰ্যালয়ত তালাচী চলাই এটা গোপন লকাৰ উদ্ধাৰ কৰে ৷ আৰক্ষীৰ সন্দেহ যে…

মীৰাবাঈ : অলিম্পিকত ৰূপৰ পদক জয় কৰি ক’লে এই ৫টা গুৰুত্বপূ্ৰ্ণ কথা –

টকিঅ’ অলিম্পিকত ৰূপৰ পদক জয় কৰি ইতিহাস ৰচিলে মণিপুৰৰ কন্যা মীৰাবাঈ চানুয়ে ৷ ভাৰত্তোলনৰ ৪৯ কেজি শাখাত দেশৰ হৈ প্ৰথমটো পদক জয় কৰি কৰি তেও কেবাটাও গুৰুত্বপূৰ্ণ কথা ক’লে ৷ মীৰাবাঈ চানুৰ ৫ টা মূল মন্তব্য - “মই বিগত ৫ বছৰ ধৰি এই পদকৰ সপোন…

লাভলীনা : অভাৱত থাকিও যিয়ে অস্বীকাৰ কৰিছিল কৰ্প’ৰেটৰ বিজ্ঞাপনৰ প্ৰস্তাৱ

দেৱজিৎ ফুকন কোনো ৰাষ্ট্ৰীয়  নাইবা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সফলতা লাভ কৰিলেই তেনে খেলুৱৈক টাৰ্গেট কৰি লয় বহুজাতিক কোম্পানীবোৰে৷ বিশ্ব চেম্পিয়নশ্বিপত পদক পোৱাৰ পাছত তেনে বহুজাতিক কোম্পানীৰ লক্ষ্যৰ পৰা বাচি যোৱা নাছিল লাভলীনাও৷ ডাঙৰ…

অলিম্পিক : ছানিয়া মিৰ্জা – অংকিতা ৰাইনাৰ অবিশ্বাস্য পৰাজয়

টকিঅ’ অলিম্পিকত এক অবিশ্বাস্য পৰাজয়ৰ সন্মুখীন হৈ মহিলা টেনিছৰ ডাবলছৰ পৰা বিদায় মাগিবলগীয়া হ’ল ছানিয়া মিৰ্জা আৰু অংকিতা ৰাইনা যুটীয়ে ৷ বিজয়ৰ পৰা কিছু দূৰৈত থমকি ৰ’ল ছানিয়া – অংকিতা ৷ ইয়াৰ লগে লগে মহিলা টেনিছৰ ডাবলছৰ সকলো আশা নিৰ্বাপিত হ’ল…

উপ- নিৰ্বাচনৰ বাবে সাজু বিজেপি : কোন মন্ত্ৰীক ক’ৰ দায়িত্ব ?

ৰাজ্যৰ চাৰিটা সমষ্টিত উপ- নিৰ্বাচন অনুষ্ঠিত হোৱাটো এতিয়ালৈকে নিশ্চিত হৈছে ৷ উপ -  নিৰ্বাচনৰ বাবে এতিয়াৰ পৰাই সাজু হৈছে শাসকীয় বিজেপি দল ৷ প্ৰতিটো সমষ্টিৰ উপ - নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে গঠন কৰা হৈছে একোখনকৈ সমিতি ৷ সমষ্টি অনুযায়ী এজন বা দুজন…

আজি অসমলৈ অমিত শ্বাহ

দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ পূৱলৈ  অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি অসমত উপস্থিত হ'ব ৷ অসমৰ কেবাটাও চৰকাৰী কাৰ্যসূচীত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব ৷ তেও প্ৰথমতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত নতুন…

প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি ভূপেন বৰা

প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নির্বাচিত হল ভূপেন বৰা৷ বিগত নির্বাচনৰ ব্যর্থতাৰ পিছতেই সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল ৰিপুন বৰাই৷তেতিয়াৰে পৰা সভাপতি অবিহনে চলি অসমৰ কংগ্ৰেছ৷ আজি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বই ভূপেন বৰাক অর্পণ কৰে আনফালে ৰানা…

মীৰাবাঈ : পাহাৰত খৰি লুৰা ছোৱালীজনীয়ে আজি অলিম্পিকত বুটলিলে ৰূপৰ পদক

সেয়া প্ৰায় ১৪ বছৰ আগৰ কথা। মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা প্ৰায় ২০ কি :মি: দূৰৈৰ এখন গাঁৱৰ পাহাৰত ঘামত তিতি উমলি আছিল দুটি শিশু। ১৬ বছৰীয়া সানাতোম্বা মিতি আৰু তেওঁৰ ১২ বছৰীয়া ভনীয়েকে ঘৰৰ বাবে খৰি লুৰিবলৈ গৈছিল পাহাৰখনলৈ। কিন্তু কিদৰে ডাঙৰ কাঠ…

এপিএছচিয়ে আকৌ মেধাবী প্ৰাৰ্থীৰ লগত হেতালি খেলিবলৈ ওলাইছে নেকি ?

ৰাজ্যত কোভিডৰ সংক্ৰমণ মুঠেও হ্ৰাস পোৱা নাই ৷ যাৰ বাবে বাতিল কৰিবলগীয়া হৈছে হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষা ৷ কিন্তু এনে বিভীষিকাময় পৰিৱেশৰ মাজতে অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰিবলৈ লৈছে ২০২০ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ…