সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

উপ- নিৰ্বাচনৰ বাবে সাজু বিজেপি : কোন মন্ত্ৰীক ক’ৰ দায়িত্ব ?

ৰাজ্যৰ চাৰিটা সমষ্টিত উপ- নিৰ্বাচন অনুষ্ঠিত হোৱাটো এতিয়ালৈকে নিশ্চিত হৈছে ৷ উপ –  নিৰ্বাচনৰ বাবে এতিয়াৰ পৰাই সাজু হৈছে শাসকীয় বিজেপি দল ৷ প্ৰতিটো সমষ্টিৰ উপ – নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে গঠন কৰা হৈছে একোখনকৈ সমিতি ৷ সমষ্টি অনুযায়ী এজন বা দুজন মন্ত্ৰীক উপ – নিৰ্বাচন তদাৰক কৰাৰ দায়িত্ব দিয়া হৈছে ৷ সেই অনুসৰি মৰিয়নী সমষ্টিৰ দায়িত্ব পীয়ূষ হাজৰিকা , সঞ্জয় কিষাণ , মাজুলীৰ দায়িত্ব ডা: ৰণোজ পেগু , বিমল বৰা , তামুলপুৰৰ দায়িত্ব ৰঞ্জিত কুমাৰ দাস আৰু গোসাইগাঁৱৰ দায়িত্ব অশোকানন্দ সিংঘলক প্ৰদান কৰা হৈছে ৷

Leave A Reply

Your email address will not be published.