Investigative reporting with dedication.
কিহৰ দাবীত প্ৰদেশ কংগ্ৰেছৰ এই প্ৰতিবাদ ?

দেশ কঁপোৱা “পেগছাছ” কাণ্ডৰ তদন্ত বিচাৰি আজি “ৰাজভৱন বলক” শীর্ষক প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ।টেলিফোন টেপিং কৰি বিৰোধী নেতাৰ গোপনীয়তা খৰ্ব কৰা কাৰ্য্য বন্ধ কৰাৰ দাবীত, সংবিধানৰ স্বতন্ত্ৰতা ৰক্ষাৰ দাবীত, গণতন্ত্ৰ ৰক্ষাৰ দাবীত, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী…










