সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

thecrosscurrent

সীমা সংঘাত : বৃহস্পতিবাৰে অসম -মিজোৰামৰ মন্ত্ৰীৰ বৈঠক

সীমান্তৰ ৰক্তক্ষয়ী সংঘাতৰ পাছত আলোচনাত বহিবলৈ ওলাইছে অসম - মিজোৰামৰ চৰকাৰ ৷ বৃহস্পতিবাৰে আইজলত অনুষ্ঠিত হ'ব দুয়োখন ৰাজ্যৰ মন্ত্ৰীসকলৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক ৷ মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই টুইটযোগে সদৰী কৰিছে এই কথা ৷…

উৎকোচ লৈ কোন মহিলা কৃষি বিষয়া হাতে লোটে ধৰা পৰিল ?

উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল এগৰাকী কৃষি বিষয়া ৷ গ্ৰেপ্তাৰ হোৱা কৃষি বিষয়া গৰাকী হৈছে খাৰুপেটীয়াৰ কৃষি উন্নয়ন বিষয়া জ্যোতিৰেখা দাস ৷ নগদ ১৫ হাজাৰ টকা উৎকোচ গ্ৰহণ কৰা সময়তে দুৰ্নীতি নিবাৰণ শাখাই তেওক হাতে লোটে গ্ৰেপ্তাৰ কৰে ৷ ধৃত…

লাভলীনাক পৰাজিত কৰা কোন এই বুছেনাজ ছুৰমেনেলী ?

অলিম্পিকত স্বৰ্ণজয় কৰিব নোৱাৰিলেও টকিঅ’ৰ বুকুত এক সোণালী অধয়ায়ৰ সূচনা কৰিলে অসম কন্যা লাভলীনা বৰগোহাঁইয়ে ৷ অলিম্পিকত পদক বিজয়ী প্ৰথমগৰাকী অসমীয়া হোৱাৰ গৌৰৱ আৰু কৃতিত্বৰ গৰাকী হ’ল লাভলীনা ৷ কেৱল সেয়াই নহয় , অলিম্পিকৰ পদকৰ তালিকাত প্ৰৱেশ কৰা…

অলিম্পিকত ভাৰতৰ আৰু এটা পদক নিশ্চিত : কোনে প্ৰৱেশ কৰিলে ফাইনেলত ?

অলিম্পিকত আৰু এটা পদক নিশ্চিত হ'ল ভাৰতৰ ৷ ভাৰতীয় ৰেষ্টলাৰ ৰবি দাহিয়াই ৫৭ কেজি ফ্ৰী ষ্টাইল শাখাত ফাইনেলত প্ৰৱেশ কৰিছে ৷ তেও কাজাখাস্থানৰ প্ৰতিদ্বন্দী নুৰ ইছলামক পৰাজিত কৰি ফাইনেলৰ পথ সুগম কৰি তোলে ৷ ৰেষ্টলিঙৰ ৮৭ কেজি শাখাত ভাৰতৰ…

কিয় গোপনে মমতা বেনাৰ্জীক সাক্ষাৎ অখিলৰ ?

মঙলবাৰে পুৱাই ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈক দেখা গ'ল বৰঝাৰ বিমান বন্দৰত ৷ লগত দুগৰাকী সতীৰ্থ ৷  বিমান বন্দৰত অখিল গগৈৰ লগত এখন ফটো উঠিলে এগৰাকী মিজো মহিলাই ৷ এই ফটো কিছু সময়ৰ ভিতৰতে ছোচিয়েল মেডিয়াত ভাইৰেল হৈ পৰিল ৷…

নতুন পঞ্চায়ত কৰক লৈ অখিলৰ হুংকাৰ : আকৌ পথৰুঘাটৰ বিদ্ৰোহ হ’ব

আকৌ পথৰুঘাটৰ বিদ্ৰোহ হ'ব , আকৌ ফুলগুৰিৰ ধেৱা হ'ব ৷ - গাঁৱত ঘৰ সাজিলেও কৰ দিয়াৰ নতুন নীতি ঘোষণা কৰাৰ পাছতে এইদৰে গৰজি উঠিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ ৷ আজি বিধানসভা চৌহদত সাংবাদিকৰ আগত তেও কয় যে বিজেপি চৰকাৰে অসমীয়া জাতিক…

ভাষা এটাৰ কেনেকৈ মৃত্যু হয় ?

ভাষা এটাৰ  মৃত্যু তেতিয়া  হয় , যেতিয়া এটা ভাষাই ইয়াৰ অন্তিমজন স্থানীয় বক্তা হেৰুৱায়। এসময়ত  অতি প্ৰচলিত হৈও পাছত ব্যৱহাৰৰ দিশৰ পৰা অদৃশ্য হোৱা এটা ভাষা হৈছে  লেটিন ৷  এই ভাষাটো এতিয়াও অধ্যয়ন কৰিব পাৰি যদিও  ই এটা মৃত ভাষা ৷

ছেমিফাইনেলৰ বাবে কেনেদৰে সাজু হৈছে অসম কন্যা লাভলীনা ?    

বক্সিঙৰ ৬৯ কেজি শাখাৰ কোৱাৰ্টাৰ ফাইনেলত জয়লাভ কৰি  পদক নিশ্চিত কৰাৰ পিছতে অলিম্পিকত পদক বিজয়ী তৃতীয় গৰাকী ভাৰতীয় বক্সাৰ হিচাপে পৰিগণিত হ’ল অসম কন্যা লাভলীনা বৰগোহাঁই।টকিঅ’ অলিম্পিকত ইতিমধ্যে পদক নিশ্চিত কৰা লাভলিনা বৰগোহাঁইয়ে বুধবাৰে…

বিভাজিত বিৰোধীয়ে বিজেপিৰ বিজয় মসৃণ কৰিছে নেকি ?

উপ –নিৰ্বাচন সমাগত ৷ ৰাজ্যৰ ৫ টা বিধানসভা সমষ্টিত এই মুহূৰ্তত উপ –নিৰ্বাচন অনুষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰিছে ৷ কিন্তু উপ –নিৰ্বাচনৰ দিন চমু চাপি আহিলেও এতিয়াও যেন বিৰোধী দলসমূহ একত্ৰিত হ’ব পৰা নাই ৷ বাৰে বাৰে আউল লাগিছে বিৰোধী ঐক্যত ৷…

চি বি এছ ইৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণা : উত্তীৰ্ণৰ হাৰ কিমান ?

চি বি এছ ইৰ দশম শ্ৰেণীৰ ফলাফল আজি ঘোষণা কৰা হৈছে ৷ এইবাৰ দশম শ্ৰেণীৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯৯.০৪ শতাংশ ৷ যোৱা বছৰ চি বি এছ ইৰ দশম শ্ৰেণীৰ উত্তীৰ্ণৰ হাৰ আছিল ৯১.৪৬ শতাংশ ৷ চি বি এছ ইৰ অধীনৰ বিদ্যালয়ত অধ্যয়নৰত মুঠ ২০,৯৮,১২৮ গৰাকী ছাত্ৰ- ছাত্ৰীৰ…