সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

উৎকোচ লৈ কোন মহিলা কৃষি বিষয়া হাতে লোটে ধৰা পৰিল ?

  • উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল এগৰাকী কৃষি বিষয়া ৷
  • গ্ৰেপ্তাৰ হোৱা কৃষি বিষয়া গৰাকী হৈছে খাৰুপেটীয়াৰ কৃষি উন্নয়ন বিষয়া জ্যোতিৰেখা দাস ৷
  • নগদ ১৫ হাজাৰ টকা উৎকোচ গ্ৰহণ কৰা সময়তে দুৰ্নীতি নিবাৰণ শাখাই তেওক হাতে লোটে গ্ৰেপ্তাৰ কৰে ৷
  • ধৃত মহিলা বিষয়াগৰাকী ২০১৭ চনৰ অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰিতো অভিযুক্ত
Leave A Reply

Your email address will not be published.